• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুমাহ পূৰ্বে উচ্চশিক্ষাৰ বাবে পুঞ্চৰ ভাড়াঘৰলৈ আহিছিল! পাকিস্তানৰ বোমাবৰ্ষণত একেলগে প্ৰাণ গ’ল কাশ্মীৰৰ যমজ দুই সন্তানৰ

11 months ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

12 minutes ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

1 hour ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

2 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

3 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

4 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

5 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

6 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

7 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুমাহ পূৰ্বে উচ্চশিক্ষাৰ বাবে পুঞ্চৰ ভাড়াঘৰলৈ আহিছিল! পাকিস্তানৰ বোমাবৰ্ষণত একেলগে প্ৰাণ গ’ল কাশ্মীৰৰ যমজ দুই সন্তানৰ

দুমাহ পূৰ্বে উচ্চশিক্ষাৰ বাবে পুঞ্চৰ ভাড়াঘৰলৈ আহিছিল! পাকিস্তানৰ বোমাবৰ্ষণত একেলগে প্ৰাণ গ’ল কাশ্মীৰৰ যমজ দুই সন্তানৰ

editor by editor
May 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দুমাহ পূৰ্বে উচ্চশিক্ষাৰ বাবে পুঞ্চৰ ভাড়াঘৰলৈ আহিছিল! পাকিস্তানৰ বোমাবৰ্ষণত একেলগে প্ৰাণ গ’ল কাশ্মীৰৰ যমজ দুই সন্তানৰ
0
SHARES
887
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ এমাহ পূৰ্বেই ধুমধামেৰে জন্মদিন পালন কৰা হৈছিল যমজ ভায়েক-ভনীয়েকৰ৷ ১২ বছৰত ভৰি দিছিল যমজ আয়ান আৰু জোয়াই৷ পিতৃ-মাতৃ দুই সন্তানক লৈ সুখী পৰিয়াল আছিল তেওঁলোকৰ৷ কিন্তু এই সুখৰ সংসাৰলৈ হঠাৎ নামি আহিল অমানিশা৷ পাক বোমা বৰ্ষণত একেলগে প্ৰাণ হেৰুৱালে দুই ভাতৃ-ভগ্নীয়ে৷ ভাৰতৰ অপাৰেছন সিন্দূৰৰ পাছতেই সীমান্তবৰ্তী এলেকাত বোমা বৰ্ষণ কৰিছিল পাকিস্তানৰ সেনাই৷ তাতেই ৭মে’ত পাক সেনাই দলিওৱা বোমা আহি পৰে আয়ানৰ পুঞ্চত থকা ভাড়াঘৰৰ কিছু কাষত৷ গুৰুতৰভাৱে আহত অৱস্থাত দুই ভাতৃ-ভগ্নী উদ্ধাৰ হয় যদিও কেইমিনিটৰ ভিতৰতেই মৃত্যুৰ কোলাত ঢলি পৰে৷ কেৱল ভায়েক ভনীয়েকেই নহয় তেওঁলোকৰ পিতৃ ৰামিজ খানো পাক আক্ৰমণত আহত হৈ আজিও হাস্পতালত ভৰ্তি হৈ আছে৷ বোমাই তেওঁৰ যকৃতত গুৰুতৰ ক্ষতি কৰিছে বুলি জনাইছে৷ জম্মুৰ হাস্পতালৰ আই চিইউত ৰখা হৈছে তেওঁক৷ একেধৰণেই আক্ৰমণত মৃত্যু হৈছে তেওঁৰ খুৰাক খুৰীয়েকৰো৷ নিজৰ দুই সন্তান, ভাতৃ আৰু ভাতৃবধুৰ মৃত্যুৰ খবৰ এতিয়াও পোৱা নাই ৰামিজে৷ আয়ান আৰু জোয়াৰৰ মাতৃ উৰ্ষা খানেও দুই সন্তানৰ মৃত্যুৰ পাছত কথা কোৱাৰ শক্তি হেৰুৱাইছে৷

স্থানীয় সূত্ৰৰ পৰা জনা গৈছে যে মাত্ৰ দুমাহ পূৰ্বে সন্তানৰ উচ্চশিক্ষাৰ বাবে পুঞ্চত আহিছিল ৰামিজ আৰু তেওঁৰ পত্নী৷ ৰামিজৰ ঘনিষ্ঠ দুই আত্মীয় ছোহেল আৰু মাৰিয়া খানে কয়, ‘পাক আক্ৰমণত গুৰুতৰভাৱে আঘাত পাইছিল দুই সন্তানে৷ পেট আৰু নাড়ীও বাহিৰলৈ ওলাই আহিছিল আয়ানৰ৷’ আত্মীয় আন এগৰাকীয়ে কয়, ‘আমি আশা কৰিছিলো আয়ান হয়তো বাচি যাব৷ কিন্তু কেইমিনিটৰ ভিতৰতেই তাৰো মৃত্যু হয়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
Next Post
নগ্নতা নিষিদ্ধ! কাঁৰ উৎসৱৰ ৰঙা দলিচাত খোজ দিবলৈ এইবাৰ মানিব লাগিব কি কি নিৰ্দেশনা?

দিগভ্ৰান্ত হয়, সামগ্ৰী কৰোবাত থৈ পাহৰি যায়? সাৱধান, মাৰণৰোগৰ প্ৰাথমিক লক্ষণ এয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন