• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণাপুৰত উগ্ৰমূৰ্তি অবৈধ বেদখলকাৰীৰ, হাতে হাতে লাঠী লৈ খেদি আহিল আৰক্ষী-প্ৰশাসনক

সোণাপুৰত উগ্ৰমূৰ্তি অবৈধ বেদখলকাৰীৰ, হাতে হাতে লাঠী লৈ খেদি আহিল আৰক্ষী-প্ৰশাসনক

2 years ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

14 minutes ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

43 minutes ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

1 hour ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

2 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

6 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

7 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

8 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

8 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

9 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

9 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

17 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সোণাপুৰত উগ্ৰমূৰ্তি অবৈধ বেদখলকাৰীৰ, হাতে হাতে লাঠী লৈ খেদি আহিল আৰক্ষী-প্ৰশাসনক

editor by editor
September 12, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
সোণাপুৰত উগ্ৰমূৰ্তি অবৈধ বেদখলকাৰীৰ, হাতে হাতে লাঠী লৈ খেদি আহিল আৰক্ষী-প্ৰশাসনক
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোণাপুৰত উগ্ৰমূৰ্তি অবৈধ বেদখলকাৰীৰ, হাতে হাতে লাঠী লৈ খেদি আহিল আৰক্ষী-প্ৰশাসনক

সোণাপুৰৰ কচুতলীত  আজি ভয়ংকৰ ঘটনা। অবৈধ বেদখলকাৰীয়ে ধাৰণ কৰিলে উগ্ৰমূৰ্তি ।

উচ্ছেদিত‌ই হাতে হাতে লাঠী-জোং লৈ খেদি আহি  আক্ৰমণ কৰিলে আৰক্ষী প্ৰশাসনৰ লোকক। লগতে ভাঙিলে আৰক্ষীৰ বাহন।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ-অৰ্ধ সামৰিক বাহিনীৰ শূণ্যলৈ গুলীচালনা।

উচ্ছেদিতৰ ৰুদ্ৰ ৰূপ দেখি অৱশেষত পলায়ন কৰিবলৈ বাধ্য হয় আৰক্ষী প্ৰশাসনৰ লোক।

উল্লেখ্য যে, বিগত চাৰিদিন ধৰি সোণাপুৰৰ কচুতলীত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছিল উচ্ছেদ অভিযান।

প্ৰথম তিনিদিন শান্তিপূৰ্ণভাৱে উচ্ছেদ চলা বাবে  আজি বিশাল বাহিনী লৈ প্ৰৱেশ কৰা নাছিল প্ৰশাসনৰ লোক। যাৰ সুবিধা লয় অবৈধ বেদখলকাৰীয়ে।

কথমপি প্ৰাণ ৰক্ষা প্ৰশাসনিক কেইবাগৰাকীও বিষয়াৰ। কিন্তু এই আক্ৰমণত আহত হৈছে সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে অন্য আৰক্ষীৰ লোক তথা বিষয়াও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamguwahatisonapurSonapur Eviction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?
অসম

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

October 28, 2026
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ
অপৰাধ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

October 28, 2026
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?
অসম

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

October 28, 2026
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল
অসম

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

October 28, 2026
Next Post
অতিকে কৰুণ, ৪০০ বছৰীয়া পুৰণি দেৱাল খহি ৭ লোকে হেৰুৱালে প্ৰাণ, ৫গৰাকী একেটা পৰিয়ালৰ

অতিকে কৰুণ, ৪০০ বছৰীয়া পুৰণি দেৱাল খহি ৭ লোকে হেৰুৱালে প্ৰাণ, ৫গৰাকী একেটা পৰিয়ালৰ

হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখা নিষিদ্ধ এইখন মুছলিম প্ৰধান দেশত

হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখা নিষিদ্ধ এইখন মুছলিম প্ৰধান দেশত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.