• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য-কেতুৰ নৱপঞ্চম যোগত ৩ ৰাশিৰ ভাগ্য সোনৰ দৰে চমকিব, হঠাৎ হাতলৈ আহিব ধন

সূৰ্য-কেতুৰ নৱপঞ্চম যোগত ৩ ৰাশিৰ ভাগ্য সোনৰ দৰে চমকিব, হঠাৎ হাতলৈ আহিব ধন

2 years ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

7 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

7 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

8 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

8 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

8 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

9 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

10 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

10 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

11 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

11 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

13 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য-কেতুৰ নৱপঞ্চম যোগত ৩ ৰাশিৰ ভাগ্য সোনৰ দৰে চমকিব, হঠাৎ হাতলৈ আহিব ধন

সূৰ্য-কেতুৰ নৱপঞ্চং যোগত ৩ ৰাশিৰ ভাগ্য সোনৰ দৰে চমকিব, হঠাৎ হাতলৈ আহিব ধন

editor by editor
May 18, 2024
in জীৱনশৈলী, বিবিধ
0
সূৰ্য-কেতুৰ নৱপঞ্চম যোগত ৩ ৰাশিৰ ভাগ্য সোনৰ দৰে চমকিব, হঠাৎ হাতলৈ আহিব ধন
0
SHARES
12k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰ অনুসৰি আত্মাৰ কাৰক গ্ৰহ সূৰ্যই ৰাশি পৰিবৰ্তন কৰিলে সমস্ত ব্যক্তিৰ জাতকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে৷ গোচৰকালত সূৰ্যই বিভিন্ন গ্ৰহৰ সৈতে যুটি বান্ধে৷ এই যুঁটিয়ে ব্যক্তিৰ জীৱনত শুভ আৰু অশুভ দুয়োটা প্ৰভাৱেই বিস্তাৰ কৰে৷ জ্যোতিষ গণনা অনুসৰি বৃষ ৰাশিত উপস্থিত সূৰ্যই বৰ্তমান কেতুৰ সৈতে মিলি নৱপঞ্চম যোগ তৈয়াৰ কৰিছে৷ এই সময়ত ৰাহু কন্যা আৰু সূৰ্যই বৃষ ৰাশিত অৱস্থান কৰিছে৷ এই দুই গ্ৰহই পৰস্পৰৰ সৈতে নৱম আৰু পঞ্চম স্থানত অৱস্থান কৰিছে৷ যাৰ ফলত সূৰ্যই কেতুৰ সৈতে মিলি নৱপঞ্চম যোগ তৈয়াৰ কৰিছে৷ এই যোগৰ প্ৰভাৱত তিনি ৰাশিৰ জাতকৰ উন্নতি হ’ব৷

কৰ্কট ৰাশি

নৱপঞ্চম যোগ কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত কাৰ্যকৰী৷ সমাজত মান-সন্মান বৃদ্ধি পাব৷ আৰ্থিক দিশৰ পৰা উন্নতি হ’ব৷ উচ্চাধিকাৰীসকলৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিব এই ৰাশিৰ জাতকে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ বন্ধুৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ দাম্পত্য জীৱনত আনন্দ থাকিব৷ পাৰস্পৰিক বুজাপৰা থাকিব৷ আৰ্থিক পৰিস্থিতি উন্নত থাকিব৷ ব্যৱসায়ত লাভ অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সুখ-সম্পত্তি অৰ্জন কৰিব পাৰে৷ চাকৰিয়াল জাতকৰ প্ৰচুৰ লাভ অৰ্জনৰ সম্ভাৱনা আছে৷ পদোন্নতি হ’ব৷ দৰমহা বৃদ্ধি হ’ব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে নৱপঞ্চম যোগ অত্যন্ত লাভজনক প্ৰমাণিত হ’ব৷ পেছাগত জীৱন লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে৷ সমাজত পদ-প্ৰতিষ্ঠা বৃদ্ধি পাব৷ ইয়াৰোপৰি পিতৃৰ সহযোগিতা অৰ্জন কৰিব পাৰে৷ কেৰিয়াৰত স্থায়ীত্ব থাকিব৷ পাৰিবাৰিক পৰিবেশ ভাল৷ মাতৃৰ স্বাস্থ্যজনিত সমস্যা দূৰ হ’ব৷ নিজৰ কামৰ বলত নিজা পৰিচয় গঢ়ি তুলিব৷ এই সময়ত চাকৰি পৰিবৰ্তনো কৰিব পাৰে৷ প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে৷ ব্যৱসায় বৃদ্ধি আৰু সম্প্ৰসাৰণ সম্ভৱ৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবে নৱপঞ্চম যোগ অত্যন্ত লাভজনক৷ এই ৰাশিৰ জাতকে নতুন কিছু জ্ঞান অৰ্জন কৰিব পাৰে৷ নিজৰ চখক পেছালৈ পৰিণত কৰিব পাৰে৷ জীৱনত আনন্দৰ আগমণ ঘটিব৷ দীৰ্ঘদিন ধৰি চলি থকা পাৰিবাৰিক বিবাদৰ সমাধান হ’ব৷ ইয়াৰোপৰি বন্ধুৰ সৈতে ভাল সময় কটাব৷ এই নৱপঞ্চম যোগে চাকৰিয়াল জাতকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব৷ চৰকাৰী চাকৰিয়াল জাতকে তেওঁলোকৰ পছন্দৰ স্থানত যাব পাৰে৷ আইনী গোচৰত সাফল্য লাভ কৰিব৷ চাকৰি পৰিবৰ্তনৰ কথা ভাৱিলে এই সময়ত লাভ হ’ব৷ ব্যৱসায়ত পৰিশ্ৰম কৰিব পাৰে৷ এই ক্ষেত্ৰত সাফল্য লাভ সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
Next Post
সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

‘৪০ বছৰ ভিক্ষা কৰি খাইছো’, অভাৱতেই জন্ম মোদী ফেশ্ব্যনৰ

‘৪০ বছৰ ভিক্ষা কৰি খাইছো’, অভাৱতেই জন্ম মোদী ফেশ্ব্যনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.