• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিগভ্ৰান্ত হয়, সামগ্ৰী কৰোবাত থৈ পাহৰি যায়? সাৱধান, মাৰণৰোগৰ প্ৰাথমিক লক্ষণ এয়া

দিগভ্ৰান্ত হয়, সামগ্ৰী কৰোবাত থৈ পাহৰি যায়? সাৱধান, মাৰণৰোগৰ প্ৰাথমিক লক্ষণ এয়া

1 year ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 minutes ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

32 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

1 hour ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

2 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

2 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

2 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

4 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

4 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

6 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

7 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

8 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিগভ্ৰান্ত হয়, সামগ্ৰী কৰোবাত থৈ পাহৰি যায়? সাৱধান, মাৰণৰোগৰ প্ৰাথমিক লক্ষণ এয়া

দিগভ্ৰান্ত হয়, সামগ্ৰী কৰোবাত থৈ পাহৰি যায়? সাৱধান, মাৰণৰোগৰ প্ৰাথমিক লক্ষণ এয়া

editor by editor
May 14, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
দিগভ্ৰান্ত হয়, সামগ্ৰী কৰোবাত থৈ পাহৰি যায়? সাৱধান, মাৰণৰোগৰ প্ৰাথমিক লক্ষণ এয়া
0
SHARES
765
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আলঝাইমাৰ্ছ ৰোগ এতিয়া দেশত বাঢ়ি অহা এক ব্যাধি৷ নিউৰোডিজেনেৰেটিভ ব্যাধি যিয়ে মস্তিষ্কৰ কোষসমূহক ক্ষতি কৰে আৰু স্মৃতিশক্তি চিন্তাভাৱনা আৰু আচৰণগত সমস্যাৰ সৃষ্টি কৰে৷ সময়ৰ সৈতে এই ৰোগৰ লক্ষণ বাঢ়ি থাকে আৰু দৈনন্দিন জীৱনযাত্ৰাক মাৰাত্মকভাৱে প্ৰভাৱিত কৰে৷ সেয়ে আলঝাইমাৰ্ছ ৰোগৰ প্ৰাথমিক লক্ষণসমূহ চিনাক্ত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ কাৰণ দ্ৰুত ৰোগ নিৰ্ণয় আৰু সঠিক চিকিৎসাৰ মাধ্যমেৰে এই ৰোগৰ অগ্ৰগতি কিছুপৰিমাণে কমাব পাৰি৷

আধুনিক গৱেষণা অনুসৰি দিশ পাহৰি যোৱা বা স্থানিক স্মৃতিভ্ৰংশ আলঝাইমাৰ্ছ ৰোগৰ এক গুৰুত্বপূৰ্ণ প্ৰাথমিক লক্ষণ৷ মস্তিষ্কৰ যি অংশসমূহে দিশ নিৰ্দেশনা বা স্মৃতিশক্তিৰ বাবে দায়ী যেনে হিপ্পোকেম্পাছ আৰু পেৰিটেল লোব, আলঝাইমাৰ্ছ ৰোগৰ প্ৰাথমিক পৰ্যায়ত সেইসমূহ ক্ষতিগ্ৰস্থ হয়৷ ইয়াৰ ফলত ৰোগী পৰিচিত স্থানতেই হেৰাই যাব পাৰে৷ ৰাস্তা চিনি পোৱাত সমস্যা আহিব পাৰে৷

মাজে মাজে কোনো পৰিচিত ৰাস্তা পাহৰি যোৱা বা ক’ত কি সামগ্ৰী থৈছে সেয়া মনত ৰাখিব নোৱৰাৰ দৰে লক্ষণে দেখা দিয়ে৷ বিশেষকৈ ক্লান্তি বা মানসিক চাপৰ সময়ত এনে হ’ব পাৰে৷ কিন্তু যদি কোনোৱে ঘনে ঘনে পৰিচিত স্থানতেই হেৰাই যায় বা ঘৰৰ ৰাস্তা চিনি পোৱাত অসুবিধা বোধ কৰে, মানচিত্ৰ বা দিশনিৰ্দেশনা বুজাত সমস্যাত পৰে, অথৱা স্থান সম্পৰ্কে বাৰে বাৰে বিভ্ৰান্ত হয় তেতিয়া আলঝাইমাৰ্ছৰ সেয়া প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ এই ক্ষেত্ৰত দ্ৰুত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

এই লক্ষণসমূহৰ ওপৰিও এই ৰোগৰ আৰু কেইবাটাও উপসৰ্গ আছে-

  • স্মৃতিভ্ৰংশঃ বিশেষকৈ সাম্প্ৰতিক ঘটনা বা তথ্য পাহৰি যোৱা৷
  • দৈনন্দিন কাম সম্পাদনত অসুবিধাঃ পৰিচিত কাম, যেনে ৰন্ধন কৰা বা পোছাক পিন্ধাত সমস্যা হোৱা৷
  • ভাষা ব্যৱহাৰত সমস্যাঃ সঠিক শব্দ বিচাৰি পোৱা বা বাক্য গঠন কৰাত অসুবিধা৷
  • সময় আৰু স্থান সম্পৰ্কে বিভ্ৰান্তিঃ তাৰিখ, ঋতু বা পৰিচিত স্থান পাহৰি যোৱা৷
  • বিচাৰ বা সিদ্ধান্ত গ্ৰহণত দুৰ্বলতাঃ ভুল সিদ্ধান্ত লোৱা বা অযৌক্তিক আচৰণ কৰা৷
  • মনোযোগ আৰু পৰিকল্পনা কৰাত সমস্যাঃ একোতেই মনোযোগ ধৰি ৰাখিব নোৱৰা, বা পৰিকল্পনা অনুসৰি কাম কৰাত অসুবিধা৷
  • সামগ্ৰী ভুল স্থানত ৰখাঃ সামগ্ৰী অস্বাভাৱিক স্থানত থৈ পাহৰি যোৱা৷
  • মেজাজ আৰু ব্যক্তিত্বত পৰিবৰ্তনঃ খিংখিঙীয়া মেজাজ, উদ্বেগ, বিষণ্ণতা বা অসামাজিক আচৰণ দেখা পোৱা৷

এই সমস্যাসমূহে দেখা দিলে অৱহেলা নকৰি দ্ৰুত চিকিৎসকৰ শৰণাপন্ন হোৱা উচিত৷ প্ৰাথমিক পৰ্যায়ত ৰোগ চিনাক্ত কৰিব পাৰিলে উপযুক্ত ব্যৱস্থাপনা আৰু সহায়তাৰ মাধ্যমৰে ৰোগীৰ জীৱনযাত্ৰাৰ মান উন্নত কৰা আৰু ৰোগৰ তীব্ৰতা কমোৱা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

September 12, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

September 12, 2026
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক
জীৱনশৈলী

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

September 12, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
Next Post
যৌ* ক্ষমতা কমাই দিয়ে, পুৰুষৰ ক্ষেত্ৰত আহে কেইবাটাও সমস্যা, আপুনিও এই সমস্যাত ভূগিছে, ইয়াৰ আঁৰত কি?

যৌ* ক্ষমতা কমাই দিয়ে, পুৰুষৰ ক্ষেত্ৰত আহে কেইবাটাও সমস্যা, আপুনিও এই সমস্যাত ভূগিছে, ইয়াৰ আঁৰত কি?

ৰাজ্যত আকৌ হত্যাকাণ্ড! বোৱাৰীয়েকৰ পৰকীয়া প্ৰেমিকেই কাঢ়িলে নেকি শাহুৱেক ফুলেশ্বৰীৰ জীৱন?

ৰাজ্যত আকৌ হত্যাকাণ্ড! বোৱাৰীয়েকৰ পৰকীয়া প্ৰেমিকেই কাঢ়িলে নেকি শাহুৱেক ফুলেশ্বৰীৰ জীৱন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.