• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী

১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী

2 years ago
এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

56 minutes ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

2 hours ago
শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

4 hours ago
বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

4 hours ago
ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

5 hours ago
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

5 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

2 days ago
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

2 days ago
২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

2 days ago
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, January 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী

editor by editor
January 10, 2024
in প্ৰযুক্তি, ভাৰত
0
১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী
0
SHARES
12.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশত ডিজিটেল পেমেণ্টৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি হৈছে। মূলত UPIৰ প্ৰচলনৰ পাছৰে পৰাই অনলাইন লেনদেন বহু সহজ হৈ পৰিছে। UPI ৰে ঘৰত বহিয়েই টকা পঠিওৱা পদ্ধতি সহজ হৈ পৰিছে। আনকি নিৰ্দিষ্ট চৰ্তৰ ভিত্তিত অফলাইনেৰেও পেমেণ্ট কৰা সম্ভৱ। বিগত ৩-৪ বছৰ ধৰি দেশত UPI লেনদেনৰ হাৰ ব্যাপকৰূপত বৃদ্ধি পাইছে। সম্প্ৰতি ২০২৪ চনত UPIত কেইবাটাও সালসলনি হৈছে। জানি থওক UPI লেনদেনৰ সীমা কিমান বৃদ্ধি পাইছে?

নেশ্ব্যনেল পেমেণ্টছ কৰ্পৰেশ্ব্যন অফ ইণ্ডিয়া বা NPCIয়ে ১০ জানুৱাৰীৰ পৰা হাস্পতাল আৰু শিক্ষাক্ষেত্ৰৰ লেনদেনৰ বাবে নিৰ্ধাৰিত সীমা ৫ লাখ টকা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিৰ্দেশ মানিয়েই এই সিদ্ধান্ত লৈছে NPCIয়ে। ইয়াৰ অৰ্থ এয়াই যে গ্ৰাহকে UPIৰ মাধ্যমেৰে হাস্পতালৰ চিকিৎসা বিল বা শিক্ষা ক্ষেত্ৰৰ কোনো বিল পৰিশোধ কৰিবলৈ ৫ লাখ পৰ্যন্ত ধন UPIৰে দিব পাৰিব। এই সালসলনিৰ প্ৰধান কাৰণ হৈছে চিকিৎসা ক্ষেত্ৰত খৰচৰ পৰিমান বৃদ্ধি পাইছে। শিক্ষা ক্ষেত্ৰতো একেই দশা। এই পৰিস্থিতিত এই দুই ক্ষেত্ৰৰ UPI লিমিট বৃদ্ধিৰ বাবে আহ্বান জনাইছিল প্ৰায়সংখ্যক লোকেই।

নিষ্ক্ৰিয় UPI আই ডি এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব
নেশ্ব্যনেল পেমেণ্টছ কৰ্পৰেশ্ব্যন অফ ইণ্ডিয়াই ২০২৪ চনৰ আৰম্ভণিৰে পৰা বহু নিষ্ক্ৰিয় UPI আই ডি বন্ধ কৰি দিছে। এক বা একাধিক বছৰ ধৰি নিষ্ক্ৰিয় হৈ থকা UPI আই ডিসমূহ ব্লকো কৰি দিয়া হৈছে। ১ জানুৱাৰীৰ পৰা নিষ্ক্ৰিয় আই ডিৰ পৰা পেমেণ্ট কৰিব নোৱাৰিব ব্যৱহাৰকাৰীয়ে। পুনৰ একাউণ্ট এক্টিভ কৰিলেহে UPI পেমেণ্ট কৰিব পাৰিব নিষ্ক্ৰিয় আইডিৰ পৰা।

UPI জালিয়াতি দূৰ কৰিবলৈকে কেন্দ্ৰই এই নিয়ম তৈয়াৰ কৰিছে। UPIৰে প্ৰথম পেমেণ্টৰ সময়ত কোনো এজন ব্যক্তিয়ে ২০০০টকাতকৈ বেছি লেনদেন কৰিব নোৱাৰিব। ইয়াৰোপৰি UPI ৰে অচিনাকী একাউণ্টলৈ পেমেণ্ট কৰাৰ সময়ত ৪ঘণ্টাতকৈ বেছি সময় লাগিব পাৰে। অৱশ্যে এই দুটা প্ৰস্তাৱ এতিয়াও কাৰ্যকৰী হোৱা নাই।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি
জীৱনশৈলী

এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

January 5, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

January 5, 2026
ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ
জীৱনশৈলী

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

January 5, 2026
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?
জীৱনশৈলী

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

January 5, 2026
Next Post
বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?

বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?

আৰম্ভণিতেই কেণা লাগিল! ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি নিদিলে মণিপুৰ চৰকাৰে

আৰম্ভণিতেই কেণা লাগিল! 'ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি নিদিলে মণিপুৰ চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.