শ্যামকানু মহন্ত৷ অসমৰ প্ৰায়সংখ্যক জনতাই দিয়া নাম ফেষ্টিভেল মহন্ত৷ সেই শ্যামকানুৰেই এতিয়া কিছু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ বহুতেই এই ফটো দেখা মাত্ৰকেই কৈছে শ্যামকানু কাপোৰ খোলা মতা মানুহ৷
ইতিমধ্যেই শ্যামকানুৰ বিৰুদ্ধে এক অভিযোগ আনিছিল কণ্ঠশিল্পী গীতালি দেৱীয়েও৷ গীতালিয়ে কৈছিল যে শ্যামকানুৱে কাম পাবৰ বাবে মহিলাক অকলে তেওঁৰ কাষলৈ মাতে৷ সেই কথা যেন সঁচা প্ৰমাণিত হৈছে৷ ভাইৰেল হৈছে শ্যামকানুৰ অৰ্ধউলংগ ফটো৷ এই ফটোৰ সত্যতা কিমান সেই সম্পৰ্কে এতিয়াও স্পষ্ট নহয় অসম লাইভ ২৪৷
বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই শ্যামকানুক৷ একাংশই কৈছে শ্যামকানু বৰঝাৰ বিমান বন্দৰতেই লুকাই আছে৷ এতিয়াও স্পষ্ট নহয় এই কথা৷ কিন্তু সামাজিক মাধ্যমত চৰ্চা চলিছে যে, মুখ খোলাৰ পূৰ্বেই কাপোৰ খুলিছে শ্যামকানু মহন্তই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















