অসম লাইভ২৪ঃ জনবসতিপূৰ্ণ এলেকাত যৌনতা বিষয়ক কথাৰ আলোচনা কৰা নহয় বা কৰিব নোৱাৰিও। সন্তানেও মাক বাপেকৰ সন্মুখত এইসমূহ কথা পাতিবলৈ লজ্জাবোধ কৰে। যৌনতাৰ প্ৰসংস আহিলেই বহুলোকেই আলোচনা ত্যাগো কৰে। কিন্তু মানৱ মন এনেকুৱা যে যিসমূহ বিষয়ক লৈ আলোচনা নহয় সেই বিষয়তেই মানুহৰ কৌতুহল বেছি। সম্প্ৰতি সমীক্ষাত পোৱা অনুসৰি যৌনতাক লৈয়ে মানুহৰ কৌতুহল সৰ্বাধিকভাৱে বেছি হয়। কিন্তু কিয় এই বিষয়ক লৈ কৌতুহল বেছি?
সমীক্ষাত পোৱা গৈছে যে নাৰী বিষয়ক কথাসমূহক লৈ পুৰুষৰ কৌতুহল বেছি। এগৰাকী নাৰীৰ যৌনাকাংক্ষা কেনেকুৱা, তেওঁলোকৰ ইচ্ছাৰ কথা কেনেদৰে জানিব পাৰি ইত্যাদি বিষয় বহুতেই গুগলত চাৰ্ছ কৰে। নাৰীয়ে যৌনসুখ কেনেকৈ পায় সেই কথাও জানিব বিচাৰি গুগলত চাৰ্ছ কৰে। বহুতেই আকৌ নাৰীক কেনেদৰে চৰমন সুখ দিব পাৰি সেই বিষয়সমূহো চাৰ্ছ কৰে।
বহুতেই যৌনতাক লৈ সপোন দেখে। স্বপ্নদোষ বহুতৰে প্ৰধান এক সমস্যা। সেই ৰোগৰ বিষয়ে জানিবলৈকো বহুতেই গুগল চাৰ্ছ কৰে। যৌনৰোগক লৈ বহুতৰেই কৌতুহল থাকে। কৌতুহলেই নহয় যৌনৰোগক লৈ ভয়ো আছে একাংশৰ। এই ৰোগৰ বিষয়ে সবিস্তাৰে জানিবলৈকে বহুতেই গুগলত চাৰ্ছ কৰে। যৌন ৰোগৰ সংক্ৰমণ হ’লে নিৰাময় কেনেদৰে কৰিব সেই কথাও বিচাৰি একাংশই গুগলত চাৰ্ছ কৰে। দীঘলীয়া সময়লৈ যৌনসুখ উপভোগৰ পৰামৰ্শ বিচাৰিও গুগলত চাৰ্ছ কৰে।
ইয়াৰোপৰি গৰ্ভনিৰোধক অবিহনে কেনেকৈ সন্তানসম্ভৱা নোহোৱাকৈ মিলন কৰিব পাৰি সেই কথাও বহুতেই গুগলত চাৰ্ছ কৰে। লগতে যৌনজীৱন সুখৰ হ’বৰ বাবে কিমানবাৰ মিলন হোৱাটো দৰকাৰ সেই কথাও বিচাৰি চাৰ্ছ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ