• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কমল হাছানৰ ‘বিক্ৰম’ৰ ৫ মিনিটৰ দৃশ্যত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছে? আপুনি জানি স্তম্ভিত হ’ব

কমল হাছানৰ ‘বিক্ৰম’ৰ ৫ মিনিটৰ দৃশ্যত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছে? আপুনি জানি স্তম্ভিত হ’ব

4 years ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

54 minutes ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

1 hour ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

2 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

3 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

3 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

4 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

6 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

6 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

7 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

7 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

7 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কমল হাছানৰ ‘বিক্ৰম’ৰ ৫ মিনিটৰ দৃশ্যত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছে? আপুনি জানি স্তম্ভিত হ’ব

editor by editor
June 7, 2022
in চিনেমা, ভাৰত
0
কমল হাছানৰ ‘বিক্ৰম’ৰ ৫ মিনিটৰ দৃশ্যত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছে? আপুনি জানি স্তম্ভিত হ’ব
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কমল হাছানৰ ছবি ‘বিক্ৰম’ বক্স অফিচত ব্লকবাষ্টাৰ হিট বুলি প্ৰমাণিত হৈছে। ছবিখনে মুক্তি পোৱাৰ পিছত অতি কম সময়ৰ ভিতৰতে ১৫০ কোটিৰো অধিক ব্যৱসায় কৰাৰ লগতে সংগ্ৰহৰ ক্ষেত্ৰতো অক্ষয় কুমাৰৰ ছবি ‘পৃথ্বীৰাজ’ক চেৰ পেলাই থৈ গৈছে।

কমল হাছানৰ ছবি ‘বিক্ৰম’ত অতিথি হিচাপে অভিনয় কৰিছে ছাউথৰ ছুপাৰষ্টাৰ অভিনেতা সূৰ্য্যই। কিন্তু এই কেমিঅ’ ৰ’লৰ বাবে তেওঁ কিমান পাৰিশ্ৰমিক লৈছে জানেনে?

ছাউথৰ ছবিৰ নিৰ্মাতাসকলে যেতিয়াৰ পৰা পান ইণ্ডিয়া মুক্তি দিবলৈ আৰম্ভ কৰিছে, তেতিয়াৰ পৰা ই বলীউডৰ মূৰৰ বিষ আৰম্ভ হৈছে। কাৰণ, ছাউথৰ মৌলিক কাহিনী আৰু প্ৰচণ্ড একচন দৰ্শকে অধিক পছন্দ কৰি আছে আৰু এনে পৰিস্থিতিত ছাউথৰ ছবিৰ বাবেই বলীউডৰ ছবিৰ ব্যৱসায়ত প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰিছে।

লগতে পঢ়ক ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক…

এতিয়া আহো কমল হাছানৰ ছবিখনত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছিল?

কমল হাছানৰ ‘বিক্ৰম’এ বক্স অফিচত ছুপাৰ হিট বুলি প্ৰমাণিত হোৱাৰ সময়তে ছবিখনত ছুপাৰষ্টাৰ সূৰ্য্যই ৫ মিনিটৰ এটা চৰিত্ৰত অভিনয় কৰাৰ বাবদ কিমান পাৰিশ্ৰমিক লৈছে তাকেলৈ চৰ্চা লাভ কৰিছে৷

আচলতে ছাউথৰ ছুপাৰষ্টাৰ সূৰ্য্যই ছবিখনত পাঁচ মিনিটৰ অভিনয়ত কমল হাছানৰ পৰা এটকাও পইচা লোৱা নাই। ছবিখনৰ পোষ্টাৰবোৰৰ টিজাৰত সূৰ্য্যকো স্থান দিয়া হৈছে আৰু ইয়াৰ বাবে ছবিখনে ব্যৱসায়িক মাইলেজও পাইছে। তাৰ পিছতো এই ছবিখনৰ বাবে তেওঁ কিয় চাৰ্জ লোৱা নাছিল? সূৰ্য্যই কিয় এনে কৰিলে?

লগতে পঢ়ক কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

আচলতে সূৰ্য্যই কমল হাছানক আইলড হিচাপে মানি আহিছে৷ এক খবৰ অনুসৰি সূৰ্য্যই এনে কৰাৰ আঁৰৰ কাৰণটো হ’ল তেওঁ এই ছবিখনৰ সৈতে অতি আৱেগিকভাৱে জড়িত হৈছে।

প্ৰবীণ অভিনেতা কমল হাছানৰ ডাঙৰ অনুৰাগী সূৰ্য্যই তেওঁৰ আইডলজনৰ ছবিখনত কেনেবাকৈ অৰিহণা যোগাব বিচাৰিছিল আৰু এনে পৰিস্থিতিত তেওঁ ছবিখনত কোনো পাৰিশ্ৰমিক নোলোৱাকৈ অভিনয় কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKamal Haasansurya
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
Next Post
অখিল গগৈৰ পুত্ৰ নচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ, পুত্ৰৰ সাফল্যত কি ক’লে পিতৃয়ে?

অখিল গগৈৰ পুত্ৰ নচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ, পুত্ৰৰ সাফল্যত কি ক’লে পিতৃয়ে?

ক্লাছত হিজাব পৰিধানৰ দাবী, পুনৰ ২৩ ছাত্ৰীক কলেজৰ পৰা নিলম্বন

ক্লাছত হিজাব পৰিধানৰ দাবী, পুনৰ ২৩ ছাত্ৰীক কলেজৰ পৰা নিলম্বন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.