মেট্ৰিকত ৮৯ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা প্ৰিয়াই নতুন স্কুললৈ যোৱাৰ এমাহ হৈছিলহে মাত্ৰ, এটা পথ দুৰ্ঘটনা থিতাতেই শেষ এটা সম্ভাৱনা
অসম লাইভ২৪ঃ অন্যদিনাৰ দৰে পিতৃৰ স্কুটিত উঠি প্ৰিয়া আৰু তেওঁৰ ভনীয়েক শিক্ষানুষ্ঠানলৈ বুলি ওলাই গৈছিল৷ ঘৰৰ পৰা কিছুদূৰ আগবাঢ়িছিলহে মাত্ৰ৷ ...















