তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক
অসম লাইভ২৪ঃ সাধাৰণ পাকিস্তানী নাগৰিকৰ একাংশই শুভেচ্ছাবাৰ্তা দিছিল বুধবাৰে সন্ধিয়াই। বুধবাৰে চন্দ্ৰযান-৩ ৰ সফল উৎক্ষেপনৰ পাছতেই পাকিস্তানবাসীয়েও শুভেচ্ছা জনাইছিল ইছৰোক। ...
















