• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় স্কুললৈ স্কার্ট পিন্ধি আহে এইখন দেশৰ শিক্ষকে?

কিয় স্কুললৈ স্কার্ট পিন্ধি আহে এইখন দেশৰ শিক্ষকে?

4 years ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

19 mins ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

45 mins ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

1 hour ago
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

2 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

2 weeks ago
কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

2 weeks ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

2 weeks ago
৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

2 weeks ago
শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

2 weeks ago
সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 5, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কিয় স্কুললৈ স্কার্ট পিন্ধি আহে এইখন দেশৰ শিক্ষকে?

editor by editor
June 7, 2021
in বিবিধ
0
কিয় স্কুললৈ স্কার্ট পিন্ধি আহে এইখন দেশৰ শিক্ষকে?
0
SHARES
11.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ স্কুললৈ শিক্ষকে পেণ্ট-শ্বার্ট পিন্ধি অহা দেখিছে৷ কিন্তু পুৰুষ শিক্ষকে স্কার্ট পিন্ধি স্কুললৈ অহা কেতিয়াবা দেখিছেনে। শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। স্পেইনৰ বহু শিক্ষকে স্কুললৈ স্কার্ট পিন্ধি আহে৷ অৱশ্যে ইয়াৰো কাৰণ নথকা নহয়৷ দৰাচলতে স্পেইনৰ বিলবাঅ’ চহৰৰ মিকেল গোমেজ নামৰ এটি ছাত্ৰই স্কার্ট পিন্ধি স্কুললৈ আহিছিল আৰু সেই অপৰাধত ছাত্ৰজনক স্কুলৰ পৰা বর্খাস্ত কৰিছিল৷ স্কুল কর্তৃপক্ষই কৈছিল যে মিকেলৰ মানসিক স্থিতি ঠিক নহয় আৰু তেওঁক এগৰাকী চাইক’লজিষ্টৰ প্ৰয়োজন৷ এই ঘটনাক লৈয়ে বিগত বর্ষৰ ২৭ অক্টোবৰৰ পৰা দেশখনত এক আন্দোলন গঢ়ি উঠিছে৷ এই আন্দোলনৰ নাম হ’ল ‘কাপোৰৰ কোনো লিংগ নাই’৷ আৰু এই ছাত্ৰটিক সমর্থনৰ কাৰণে দেশখনত বহু শিক্ষকে স্কার্ট পিন্ধি স্কুললৈ আহে৷ সম্প্ৰতি ৩৭ বছৰীয়া শিক্ষক ম‍্যানুয়েল অ’র্টেগা আৰু ৩৬ বছৰীয়া শিক্ষক বোর্জা ভেলাজ’কজেও এই আন্দোলনত যোগ দিছে৷ ম‍্যানুয়েল আৰু বোর্জাই শিক্ষকতা কৰা স্কুলখনতো এজন ছাত্ৰই টি-শ্বার্ট পিন্ধি অহাৰ বাবে ছাত্ৰজনক সমলিংগৰ বুলি কৈ ঠাট্টা কৰিছিল আৰু ছাত্ৰজনক ইমানেই লাজ দিয়া হৈছিল যে তেওঁ টি-শ্বার্টটো সলকাবলৈ বাধ‍্য হৈ পৰিছিল৷ এই ঘটনা দেখি ম‍্যানুৱেলে হতবাক হৈ পৰিছিল৷ ইয়াৰ পিছতে ম‍্যানুৱেলে সহকর্মী বোর্জাৰ সৈতে লগ হৈ কিবা এটা কৰাৰ সিদ্ধান্ত লৈছিল৷ আৰু ৰক্ষণশীল লিংগজনিত নিয়মৰ বিৰুদ্ধে যুঁজিবৰ বাবে তেওঁলোকে স্কুলত ক্লাছ কৰিবলৈ স্কার্ট পিন্ধি আহিবলৈ ধৰে৷ এক সাক্ষাৎকাৰত অ’র্টেগাই কয় যে স্কার্ট পিন্ধ ছ’চিয়েল মিডিয়াত সস্তীয়া জনপ্ৰিয়তা অর্জন কৰাৰ মোৰ মন নাই৷ এই পদক্ষেপৰ জৰিয়তে আমি সমাজত সহিষ্ণুতা বৃদ্ধি কৰিব বিচাৰিছো৷ অ’র্টেগাই বাকী লোককো এই অভিযানত ভাগ ল’বলৈ আহ্বান জনায়৷ ইপিনে স্কার্ট পিন্ধাৰ অপৰাধত স্কুলৰ পৰা বর্খাস্ত কৰা ছাত্ৰ মিকেল গোমেজে এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল আৰু কৈছিল যে তেওঁ স্কার্ট পিন্ধি নাৰীবাদ আৰু বহুবচনবাদৰ পক্ষে সমর্থন দেখুৱাব বিচাৰিছিল৷ মিকেলৰ সেই ভিডিঅ’ ভাইৰেল হৈ পৰে আৰু তেওঁৰ সমর্থনত দেশখনৰ বহু শিক্ষক আৰু ছাত্ৰই স্কার্ট পিন্ধি স্কুললৈ আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24teacher skirt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?
জীৱনশৈলী

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

December 5, 2025
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?
জীৱনশৈলী

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

December 5, 2025
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

November 24, 2025
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ
চিনেমা

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

November 24, 2025
Next Post
বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰীয়ে

বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰীয়ে

শিক্ষাতো দেশৰ ভিতৰতে অসমৰ স্থান শেষৰ ফালে

শিক্ষাতো দেশৰ ভিতৰতে অসমৰ স্থান শেষৰ ফালে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.