• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টি-২০ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিলে ইংলেণ্ড দলে? পাকিস্তানে পাব কিমান ধন?

টি-২০ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিলে ইংলেণ্ড দলে? পাকিস্তানে পাব কিমান ধন?

3 years ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

26 minutes ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

58 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

2 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

3 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

3 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

4 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

4 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

5 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

5 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

6 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

6 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টি-২০ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিলে ইংলেণ্ড দলে? পাকিস্তানে পাব কিমান ধন?

editor by editor
November 13, 2022
in ক্ৰীড়া, বিশ্ব
0
টি-২০ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিলে ইংলেণ্ড দলে? পাকিস্তানে পাব কিমান ধন?
0
SHARES
36.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটা যুগৰ অন্ততঃ বিশ্বকাপ জয় কৰিলে ইংলেণ্ডে। ২০১৬ চনত ফাইনেল পালেও ৱেষ্ট ইণ্ডিডৰ হাতত ধৰাশায়ী হৈছিল ইংলেণ্ডৰ দলটো। এইবাৰ আৰু তেনে হ’বলৈ নিদিলে। পূৰ্বতকৈ অধিক আক্ৰমণাত্মক হৈ পৰিল টীম ইংলেণ্ড। ফলাফল আজিৰ এই বিজয়। ৩০ বছৰৰ ইতিহাস পুনৰাবৃত্তি হ’ব বুলি পাকিস্তানে আশা কৰিছিল যদিও সেই আশা আৰু সম্পূৰ্ণ নহ’ল। ১৯৯২ চনত ৫০ অভাৰৰ বিশ্বকাপ জয় কৰিলেও ২০ অভাৰৰ টি-২০ বিশ্বকাপ জয় কৰিব নোৱাৰিলে পাকিস্তানে। আধৰুৱা হৈ ৰ’ল ব্ৰিটিছ বাহিনীক হৰুৱাৰ সপোনো। বিশ্বকাপৰ সামৰণিৰ পাছতেই প্ৰায়সংখ্যকৰে মনত প্ৰশ্ন, বিশ্বকাপ বিজয়ী ইংলেণ্ড আৰু ফাইনেল খেলা দল পাকিস্তানে মুঠ কিমান ধন লাভ কৰিব? জছ বাটলাৰ বেন ষ্ট্ৰোকচে পাব কিমান কোটি টকা?

বিশ্বকাপ জয়ী দল হিচাপে বাটলাৰ বাহিনীয়ে লাভ কৰিব ১৬ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান হ’ব ১৩ কোটি টকা। ইয়াৰোপৰি গ্ৰুপৰ তিনিটাকৈ মেচ জয় কৰাৰ বাবেও লাভ কৰিব ধন। তিনিখন মেছ জয় কৰাৰ বাবদ বাটলাৰৰ দলে এখনকৈ মেচতেই লাভ কৰি ৪০ হাজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত ইয়াৰ পৰিমান হ’ব ৩২ লাখ ২০ হাজাৰ ১৮০ টকা। তিনিখন মেচত মুঠ ধনৰ পৰিমান হ’ব ১ লাখ ২০ হাজাৰ ডলাৰ। ফাইনেলকে ধৰি আটাইকেইখন মেচত মুঠ ধনৰ পৰিমান হ’ব ১৪ কোটি টকা।

ইফালে ফাইনেলত পৰাস্ত হৈয়ো পাকিস্তানে লাভ কৰিব ৮ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান হ’ব ৬ কোটি টকা। ইয়াৰোপৰি তিনিখন গ্ৰুপ মেচ জিকাৰ বাবে পাকিস্তানে লাভ কৰিব ১ লাখ ২০ হাজাৰ ডলাৰ। অৰ্থাৎ আটাইকেইখন মেচত পাকিস্তানে লাভ কৰিব মুঠ ৭ কোটি টকা। এই পুৰস্কাৰ ধন দলৰ ক্ৰিকেটাৰ সকলৰ মাজত ভগাই দিয়া হয় বুলিও উল্লেখ কৰিছে অষ্ট্ৰেলিয়ান ক্ৰিকেট বৰ্ডে।

উল্লেখ্য যে, ভাৰতীয় দলটোৱে ছেমিফাইনেলত বিদায় ললেও ভাৰতীয় দলটোৱে লাভ কৰিছে ৪ লাখ ডলাৰ। চাৰিখনকৈ মেচ জয় কৰাৰ বাবে দলটোৱে লাভ কৰিছে ১ লাখ ৬০ ডলাৰ। সমূহ পুৰস্কাৰ মুল্য যদি একলগ কৰা হয় তেন্তে ভাৰতীয় দলটোৱে লাভ কৰিছে প্ৰায় ৪ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত
ক্ৰীড়া

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

April 9, 2026
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?
জীৱনশৈলী

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

April 9, 2026
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত
ক্ৰীড়া

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

April 8, 2026
Next Post
শিশুবোৰ ভালে থাকক, খৰ্ব নহওক শিশুৰ অধিকাৰ, শিশু দিৱসৰ তাৎপৰ্য…

শিশুবোৰ ভালে থাকক, খৰ্ব নহওক শিশুৰ অধিকাৰ, শিশু দিৱসৰ তাৎপৰ্য...

সুৰাপান নকৰিলেও এইকেইটা বদভ্যাস থাকিলে আপোনাৰ লিভাৰৰ ছিৰছিচ হ’বই…

সুৰাপান নকৰিলেও এইকেইটা বদভ্যাস থাকিলে আপোনাৰ লিভাৰৰ ছিৰছিচ হ’বই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.