কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?
অসম লাইভ২৪ঃ ২০ জন বিধায়কৰ ঘৰত ১২২ টা AC, প্ৰত্যেকজন বিধায়কৰ কোঠাই কোঠাই ডেৰ টনৰ একো একোটা এচি৷ শেহতীয়াকৈ বিধানসভাৰ ...
















