পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?
অসম লাইভ২৪ঃ পাপৰি বৰা নামৰ এগৰাকী মহিলাই দিয়া এটা ফেছবুক পষ্টৰ পিছতেই ৰাজ্যজুৰি চৰ্চাত প্ৰৱঞ্চক স্বামী দেৱাশীষ সৰকাৰ। মিছা কথাৰে ...















