কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
দেশজুৰি ডিজিটেল এৰেষ্টৰ চক্ৰ এক্টিভ হৈ পৰিছে৷ বহুতেই ধন হেৰুৱাই সৰ্বশান্তও হৈছে৷ ডিজিটেল লেনদেনক হাঁথিয়াৰ কৰি ব্যক্তিগত তথ্যও হৰলুকি কৰিছে ...








