• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰীয়ে

বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰীয়ে

5 years ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

26 seconds ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

18 minutes ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

1 hour ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

2 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

2 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

3 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

3 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

4 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

5 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

18 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

19 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰীয়ে

editor by editor
June 7, 2021
in অসম, গুৱাহাটী
0
বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰীয়ে
0
SHARES
32.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিবাহ বাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিশেষ টুইট। সোমবাৰে বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই। এই বিশেষ দিনটোত অপৰিসীম বিশ্বাস আৰু ধৈৰ্য্যৰে পাৰ কৰা প্ৰতিটো দিনৰ কথা স্মৰণ কৰিলে ৰিণিকি ভূঞা শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়েও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো। বিবাহৰ পূৰ্বে সেইসময়ৰ প্ৰেমিকাক মুখ্যমন্ত্ৰী হ’ম বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। গভীৰ আত্মবিশ্বাস, কঠোৰ শ্ৰম আৰু মন দৃঢ় হ’লে মানুহ যে এদিন সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পাৰে সেইয়া প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিবাহবাৰ্ষিকী উপলক্ষে টুইটযোগে ৰিণিকি ভূঞা শৰ্মাই কয়, ‘প্ৰকৃতিয়ে দিয়া অপৰিসীম বিশ্বাস আৰু ধৈৰ্য্যৰে পাৰ কৰা প্ৰতিটো দিনেই আমাক শক্তিশালী কৰি তুলিছে, আজি আমি বৈবাহিক জীৱনৰ ২০ বছৰ অতিক্ৰম কৰিলো’।

Believe and patience which nature has given in abundance to us which is making us grow stronger every passing day as we cross our 20 th year of our married lives today pic.twitter.com/zkMKnJaEnp

— RINIKI BHUYAN SHARMA (@rinikibsharma) June 6, 2021

জীৱনৰ প্ৰতিটো খোজতে সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ছাত্ৰাৱস্থাৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ছাঁটোৰ দৰে আছে এসময়ৰ প্ৰেয়সী তথা বৰ্তমানৰ পত্নী ৰিণিকি ভূঞা শর্মা। বিবাহবাৰ্ষিকী উপলক্ষে আজিৰ এই বিশেষ দিনটোত অনুৰাগীয়ে শুভেচ্ছাবাৰ্তাৰে উপচাই দিলে দুয়োগৰাকীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24himanta biswa sharmariniki bhuyan sharmawedding anniversary
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি
অসম

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

September 3, 2026
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?
অসম

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

September 1, 2026
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?
অসম

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

September 1, 2026
Next Post
শিক্ষাতো দেশৰ ভিতৰতে অসমৰ স্থান শেষৰ ফালে

শিক্ষাতো দেশৰ ভিতৰতে অসমৰ স্থান শেষৰ ফালে

যুৱ কংগ্ৰেছীৰ নেতৃত্বত চিকিৎসকক আক্ৰমণ

যুৱ কংগ্ৰেছীৰ নেতৃত্বত চিকিৎসকক আক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.