• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম বাঢ়ে গোপনে গোপনে…! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে

প্ৰেম বাঢ়ে গোপনে গোপনে…! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে

1 year ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

1 hour ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

2 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

3 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

4 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

4 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

5 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

6 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

6 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

18 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

19 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেম বাঢ়ে গোপনে গোপনে…! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে

প্ৰেম বাঢ়ে গোপনে গোপনে...! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে

editor by editor
November 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
প্ৰেম বাঢ়ে গোপনে গোপনে…! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম একোজন একোজনৰ জীৱনত গভীৰভাৱে আহে৷ কোনোবাই প্ৰেম যদি ঢোল পিটি জনাই কোনোৱে আকৌ গোপনে প্ৰেম কৰি ভালপায়৷ নিজৰ ভালপোৱাৰ কথা সকলোৰে আগত সহজে প্ৰকাশ কৰিব নোখোজে৷ আৰু বহু লোকে আকৌ প্ৰেমৰ কথাবোৰ অন্যক জনাই খুবেই ভালপায়৷ কাৰোবাৰ প্ৰতি ক্ৰাছ থাকিলেও কোনবোৰ ৰাশিৰ জাতকে প্ৰকাশ নকৰে তাৰ ওপৰত বিশেষ তথ্য দিছে জ্যোতিষশাস্ত্ৰই৷ জানি থওক কোন কোন ৰাশিৰ জাতকে প্ৰেমৰ কথা সহজে প্ৰকাশ নকৰে?

বৃশ্চিক ৰাশি

নিজৰ মনৰ আবেগ কাকোৱেই জানিবলৈ নিদিয়ে বৃশ্চিক ৰাশিৰ জাতকে৷ এওঁলোকে চাৰিওফালে এক ৰহস্যৰ বাতাবৰণ তৈয়াৰ কৰি ৰাখিবলৈ ভালপায়৷ মনৰ কথা অন্যৰ পৰা লুকুৱাই ৰাখি ভালপায় বৃশ্চিকৰ জাতকে৷ কাৰোবাৰ প্ৰেমত পৰিলেও সহজে প্ৰকাশ নকৰে এই ৰাশিৰ জাতকে৷

মকৰ ৰাশি

মনে মনে কাৰোবাৰ প্ৰতি গোপন ক্ৰাছ ৰাখে মকৰ ৰাশিৰ জাতকে৷ কিন্তু অন্যৰ আগত সেইকথা প্ৰকাশ কৰিব নোখোজে৷ ব্যৰ্থতা কেতিয়াও মানি ল’ব নোৱাৰে মকৰ ৰাশিৰ জাতকে৷ যাৰ প্ৰেমত পৰিছে, তেওঁ প্ৰেমত প্ৰস্তাৱত সন্মত হ’বনে এই বিষয়ে নিশ্চিত হ’লেহে এই ৰাশিৰ জাতকে মনৰ কথা প্ৰকাশ কৰে৷

কন্যা ৰাশি

সকলো বিষয় খুটিনাটি চোৱাৰ স্বভাৱ কন্যা ৰাশিৰ জাতকৰ৷ কন্যা ৰাশিৰ জাতক হৈছে এক কথাত পাৰফেকছনিষ্ট৷ সেয়ে কাৰোবাৰ প্ৰেমত পৰিলে তাৰ পূৰ্বেই সকলোবোৰ খুটিনাটি জানি তাৰপিছতহে মনৰ কথা প্ৰকাশ কৰে এওঁলোকে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ যদি কাৰোবাৰ ওপৰত ক্ৰাছ থাকে তেন্তে সেয়া নিজে সহজে কাকোৱেই নজনায়৷ কাক ভালপাই সেয়া সহজে কাকোৱেই নজনাই এই ৰাশিৰ জাতকে৷ প্ৰেমত পৰিলেও গোপনেই ৰাখে সকলো৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক স্বাধীনচিতীয়া আৰু মুক্তমনা৷ প্ৰেমে এওঁলোকৰ জীৱনৰ বন্ধন বুলি ধাৰণা কৰে৷ স্বাধীন জীৱন কটোৱাৰ টানত প্ৰেমত পৰিলেও সহজে প্ৰকাশ কৰিব নোখোজে এওঁলোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

March 21, 2026
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক
বাণিজ্য

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

March 21, 2026
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!
জীৱনশৈলী

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

March 21, 2026
Next Post
২২ গজত নহয় এইবাৰ সাংসৰিক জীৱনৰ সুখবৰ দিলে কে এল ৰাহুলে, সোনকালেই পৰিয়াললৈ আহিব নতুন সদস্য

২২ গজত নহয় এইবাৰ সাংসৰিক জীৱনৰ সুখবৰ দিলে কে এল ৰাহুলে, সোনকালেই পৰিয়াললৈ আহিব নতুন সদস্য

কোন দেশৰ মানুহ শাৰীৰিক চাহিদাৰ ক্ষেত্ৰত অত্যন্ত সুখী? সমীক্ষাৰ অন্তত পোহৰলৈ আহিছে তথ্য

কোন দেশৰ মানুহ শাৰীৰিক চাহিদাৰ ক্ষেত্ৰত অত্যন্ত সুখী? সমীক্ষাৰ অন্তত পোহৰলৈ আহিছে তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.