• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো? সবিশেষ…

3 years ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

45 minutes ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

1 hour ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

2 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

3 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

4 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

5 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো? সবিশেষ…

editor by editor
February 18, 2023
in অসম, বিবিধ, ভাৰত
0
২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো? সবিশেষ…
0
SHARES
12.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আপোনাৰ হাতত পুৰণি দুটকীয়া মুদ্ৰা আছে নেকি? ২টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই লাখপতি হ’ব পাৰিব আপুনি৷ মাত্ৰ ২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই লাভ কৰিব ৫ লাখকৈ টকা৷

কিন্তু পুৰণি মুদ্ৰাৰে কেনেকৈ লাভ কৰিব ধন? বহুতেই প্ৰশ্ন কৰে পুৰণি দুটকীয়াটোৰ বাবে কোনে ইমান ধন খৰচ কৰে৷ আচৰিত যেন লাগিলেও এয়াই সত্য, বহু মানুহৰেই পুৰণি মুদ্ৰা সংগ্ৰহ কৰাৰ চখ থাকে৷ বিভিন্ন দেশৰ প্ৰাচীন মুদ্ৰা সংগ্ৰহ কৰি ৰখাটো বহুতৰেই চখ৷ সেয়ে পুৰণি নোট বা মুদ্ৰা বহুসময়ত নিলামতো উঠে৷ পুৰণি মুদ্ৰা বিচাৰি বহুতেই বিজ্ঞাপনো দিয়ে৷

কিছু বছৰ পূৰ্বে ব্ৰিটিছ শাসন কালত ৰাণী ভিক্টোৰিয়াৰ এটকীয়া ৰূপৰ মুদ্ৰাৰ মুল্য আছিল ২লাখ টকা৷ ১৯১৮ চনত ১টকীয়া ব্ৰিটিছ মুদ্ৰাৰ মূল্য ৯ লাখ টকালৈ বৃ্দ্ধি পাইছিল৷ ই-কমাৰ্চ চাইট কুইক্ৰেই এই মুদ্ৰাবোৰ বিক্ৰী কৰে৷ এই মুদ্ৰাৰ চাহিদা বজাৰতো যথেষ্ট বেছি৷ আপোনাৰ হাতত থকা দুটকীয়া মুদ্ৰাটো কেনেকৈ বিক্ৰী কৰিব তাৰবাবেও আছে কেইবাটাও উপায়৷

আপোনাৰ হাতত যদি ২ টকীয়া মুদ্ৰা আছে তেন্তে Quikr advertising platform-ত অনলাইনযোগে বিক্ৰী কৰিব পাৰিব। এই ৱেবছাইটৰ ক্ৰেতাসকলে মুদ্ৰাটোৰ বাবে মূল্য দিয়ে৷ বৰ্তমান ১৯৯৮ চনৰ ২টকীয়া মুদ্ৰাটো বহু গ্ৰাহকেই বিচাৰি আছে যাৰ বাবে ইয়াৰ ভেল্যু বৃদ্ধি পাইছে৷

কুইক্ৰত ২ টকীয়া মুদ্ৰা বিক্ৰী কৰিবলৈ প্ৰথমে বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ পিছত মুদ্ৰাটোৰ ফটোত ক্লিক কৰি আপলোড কৰিব লাগিব। ফোন নম্বৰ আৰু ইমেইল ঠিকনা দিব লাগিব। এই তথ্যসমূহ ৱেবছাইটটোৱে পোনতে পৰীক্ষা কৰি তাৰ ওপৰত অনুমোদন দিব৷

এই ৱেবচাইটত দুটাকৈ বিকল্প আছে। এই মুদ্ৰা বিক্ৰী কৰিবলৈ ড্ৰপ-ডাউন মেনুৰ পৰা এটা অফাৰ কৰক নিৰ্বাচন কৰিব লাগে। আপুনি মুদ্ৰাটোৰ এখন ফটো তুলি ৱেবচাইটটোত আপলোড কৰিব লাগিব। ৱেবচাইটটোত দিয়া আপোনাৰ ফোন নংটোৰ জৰিয়তে ক্ৰেতাই আপোনাৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
Next Post
বাৰ্ধক্যজনিত কাৰণত পিতৃ অসুস্থ! পুত্ৰৰ দায়িত্ব পালনত ব্যস্ত প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত

কেছলেছ লেনদেনত শীৰ্ষত ভাৰত! বিদেশ মন্ত্ৰীয়ে কৈছে, প্ৰধানমন্ত্ৰী মোদীৰ বাবেই এই সাফল্যৰ মুখ দেখিলে ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন