• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ জোঁৱাই ভেন্স আজি ভাৰতলৈ, মোদীৰ সৈতে আলোচনা

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ জোঁৱাই ভেন্স আজি ভাৰতলৈ, মোদীৰ সৈতে আলোচনা

1 year ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

29 minutes ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

3 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

4 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

4 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

5 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

5 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

6 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

6 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

6 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

7 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ জোঁৱাই ভেন্স আজি ভাৰতলৈ, মোদীৰ সৈতে আলোচনা

editor by editor
April 21, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ জোঁৱাই ভেন্স আজি ভাৰতলৈ, মোদীৰ সৈতে আলোচনা
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ জোঁৱাই ভেন্স আজি ভাৰতলৈ, মোদীৰ সৈতে আলোচনা

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ২১ এপ্ৰিল সোমবাৰে ভাৰতত উপস্থিত হ’ব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ জোঁৱাই জে ডি ভেন্স। ভাৰতীয় মূলৰ পত্নী উষা আৰু তিনি সন্তানৰ সৈতে আজি দিল্লীত উপস্থিত হ’ব ভেন্স।

আজি সোমবাৰৰ পুৱা ৯:৩০ মান বজাত দিল্লীত উপস্থিত হ’ব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকী। ৰোমৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়ৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত জে ডি ভেন্সৰ সন্তানে দুয়োহাতত তৰোৱাল লৈ খেলি থকা দেখা গৈছে।

পুৱা ভাৰতত উপস্থিত হোৱাৰ পাছত সন্ধিয়া ৬.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। এই সময়ত বাণিজ্য, শুল্ক, আঞ্চলিক নিৰাপত্তা আৰু সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতকে ধৰি প্ৰায় ৬০খন দেশৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ আৰু তাৰ পিছত স্থগিত ৰখাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে জে ডি ভেন্সৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভাৰত আৰু আমেৰিকাই শুল্ক আৰু বজাৰত প্ৰৱেশকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ বিষয়ে অবিৰতভাৱে আলোচনা কৰি আছে।

সোমবাৰে প্ৰধানমন্ত্ৰী মোডী আৰু ভেন্সৰ বৈঠকত শীঘ্ৰে চুক্তিখন চূড়ান্ত কৰাৰ লগতে দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ভেন্সৰ লগতে পেন্টাগন আৰু ষ্টেট ডিপাৰ্টমেণ্টৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰাৰ বিপৰীতে ভাৰতৰ ফালৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, এন এছ এ অজিত ডোভাল, বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাট্ৰাই অংশগ্ৰহণ কৰিব।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সোমবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দিল্লীৰ অক্ষৰধম মন্দিৰ পৰিদৰ্শন কৰিব। পিছদিনা জয়পুৰলৈ যাব, য’ত তেওঁ আৰু তেওঁৰ পত্নী উষা ভ্যান্সে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমেৰ দুৰ্গকে ধৰি কেইবাটাও ঐতিহাসিক স্থল পৰিদৰ্শন কৰিব। ২৩ এপ্ৰিলৰ পুৱা ভেন্সে পৰিয়ালৰ সৈতে আগ্ৰাৰ তাজমহল পৰিদৰ্শন কৰিব। সেইদিনা সন্ধিয়া ভেন্সে আগ্ৰাৰ পৰা জয়পুৰলৈ উৰা মাৰিব আৰু পিছদিনা ২৪ এপ্ৰিলৰ পুৱা আমেৰিকালৈ ৰাওনা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America Vice PrecedenceJ D Vencenarendra-modiPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ
বিনোদন

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

September 15, 2026
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
Next Post
কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক

কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক

সুতে-মূলে ওলাব টকা, ৯১ টকাৰ ৰিচাৰ্জ প্লেনত ২৮ দিনৰ বৈধতা

সুতে-মূলে ওলাব টকা, ৯১ টকাৰ ৰিচাৰ্জ প্লেনত ২৮ দিনৰ বৈধতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.