• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগ্নতা নিষিদ্ধ! কাঁৰ উৎসৱৰ ৰঙা দলিচাত খোজ দিবলৈ এইবাৰ মানিব লাগিব কি কি নিৰ্দেশনা?

নগ্নতা নিষিদ্ধ! কাঁৰ উৎসৱৰ ৰঙা দলিচাত খোজ দিবলৈ এইবাৰ মানিব লাগিব কি কি নিৰ্দেশনা?

1 year ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

3 minutes ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

12 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

13 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

13 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

14 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

15 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

16 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

17 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

17 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

19 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

19 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নগ্নতা নিষিদ্ধ! কাঁৰ উৎসৱৰ ৰঙা দলিচাত খোজ দিবলৈ এইবাৰ মানিব লাগিব কি কি নিৰ্দেশনা?

নগ্নতা নিষিদ্ধ! কাঁৰ উৎসৱৰ ৰঙা দলিচাত খোজ দিবলৈ এইবাৰ মানিব লাগিব কি কি নিৰ্দেশনা?

editor by editor
May 13, 2025
in জীৱনশৈলী, ফেশ্বন
0
নগ্নতা নিষিদ্ধ! কাঁৰ উৎসৱৰ ৰঙা দলিচাত খোজ দিবলৈ এইবাৰ মানিব লাগিব কি কি নিৰ্দেশনা?
0
SHARES
470
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰম্ভণিৰ পূৰ্বেই বিতৰ্কত ৭৮ তম কাঁ চলচ্চিত্ৰ উৎসৱ৷ ভাৰতীয় সময় অনুসৰি মঙলবাৰে নিশা অৰ্থাৎ কিছুসময় পূৰ্বে আৰম্ভ হৈছে এই উৎসৱ৷ কিন্তু তাৰ পূৰ্বেই উৎসৱ কৰ্তৃপক্ষই ৰঙা দলিচাত নগ্নতা নিষিদ্ধ ঘোষণা কৰিছে৷ যি বিশ্বব্যাপী চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টিও কৰিছে৷

২৪টা চিৰি আৰু ৬০মিটাৰ দীৰ্ঘ ৰঙা দলিচাত খোজ কাঢ়িবলৈ প্ৰতিবছৰে আশাৰে ৰৈ থাকে চলচ্চিত্ৰ জগতৰ তাৰকাসকল৷ সেই দলিচাতেই বিভিন্ন বিতৰ্কৰো সূত্ৰপাত হয়৷ এই বিতৰ্কই কাৰোবাক যদি আগুৱাই নিয়ে কাৰোবাৰ কেৰিয়াৰো অন্ত পেলায়৷ কাঁ উৎসৱ কৰ্তৃপক্ষই এইবাৰৰ উৎসৱৰ অতিথিসকলৰ বাবে এক নিৰ্দেশিকা প্ৰৱেশ কৰিছে৷ তাতেই কোৱা হৈছে উৎসৱত নগ্ন পোছাকত প্ৰৱেশ কৰিব নোৱাৰিব৷ ইয়াৰোপৰি ৰেড কাৰ্পেটত কোনো দীৰ্ঘ ফ্ৰিলযুক্ত পোছাক পিন্ধিবও নোৱাৰিব৷ উৎসৱ কৰ্তাসকলৰ দাবী, এই ধৰণৰ পোছাক পিন্ধিলে কৰ্তব্যৰত কৰ্মীসকলৰ ভীৰ নিয়ন্ত্ৰণত অসুবিধা হয়৷ ইয়াৰোপৰি লুমিয়েৰ গ্ৰেণ্ড থিয়েটাৰত প্ৰৱেশৰ বাবেও একাধিক নিৰ্দেশিকা জাৰি কৰা হৈছে৷ সম্পূৰ্ণ বিষয়টোৰ নেপথ্যত ছাফাই হিচাপে উৎসৱৰ প্ৰতিষ্টানিকতা আৰু ফৰাচি আইনৰ কথা উল্লেখ কৰিছে কৰ্তাসকলে৷

পূৰ্বৰ কাঁ ফেষ্টিভেলত তাৰকাসকলে নগ্ন পোছাক পৰিধান কৰি প্ৰৱেশ কৰাক লৈ একাধিক বিতৰ্ক আছে৷ ২০২২ চনত উৎসৱত এগৰাকী মহিলাই ইউক্ৰেইনৰ সমৰ্থনত পোছাক খুলি নগ্ন হৈছিল যাক লৈ বিতৰ্ক হৈছিল৷ চলিত বছৰতেই গ্ৰেমী পুৰস্কাৰ অনুষ্ঠানত ৰেড কাৰ্পেটত সাহসী পোছাকেৰে খোজ দিছিল সংগীতশিল্পী কাইনে ৱেষ্টাৰৰ পত্নী বিয়াংকা চেঞ্চৰিয়ে৷ চিট ড্ৰেছত আলোকচিত্ৰশিল্পীৰ সন্মুখত বিয়াংকাৰ নগ্নতা দেখা গৈছিল৷ তাৰপাছতেই বিশ্বজুৰি ৰেড কাৰ্পেট নিউডিটি চৰ্চাত আছে৷

বিশ্বৰ অন্যতন কঠোৰ ৰঙা দলিচা হৈছে কাঁ ফেষ্টিভেলৰ দলিছা৷ পূৰ্বে এই কাঁৰ ৰঙা দলিচাত ভৰি থবলৈ একাধিক নিয়ম মানিব লাগিছিল৷ যেনে ২০১৫ চনত কাঁৰ দলিচাত তাৰকাই ছেলফী তোলাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল৷ এইবাৰ নগ্নতাৰ দিশটোক বিশেষ গুৰুত্ব দিছে৷ কাঁ চলচ্চিত্ৰ উৎসৱত বিশ্ব চিনেমাৰ প্ৰথম শাৰীৰ তাৰকাসকল আহে৷ উৎসৱৰ ৰেড কাৰ্পেটত খোজ কঢ়া অতিথিৰ পোছাকো বহু পূৰ্বেই তৈয়াৰ কৰে পোছাকশিল্পীসকলে৷ সেয়ে শেষ মুহূৰ্তত অহা এই ঘোষণাই চিন্তাত পেলাইছে বহু শিল্পীক৷

কাঁ’ ৰ দলিচাত খোজ দিবলৈ কি কি নিয়ম মানিব লাগিব?

  • ৰঙা দলিচাত তাৰকাসকলে ছেলফি তুলিব নোৱাৰিব৷
  • প্ৰেক্ষাগৃহৰ ভিতৰত মোবাইল ফোন লৈ প্ৰৱেশ নিষিদ্ধ৷
  • কাঁ’ৰ ৰঙা দলিচাত স্মাৰ্ট কেজুৱেল নিষিদ্ধ৷ পুৰুষৰ ক্ষেত্ৰত টাক্সেডো ফেশ্ব্যন বাধ্যতামূলক৷ অৰ্থাৎ পিন্ধিব লাগিব কলা বা গাঢ় নীলা ৰঙৰ ছেটিনৰ লেপেলযুক্ত কোট, বগা চাৰ্ট, কলা ট্ৰাউজাৰ্ছ৷ ডিঙিত বো টাই৷
  • মহিলাই তেওঁলোকৰ ইচ্ছামতে পোছাক পিন্ধিব পাৰিব৷ কিন্তু চলিত বছৰত নগ্নতা নিষিদ্ধ কৰা হৈছে৷ ইয়াৰোপৰি অতিথিসকলক দীৰ্ঘ ফ্ৰিলযুক্ত কোনো পোছাক পিন্ধা নিষেধ কৰা হৈছে৷
  • ৰঙা দলিচাত পোছাকৰ সৈতে মিলা জোঁতা পিন্ধিব লাগিব৷ খালী ভৰিত প্ৰৱেশ নিষেধ৷
  • পোছাকৰ সৈতে আনুসংগিক ফেশ্ব্যনৰ ক্ষেত্ৰত কোনো বিধিনিষেধ নাই৷ ইয়াৰ সৈতে কোনো টোট বেগ বা ডাঙৰ বেগ লৈ প্ৰেক্ষাগৃহত প্ৰৱেশ নিষেধ৷

উল্লেখ্য যে প্ৰত্যেক বছৰ ভাৰতৰ পৰাও একাধিক তাৰকাই কাঁৰ দলিচাত খোজ দিয়ে৷ চলিব বছৰতো এই ৰঙা দলিচাত খোজ দিব ঐশ্বৰ্য ৰায় বচ্চন, আলিয়া ভাট্ট, শৰ্মিলা ঠাকুৰ, কৰণ জোহাৰ, জাহ্নৱী কাপূৰ, চিমি গাঢ়েৱাল প্ৰমুখ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!
জীৱনশৈলী

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

August 17, 2026
Next Post
দিগভ্ৰান্ত হয়, সামগ্ৰী কৰোবাত থৈ পাহৰি যায়? সাৱধান, মাৰণৰোগৰ প্ৰাথমিক লক্ষণ এয়া

দিগভ্ৰান্ত হয়, সামগ্ৰী কৰোবাত থৈ পাহৰি যায়? সাৱধান, মাৰণৰোগৰ প্ৰাথমিক লক্ষণ এয়া

যৌ* ক্ষমতা কমাই দিয়ে, পুৰুষৰ ক্ষেত্ৰত আহে কেইবাটাও সমস্যা, আপুনিও এই সমস্যাত ভূগিছে, ইয়াৰ আঁৰত কি?

যৌ* ক্ষমতা কমাই দিয়ে, পুৰুষৰ ক্ষেত্ৰত আহে কেইবাটাও সমস্যা, আপুনিও এই সমস্যাত ভূগিছে, ইয়াৰ আঁৰত কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.