• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ সুশান্তৰ একাউণ্টৰ পৰা টকা উলিয়াইছিল ৰিয়াই?

কেনেকৈ সুশান্তৰ একাউণ্টৰ পৰা টকা উলিয়াইছিল ৰিয়াই?

6 years ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

8 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

8 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

9 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

9 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

10 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

10 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

11 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

11 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

13 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

14 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

15 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কেনেকৈ সুশান্তৰ একাউণ্টৰ পৰা টকা উলিয়াইছিল ৰিয়াই?

বিস্ফোৰক অভিযোগ সুশান্তৰ মেনেজাৰৰ

editor by editor
August 17, 2020
in অপৰাধ, চিনেমা
0
কেনেকৈ সুশান্তৰ একাউণ্টৰ পৰা টকা উলিয়াইছিল ৰিয়াই?
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দর্ভত প্ৰথমৰ পৰাই সন্দেহৰ আৱর্তত আছিল বান্ধৱী ৰিয়া চক্ৰৱর্তী। বিগত মাহত ৰিয়াৰ বিৰুদ্ধে সুশান্তৰ বেংক একাউণ্টৰ পৰা ধন আত্মসাতৰ অভিযোগ তুলি সুশান্তৰ পিতৃ কে কে সিঙে পাটনা থানাত গোচৰ তৰিছিল। ইয়াৰ পাছতে তদন্তত নামি পৰিছিল এনফ’র্ছমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে। ৰিয়াক জেৰা কৰাত বহু গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিছে। এইবাৰ সুশান্তৰ প্ৰাক্তন বিজনেছ মেনেজাৰ শ্ৰুতি মোদীক ইডিয়ে জেৰা কৰাত শ্ৰুতিয়ে বিস্ফোৰক মন্তব্য কৰিছে। সুশান্তক নিচাৰ ঔষধ দি মানসিক অচেতন কৰি ৰাখিছিল ৰিয়াই। আৰু সেই সময়ছোৱাতেই সুশান্তৰ পৰা ৰিয়াই জাল চহী কৰাই লৈছিল। ইয়াৰ পাছতে ৰিয়াৰ বিৰুদ্ধে ৰাজসাক্ষী হ’বলৈও সন্মতি প্ৰকাশ কৰিছে শ্ৰুতি মোদীয়ে। সুশান্তক অচেতন কৰি সুশান্তৰ বেংক একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিয়াই নিছিল ৰিয়াই। সুশান্তৰ পিতৃয়ে ৰিয়াৰ বিৰুদ্ধে ১৫ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছিল। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত সুশান্তৰ ব্যৱসায় সংক্ৰান্তত কিছু কাগজ-পত্ৰ আৰু পান কার্ড ভাইৰেল হয়। দাবী কৰা হৈছে পুৰণা কাগজ-পত্ৰ আৰু পান কার্ডত থকা সুশান্তৰ চহীৰ সৈতে পৰৱর্তী সময়ত কৰা চহীসমূহৰ মিল নাই। ইয়াৰ উপিৰও ৰিয়াই সুশান্তক সমাজ, পৰিয়াল, বন্ধুবর্গৰ পৰা আঁতৰাই ৰাখিছিল। এই চাঞ্চ্যলকৰ অভিযোগ শ্ৰুতি মোদীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24riya chakravarthisusant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…
বিনোদন

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
Next Post
নিউয়র্কৰ হাস্পতালত চিকিৎসা কৰাব সঞ্জয় দত্তই

নিউয়র্কৰ হাস্পতালত চিকিৎসা কৰাব সঞ্জয় দত্তই

U turn যতীন বৰাৰ

U turn যতীন বৰাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.