• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘৪০ বছৰ ভিক্ষা কৰি খাইছো’, অভাৱতেই জন্ম মোদী ফেশ্ব্যনৰ

‘৪০ বছৰ ভিক্ষা কৰি খাইছো’, অভাৱতেই জন্ম মোদী ফেশ্ব্যনৰ

2 years ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

43 seconds ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

1 hour ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

2 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

3 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

12 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

12 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

13 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

13 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

14 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

15 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘৪০ বছৰ ভিক্ষা কৰি খাইছো’, অভাৱতেই জন্ম মোদী ফেশ্ব্যনৰ

‘৪০ বছৰ ভিক্ষা কৰি খাইছো’, অভাৱতেই জন্ম মোদী ফেশ্ব্যনৰ

editor by editor
May 18, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
‘৪০ বছৰ ভিক্ষা কৰি খাইছো’, অভাৱতেই জন্ম মোদী ফেশ্ব্যনৰ
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁ দেশৰ প্ৰধানমন্ত্ৰী৷ তেওঁৰ পোছাকৰ পৰা আৰম্ভ কৰি ষ্টাইল, চলাফিৰা সকলোবোৰক লৈ মাজে মাজে চৰ্চা হয়৷ কোনোৱে কয় তেওঁৰ এটা এটা কোটৰ দামেই লাখৰ ওপৰত৷ কোনোৱে কয় মোদীয় ব্যক্তিগত ডিজাইনাৰ আছে৷ কিন্তু এই তথ্য সঁচানে? ক’ৰ পৰা আহে প্ৰধানমন্ত্ৰী মোদীৰ পোছাক? কেনেকৈ নিজক সজাবলৈ পছন্দ কৰে মোদীয়ে?

এইবাৰ আপ কি আদালতলৈ আহি দৰ্শকে কৰা প্ৰশ্নৰ উত্তৰ দিছে মোদীয়ে৷ দৰ্শকৰ আসনৰ পৰা এগৰাকী মহিলাই প্ৰশ্ন কৰে, ‘ছাৰ আপোনাৰ পোছাক বেছ সুন্দৰ৷ আপোনাৰ কোনোবা ডিজাইনাৰ আছে নেকি?’ প্ৰশ্ন শুনিয়েই হাঁহি দিয়ে মোদীয়ে৷ কিন্তু এই প্ৰশ্নৰ উত্তৰ নিদিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘চাওক বিষয়টো হৈছে, মই এতিয়া যি স্থানত আছো, সেই স্থানলৈ চাই মোক লৈ নানান আলোচনা চলাটো স্বাভাৱিক৷ আপোনাক মই বাস্তৱ কথা কৈছো৷ মই মোৰ কথা কওঁ শুনক৷ মই ঘৰ এৰিছিলো৷ এটা সৰু বেগ হাতত লৈ উলাই আহিছিলো৷ ৪০ বছৰ অনাই-বনাই ফুৰিছো৷ এই ৪০ বছৰত কেতিয়াবা ভিক্ষা কৰিও খাইছো৷ মানুহৰৰ ঘৰে ঘৰে গৈ খুজিছো৷ যি দিছে তাকেই খাইছো৷ সামগ্ৰী হাতত একো নাছিল৷ নিজৰ যি কেইযোৰ পোছাক আছিল সেই কেইযোৰকে ধুই আকৌ পিন্ধো৷ কেতিয়াবা ছোলাৰ হাতত ছিঙি যায় মই কাটি হাফ কৰি পিন্ধো। তেতিয়াৰ পৰাই মোৰ হাফ ছাৰ্ট পিন্ধা অভ্যাস গঢ়ি উঠিল।’

তেওঁ লগতে কয়, ‘বিগত ২৫-৩০ বছৰ ধৰি মই এনেকৈয়ো পোছাক পিন্ধি আছো। দ্বিতীয় কথা এয়াই যে মই পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকি ভালপাও। ৰঙৰ কিছু বিষয় অৱশ্যে মূৰত ৰাখো। কিন্তু সেই হিচাপেই পোছাক পৰিধান কৰো। ঈশ্বৰে মোক যি দিছে মই সুখী। মোৰ কোনো ফেশ্বন ডিজাইনাৰ নাই। মোৰ কোনো বিশেষ উপদেষ্টাও নাই। কিন্তু এজন কাপোৰ চিলোৱা দৰ্জী আছে যিয়ে মোৰ কাপোৰ চিলাই দিয়ে। মোৰ ড্ৰেছিং চেঞ্চ আপোনালোকে যদি ভালপাইছে আমি ধন্য।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
Next Post
জ্যোতিষীয়ে প্ৰিয়ংকাক কৈছে প্ৰধানমন্ত্ৰী হ’বই! সঁচাকৈয়ে এইবাৰ পৰিবৰ্তন আহিব নেকি লোকসভাত?

জ্যোতিষীয়ে প্ৰিয়ংকাক কৈছে প্ৰধানমন্ত্ৰী হ’বই! সঁচাকৈয়ে এইবাৰ পৰিবৰ্তন আহিব নেকি লোকসভাত?

বিজেপি নকৰিব বুলি জানিলে অসম এৰিবলৈকে নিদিলোহেতেন, বক্সাৰত গৈ আনন্দ মিশ্ৰক মুকলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপি নকৰিব বুলি জানিলে অসম এৰিবলৈকে নিদিলোহেতেন, বক্সাৰত গৈ আনন্দ মিশ্ৰক মুকলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.