• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৩ বছৰে বঢ়া নাই দৰমহা, আমেৰিকাৰ প্ৰেছিডেণ্টৰ দৰমহা কিমান? কি কি পৃথক সুবিধা লাভ কৰে?

1 year ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

17 minutes ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

36 minutes ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

1 hour ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

2 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

4 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

21 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

22 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৩ বছৰে বঢ়া নাই দৰমহা, আমেৰিকাৰ প্ৰেছিডেণ্টৰ দৰমহা কিমান? কি কি পৃথক সুবিধা লাভ কৰে?

২৩ বছৰে বঢ়া নাই দৰমহা, আমেৰিকাৰ প্ৰেছিডেণ্টৰ দৰমহা কিমান? কি কি পৃথক সুবিধা লাভ কৰে?

editor by editor
November 6, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
২৩ বছৰে বঢ়া নাই দৰমহা, আমেৰিকাৰ প্ৰেছিডেণ্টৰ দৰমহা কিমান? কি কি পৃথক সুবিধা লাভ কৰে?
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডনাল্ড ট্ৰাম্প নে কমলা হেৰিছ হ’ব আমেৰিকাৰ পৰবৰ্তী প্ৰেছিডেণ্ট? ৪৭সংখ্যক প্ৰেছিডেণ্ট হিচাপে কোনে হোৱাইট হাউছত ভৰি থ’ব সেয়া আৰু কিছু সময়ৰ পাছতেই স্পষ্ট হ’ব৷ কিছুসময়ৰ পাছতেই বিশ্বই জানিব কোন হ’ব প্ৰথম বিশ্বৰ দেশ আমেৰিকাৰ প্ৰেছিডেণ্ট৷ হোৱাইট হাউছৰ গাদীত বহি কিমান দৰমহা লাভ কৰে এজন প্ৰেছিডেণ্টে? কি কি বিশেষ সুবিধা লাভ কৰে প্ৰেচিডেণ্ট এগৰাকীয়ে?

সূত্ৰৰ খবৰ অনুসৰি আমেৰিকাৰ প্ৰেছিডেণ্টে বাৰ্ষিক ৪লাখ মাৰ্কিন ডলাৰ দৰমহা লাভ কৰে৷ ভাৰতীয় মুদ্ৰাত সেয়া প্ৰায় ৩কোটি ৩৬লাখ টকা৷ আমেৰিকাৰ প্ৰেছিডেণ্টৰ দৰমহা শেষবাৰ বাঢ়িছিল ২৩ বছৰ পূৰ্বে৷ প্ৰাক্তন প্ৰেছিডেণ্ট জৰ্জ বুছৰ আমোলত বৃদ্ধি পাইছিল দৰমহা৷ দুই দশক দৰমহা নাবাঢ়িলেও এতিয়াও অন্য দেশৰ তুলনাত আমেৰিকাৰ প্ৰেছিডেণ্টৰ দৰমহা বেছি৷

আমেৰিকাৰ প্ৰেছিডেণ্টে বছৰত ৪লাখ মাৰ্কিন ডলাৰ দৰমহা পায়৷ ভাৰতীয় মুদ্ৰাত যি প্ৰায় ৩ কোটি ৩৬লাখ টকাৰ সমান৷ এই মূল দৰমহাৰ সৈতে প্ৰতি বছৰে দফতৰৰ কাম চলাবৰ বাবে অতিৰিক্ত ৪২ লাখ ভাট্টা হিচাপে পায় মাৰ্কিন প্ৰেছিডেণ্টে৷ ইয়াৰোপৰি প্ৰত্যেকবাৰ নতুন প্ৰেছিডেণ্ট হিচাপে যিয়ে দায়িত্ব লয় তেওঁ ঘৰ আৰু অফিচ সজোৱাৰ বাবে প্ৰাথমিক খৰচৰ বাবদ এককালীন ১ লাখ ডলাৰ পায়৷ ভাৰতীয় মুদ্ৰাত যি ৮৪ লাখ টকাৰ সমান৷

এই টকাৰে প্ৰেছিডেণ্টৰ বাসভৱন হোৱাইট হাউছক সজোৱা, প্ৰয়োজন অনুযায়ী সংস্কাৰৰ কামত খৰচ কৰিব পাৰে নতুন প্ৰেছিডেণ্টে৷ আমেৰিকাৰ প্ৰথম প্ৰেছিডেণ্ট জৰ্জ ৱাছিংটনৰ দৰমহা আছিল বছৰি ২০০০ হাজাৰ ডলাৰ৷ যি অষ্টদশ শতাব্দীৰ নিৰিখত যথেষ্টই মোটা অৰ্থ৷ ইয়াৰ পাছত সময়ৰ সৈতে মাৰ্কিন প্ৰেছিডেণ্টৰ দৰমহাও বাঢ়িছে৷ শেষবাৰ ২০০১ চনত জৰ্জ ডব্লিউ বুছৰ আমোলত প্ৰেছিডেণ্টৰ দৰমহা বাঢ়ি বছৰি চাৰি লাখ ডলাৰ কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

April 15, 2026
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?
জীৱনশৈলী

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

April 15, 2026
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন
জীৱনশৈলী

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
Next Post
পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক কেনেকৈ?

KKR ৰ পৰা ১৩ কোটি টকা পায়েই ৰিংকুৱে সলালে ঘৰ! আলিগড়ত কিনিলে বিলাসবহুল বাংলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন