• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি হাইভল্টেজ খেল, মুখ্যতঃ ১০ গৰাকী খেলুৱৈৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা হ’ব, কোন এই ১০ গৰাকী খেলুৱৈ

আজি হাইভল্টেজ খেল, মুখ্যতঃ ১০ গৰাকী খেলুৱৈৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা হ’ব, কোন এই ১০ গৰাকী খেলুৱৈ

2 years ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

50 minutes ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

1 hour ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

2 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

3 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

3 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

4 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

4 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

4 hours ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

5 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

6 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

6 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি হাইভল্টেজ খেল, মুখ্যতঃ ১০ গৰাকী খেলুৱৈৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা হ’ব, কোন এই ১০ গৰাকী খেলুৱৈ

editor by editor
June 9, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
আজি হাইভল্টেজ খেল, মুখ্যতঃ ১০ গৰাকী খেলুৱৈৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা হ’ব, কোন এই ১০ গৰাকী খেলুৱৈ
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি হাইভল্টেজ খেল, মুখ্যতঃ ১০ গৰাকী খেলুৱৈৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা হ’ব, কোন এই ১০ গৰাকী খেলুৱৈ

আজি সন্ধিয়া ৮ বজাৰ লগে লগে সকলো ভাৰতবাসী আৰু চুবুৰীয়া দেশ পাকিস্তান বাসীৰ দৃষ্টি নিৱদ্ধ হ’ব টেলিভিচনৰ সমুখত। আজি দেওবাৰে টি-২০ বিশ্বকাপ ২০২৪ত পাকিস্তানৰ মুখামুখি হ’ব ভাৰত। টিম ইণ্ডিয়াই এই খেলখনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

নিউয়ৰ্কৰ কঠিন খেলপথাৰত আয়াৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত টিম ইণ্ডিয়াৰ খেলুৱৈসকলৰ মনোবল উচ্চ। একে সময়তে পাকিস্তানে শেষৰখন খেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস তথা মনোবল কিছু হ্ৰাস পাই আছে।

ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন সদায় বিশেষ আৰু সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে এই মেচখনৰ ওপৰত চকু ৰাখে। এই কাৰণে ইয়াক মহামুকবালা তথা হাইভল্টেজ বুলিও কোৱা হয়।

বিশ্বকাপৰ খেলখনত দুয়োটা দলৰ মাজত হোৱা প্ৰতিযোগিতা কেৱল ৰোমাঞ্চকৰ হোৱাই নহয়, একাংশ খেলুৱৈৰ মাজত হোৱা পাৰস্পৰিক যুঁজখনো মজাৰ হ’বলৈ গৈ আছে। আজিৰ খেল খনত বিশেষকৈ ১০ গৰাকী লোকৰ মাজত সংঘৰ্ষ হবলৈ গৈ আছে।

বাবৰ বনাম বুমৰাহ
ক্ৰিকেটত যশপ্ৰীত বুমৰাহৰ বলৰ পৰা বাচিবলৈ সক্ষম হোৱা বেটছমেন খুব কম। বাবৰ আজমৰ নামো ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰি। এতিয়ালৈকে বাবৰৰ উইকেট লোৱা নাই বুমৰাহে। টি-২০ত বুমৰাহৰ বিৰুদ্ধে ১০টা বলত ১৩ ৰান সংগ্ৰহ কৰিছে বাবৰে। এদিনীয়াত তেওঁ ৩৯টা বলত ২২ ৰান সংগ্ৰহ কৰিছে।

ৰিজৱান বনাম আৰ্ছদীপ
মহম্মদ ৰিজৱানে পাৱাৰপ্লেত বেটিং কৰাৰ পিছতো আৰ্ছদীপ সিঙৰ বিৰুদ্ধে ২৩টা বলত মাত্ৰ ২৩ ৰানহে সংগ্ৰহ কৰে। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ মেচতো আৰ্ছদীপে ৰিজৱানক আউট কৰিছিল। এইবাৰো তেওঁ একেধৰণৰ কাম কৰিব বিচাৰিব।

কোহলী বনাম শ্বাহীন আফ্ৰিদী
বেগী বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদীৰ ওপৰত বিৰাটৰ চকু থাকিব। এনে পৰিস্থিতিত প্ৰথম অভাৰতে দুয়োৰে মাজত সংঘৰ্ষ হোৱা দেখা যাব। টি-২০ত বিৰাটে শ্বাহীনৰ বিৰুদ্ধে ২২টা বলত ১৫৫ ৰান ষ্ট্ৰাইক ৰেটত ৩৪ ৰান সংগ্ৰহ কৰিছে।

ৰোহিত বনাম আমিৰ
ৰোহিত শৰ্মাই টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত মহম্মদ আমিৰৰ বিৰুদ্ধে ৭টা বল খেলিছে। এদিনীয়াত ৰোহিতে আমিৰৰ বিৰুদ্ধে ৪৩ ৰান সংগ্ৰহ কৰিছে যদিও ইয়াৰ বাবে তেওঁ ৭১টা বলৰ মুখামুখি হৈছিল। প্ৰাৰম্ভিক অভাৰত বাওঁহাতৰ বেগী বলাৰৰ বিৰুদ্ধে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰোহিতে।

ফাখৰ বনাম কুলদীপ যাদৱ
কুলদীপ যাদৱে প্ৰথমখন মেচত সুযোগ নাপালে যদিও এই মেচত তেওঁ পুনৰ প্ৰত্যাৱৰ্তন কৰিব পাৰে। কুলদীপে পাকিস্তানৰ বিৰুদ্ধে টি-২০ খেলা নাই। কিন্তু এদিনীয়াত তেওঁ ৩৩টা বলত তিনিবাৰকৈ ফখৰক আউট কৰিছে। ফাখৰক বাধা দিবলৈ ভাৰতীয় দলে এই মেচত কুলদীপক সুযোগ দিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket teamIndian Cricket Teamindian teamworld cupWorld Cup 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
Next Post
সূৰ্য-শুক্ৰ-বুধৰ ত্ৰিগ্ৰহী যোগ, ১৫ জুনৰ পৰা গ্লোল্ডেন টাইম আৰম্ভ হ’ব ৪ ৰাশিৰ লোকৰ

সূৰ্য-শুক্ৰ-বুধৰ ত্ৰিগ্ৰহী যোগ, ১৫ জুনৰ পৰা গ্লোল্ডেন টাইম আৰম্ভ হ'ব ৪ ৰাশিৰ লোকৰ

ঘৰৰ তিনি স্থানত ৰাখক এই এবিধ মাত্ৰ সামগ্ৰী, গোটেই জীৱন ধৰি লাভ কৰক সুখ-সমৃদ্ধি

ঘৰৰ তিনি স্থানত ৰাখক এই এবিধ মাত্ৰ সামগ্ৰী, গোটেই জীৱন ধৰি লাভ কৰক সুখ-সমৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.