• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি নকৰিব বুলি জানিলে অসম এৰিবলৈকে নিদিলোহেতেন, বক্সাৰত গৈ আনন্দ মিশ্ৰক মুকলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপি নকৰিব বুলি জানিলে অসম এৰিবলৈকে নিদিলোহেতেন, বক্সাৰত গৈ আনন্দ মিশ্ৰক মুকলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

2 years ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

7 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

53 minutes ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

2 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

2 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

4 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

5 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

13 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

14 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

14 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

15 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

17 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজেপি নকৰিব বুলি জানিলে অসম এৰিবলৈকে নিদিলোহেতেন, বক্সাৰত গৈ আনন্দ মিশ্ৰক মুকলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপি নকৰিব বুলি জানিলে অসম এৰিবলৈকে নিদিলোহেতেন, বক্সাৰত গৈ আনন্দ মিশ্ৰক মুকলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

editor by editor
May 18, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
বিজেপি নকৰিব বুলি জানিলে অসম এৰিবলৈকে নিদিলোহেতেন, বক্সাৰত গৈ আনন্দ মিশ্ৰক মুকলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মিথিলেছ তিৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বক্সাৰ লোকসভা সমষ্টিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

আনন্দ মিশ্ৰই নিৰ্বাচন খেলিবলৈ লোৱা সমষ্টিত উপস্থিত হৈ আনন্দ মিশ্ৰক তুলাধুনা মুখ্যমন্ত্ৰী হিমন্তৰ৷

এইবাৰ দেশৰ ৪০০ আসন বিজেপিয়ে লাভ কৰিব৷ ইয়াৰে এখন হৈছে বক্সাৰ৷

লালু যাদৱে আনন্দ মিশ্ৰক ছুপাৰী দিছে মিথিলেছ তিৱাৰীৰ ভোট কাটিবৰ বাবে৷

মোক অসমত মিছা কথা হৈ ইয়ালৈ আহিছে৷

মোৰ ঘৰত, কাৰ্যালয়ত গৈ কৈছিল মোক ভিআৰএছ লাগে মই বিজেপিক সেৱা কৰিব খোজো৷

মই ভাৱিলো বাহ ইমান ভাল মানুহ বিজেপিক সেৱা কৰিবলৈকে চাকৰি বাদ দিছে৷

মই লগে লগে ক’লো টিকেট লাগিব নেকি?

তেতিয়া কৈছিল নাই, নাই মোক টিকেট নালাগে মই বিজেপিক সেৱা কৰিম৷

এনেকৈ জানিলে আনন্দ মিশ্ৰক মই অসম এৰিবলৈকে নিদিলো হেতেন৷

আনন্দ মিশ্ৰই যিয়েই নকওক জনতাই বিজেপিকেই ভোট দিব৷

আনন্দ মিশ্ৰই কংগ্ৰেছ আৰু লালুৰ ছুপাৰী লৈ নিৰ্বাচন খেলি আছে৷

ভাল মানুহ হ’লে আনন্দই অপেক্ষা কৰিলে হেতেন, দলৰ হৈ কাম কৰিলে হেতেন৷

অলপো ধৈৰ্য্য নাই, ক’ত টকা পাইছে ইমান মোবাইল চেক কৰিব লাগে৷

লালু, তেজস্বীৰ পৰা মিশ্ৰলৈ কিমান টকা আহিছে পৰীক্ষা কৰিলেই ওলাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!
জীৱনশৈলী

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

June 18, 2026
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

June 18, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব আজি ১৭মে’ৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

দৈনিক ৰাশিফল-  পুৱাই দান কৰক এই সামগ্ৰী, ভালেৰে পাৰ হ'ব আজিৰ ১৯মে'ৰ দিনটো

কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক

কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.