• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

9 months ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

23 minutes ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

55 minutes ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

1 hour ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

2 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

3 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

4 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

5 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

5 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

5 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

6 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

7 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

editor by editor
June 21, 2025
in Uncategorized
0
ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন
0
SHARES
9.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
গ্ৰহৰাজ সূৰ্যই ২২ জুনত আৰ্দ্ৰ নক্ষত্ৰত গোচৰ কৰিব আৰু ৬ জুলাই পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আৰ্দ্ৰ নক্ষত্ৰ ২৭ টা নক্ষত্ৰৰ চিৰিজৰ ষষ্ঠ স্থানত অৱস্থিত আৰু এই নক্ষত্ৰৰ দেৱতা হৈছে ৰুদ্ৰ আৰু অধিপতি হৈছে ৰাহু৷
জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া সূৰ্যই আৰ্দ্ৰ নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া এই সময় অত্যন্ত গুৰুত্বপূৰ্ণ৷ সূৰ্যই এই নক্ষত্ৰত প্ৰৱেশ কৰাৰ লগে লগেই বৃষ্টিপাতৰ সম্ভাৱনা আৰম্ভ হয়৷ সূৰ্যৰ ৰাশি আৰু নক্ষত্ৰৰ পৰিবৰ্তন মেষৰ পৰা মীন পৰ্যন্ত সমস্ত ১২ ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়৷ সূৰ্যই প্ৰায় ৩০ দিন ধৰি এটা ৰাশিত অৱস্থান কৰে, তাৰপাছতেই ৰাশি পৰিবৰ্তন কৰে৷ যেতিয়া সূৰ্যই দুটা ৰাশি পৰিবৰ্তন কৰে তেতিয়া পৰিবেশ পৰিবৰ্তন হয়৷ ৬ জুলাই পৰ্যন্ত সূৰ্যৰ আৰ্দ্ৰ নক্ষত্ৰত গোচৰৰ কাৰণে  ৫ৰাশিৰ জাতকৰ প্ৰচুৰ লাভ হব৷ এই ভাগ্যবান ৰাশিৰ জাতকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই লাভ পাব আৰু বহু কামো সম্পন্ন হব৷ জানি থওক আৰ্দ্ৰ নক্ষত্ৰত সূৰ্যৰ গোচৰৰ ফলত লাভৱান হব কোন কোন?

মিথুন ৰাশি

আৰ্দ্ৰ নক্ষত্ৰত সূৰ্যৰ গোচৰৰ কাৰণে মিথুন ৰাশিৰ জাতক জাতিকাই ভাল সুবিধা পাব৷ মিথুন ৰাশিৰ জাতক জাতিকাৰ ইতিবাচক পৰিবৰ্চন দেখা পাব যাৰ ফলত ব্যক্তিগত আৰু পেছাগত জীৱনত উন্নতি হব৷ এই নক্ষত্ৰ পৰিবৰ্তনৰ ফলত আয়ৰ উৎস প্ৰকাশ পাব, যি আৰ্থিক স্থিতিশীলতা বৃদ্ধি কৰিব৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ সাফল্যৰ সম্ভাৱনা আছে আৰু তেওঁলোকে কামৰ বাবে বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে৷ বিবাহিত জীৱনৰ কথা ক’বলৈ গলে মিথুন ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ পত্নীৰ সৈতে ভাল সময় কটাব, যিয়ে সম্পৰ্কক শক্তিশালী কৰিব৷

সিংহ ৰাশি

আৰ্দ্ৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ সিংহ ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক অৱস্থা ক্ৰমশ শক্তিশালী হ’ব আৰু ঋণৰ পৰাও মুক্তি পাব৷ যিসকলৰ নিজস্ব ব্যৱসায় আছে তেওঁলোকেও ভাল লাভ পাব৷ ব্যৱসায়ক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিব পাৰে৷ সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত অৰ্থ উপাৰ্জনৰ নতুন সুযোগ প্ৰদান কৰিব আৰু বন্ধুৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ প্ৰেম আৰু সম্পৰ্ক মজবুত হব, যি কঠিন সময়ত সান্তনাৰ উৎস হৈ উঠিব৷ গ্ৰহসমূহে সামঞ্জস্যৰ ইংগিত দিয়ে যিয়ে সিংহ ৰাশিৰ জাতকক তেওঁলোকৰ পাৰিবাৰিক সম্পৰ্কক শক্তিশালী কৰিবলৈ সুযোগ দিয়ে৷ পৰিয়ালৰ চাহিদা পূৰণত সফল হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে আৰ্দ্ৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ ফলপ্ৰসূ হব৷ কন্যা ৰাশিৰ জাতকে ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব আৰু আপোনাৰ প্ৰচেষ্টাই আপোনাক সফলতাৰ দিশেৰে লৈ যাব৷ ধৰ্মীয় কৰ্মকাণ্ডত সক্ৰিয় অংশগ্ৰহণ কৰিব৷ আপুনি যদি নিজৰ ঘৰ বা ফ্লেট ক্ৰয় কৰিব খুজিছে তেন্তে এই সময়ৰ মাজত আপোনাৰ ইচ্ছা পূৰণ হব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আৰ্দ্ৰা নক্ষত্ৰত সূৰ্যৰ গোচৰ শুভ হব৷ সূৰ্যৰ প্ৰভাৱত সমাজত বৃশ্চিক ৰাশিৰ জাতকৰ সন্মান বৃদ্ধি পাব আৰু বহু চৰকাৰী কৰ্মকৰ্তাৰ সৈতে পৰিচিতিও বৃদ্ধি পাব৷ এই ৰাশিৰ জাতকৰ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে কেৰিয়াৰ সম্পৰ্কিত সুসংবাদ পাব৷ ব্যৱসায়ীসকলৰ বাবে শুভ দিন আৰম্ভ হব যাৰ কাৰণে আৰ্থিক অৱস্থা ভালে থাকিব৷ বৃশ্চিক ৰাশিৰ জাতকে এই সময়ত বন্ধুৰ ফুৰিবলৈ যাব পাৰে, যাৰবাবে মন শান্ত থাকিব৷ প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন খুবেই উপকাৰী৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্দ্ৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ উপকাৰী হব৷ মকৰ ৰাশিৰ জাতক জাতিকাই অসম্পূৰ্ণ কাম সম্পন্ন কৰিব আৰু বন্ধু বান্ধৱ আৰু প্ৰিয়জনৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ আপুনি যদি চাকৰি পৰিবৰ্তন কৰাৰ কথা ভাৱিছে বা দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি আছে তেতিয়া এই সময়ৰ মাজত আপুনি কিছু দুৰ্দান্ত চাকৰিৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
Next Post
মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ

মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ

ইৰানৰ পাৰমানৱিক কেন্দ্ৰত আক্ৰমণৰ পাছতেই নিউয়ৰ্কসহ আমেৰিকাৰ এইকেইখন চহৰত হাই এলাৰ্ট জাৰি, কি কৈছে প্ৰেছিডেণ্ট ট্ৰাম্পে?

ইৰানৰ পাৰমানৱিক কেন্দ্ৰত আক্ৰমণৰ পাছতেই নিউয়ৰ্কসহ আমেৰিকাৰ এইকেইখন চহৰত হাই এলাৰ্ট জাৰি, কি কৈছে প্ৰেছিডেণ্ট ট্ৰাম্পে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.