• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সজাগতাৰ অভাৱ, জীৱনৰ প্ৰথম ঋতুশ্ৰাৱ দেখি ভয়তে কিশোৰীয়ে কৰিলে এনে কাম…

সজাগতাৰ অভাৱ, জীৱনৰ প্ৰথম ঋতুশ্ৰাৱ দেখি ভয়তে কিশোৰীয়ে কৰিলে এনে কাম…

1 year ago
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

11 mins ago
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

31 mins ago
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

1 hour ago
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

4 hours ago
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

5 hours ago
ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

5 hours ago
‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

6 hours ago
খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

7 hours ago
কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

24 hours ago
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

1 day ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

1 day ago
শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে-দুখে, বিপদে-আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে

শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে-দুখে, বিপদে-আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 18, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সজাগতাৰ অভাৱ, জীৱনৰ প্ৰথম ঋতুশ্ৰাৱ দেখি ভয়তে কিশোৰীয়ে কৰিলে এনে কাম…

editor by editor
April 2, 2024 - Updated on April 3, 2024
in ভাৰত
0
সজাগতাৰ অভাৱ, জীৱনৰ প্ৰথম ঋতুশ্ৰাৱ দেখি ভয়তে কিশোৰীয়ে কৰিলে এনে কাম…
0
SHARES
487
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সজাগতাৰ অভাৱ, জীৱনৰ প্ৰথম ঋতুশ্ৰাৱ দেখি ভয়তে কিশোৰীয়ে কৰিলে এনে কাম…

এইখন ভাৰতৰে এক কৰুণ ঘটনা। সজাগতাৰ অভাৱত এগৰাকী কিশোৰীয়ে কৰিলে নকৰিবলগীয়া কাম। জীৱনৰ প্ৰথম ঋতুশ্ৰাৱ দেখি ভয়তে কৰি পেলালে এনে কাম যে এতিয়া হিয়া ঢাকুৰি কান্দিছে পিতৃ-মাতৃয়ে।

মুম্বাইৰ পৰা আহিছে এই খবৰ। শিক্ষদিক্ষাৰে পিছ পৰা অতি দৰিদ্ৰ অঞ্চল মলাড়ৰ পৰা আহিছে এই খবৰ। খবৰ অনুসৰি এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ প্ৰথম ঋতুশ্ৰাৱ অহাৰ পাছতে নিজকে ঘিণ কৰিবলৈ ধৰিছিল।

ঋতুশ্ৰাৱ কি সেই বিষয়ে কোনো জ্ঞানেই নাছিল কিশোৰীৰ। যাৰ বাবে ঋতুশ্ৰাৱৰ প্ৰথমদিনটোত কেৱল নিজৰ শৰীৰটোক আৰু নিজকে ঘিন কৰাৰ কথা কৈ থকিল মাকৰ আগত।

মাকে বুজালে এইয়া সাধাৰণ কথা। ছোৱালীৰ এনে হইয়ে। পাছে কোনোদিনে এই বিষয়ে নুশুনা নজনা, কোনো দিনে বিদ্যালয়ৰ মুখ নেদেখা কিশোৰীয়ে ইমানেই হীনমান্যতাত ভোগে যে, পিছদিনা গ্ৰহন কৰে নিজকে শেষ কৰি দিয়াৰ চৰম সিদ্ধান্ত।

যি ঘটনাই লগে লগে তোলপাৰ লগাই দিয়ে। ঘটনাৰ খবৰ পোনা মাত্ৰেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত এগাৰকী সমাজ সেৱীকাই কোৱা অনুসৰি অঞ্চলটো যদিও মুম্বাইত, তথাপি বহুত পিছপৰা। এনেধৰণৰ শিক্ষা দিবৰ বাবে গ’লেও কোনো মহিলা বা যুৱতী, কিশোৰী ঘৰৰ পৰা ওলাই নাহে। মহিলা সম্পৰ্কীয় কথা ওলালে সকলো দূৰতে থাকে। কোনেও খোলাকৈ কথা পাতিব নিবিচাৰে মহিলাৰ সমস্যাৰ ওপৰত। যাৰেই পৰিণতি এই কিশোৰীৰ মৃত্যু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveFirst PeriodmumbaiSocial Work
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল
ক্ৰীড়া

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

May 18, 2025
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে
জীৱনশৈলী

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

May 18, 2025
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ
বিবিধ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

May 18, 2025
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ
জীৱনশৈলী

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

May 18, 2025
Next Post
কোন কোন জাতক-জাতিকাৰ দিনটো ভাল, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল…

কোন কোন জাতক-জাতিকাৰ দিনটো ভাল, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল...

পুৱাই ৭.৪ প্ৰাৱল্যৰ ভয়ংকৰ ভূমিকম্প, ২৫ বছৰৰ মূৰকত এই ভীষণ ভূইকপ

পুৱাই ৭.৪ প্ৰাৱল্যৰ ভয়ংকৰ ভূমিকম্প, ২৫ বছৰৰ মূৰকত এই ভীষণ ভূইকপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.