• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২দিন পাছতেই দেৱশয়নী একাদশী, এই ৫ কাম কৰিলে পাব নাৰায়ণৰ আশীৰ্বাদ

9 months ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

26 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

56 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

2 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

3 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

7 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২দিন পাছতেই দেৱশয়নী একাদশী, এই ৫ কাম কৰিলে পাব নাৰায়ণৰ আশীৰ্বাদ

২দিন পাছতেই দেৱশয়নী একাদশী, এই ৫ কাম কৰিলে পাব নাৰায়ণৰ আশীৰ্বাদ

editor by editor
July 4, 2025
in জীৱনশৈলী
0
২দিন পাছতেই দেৱশয়নী একাদশী, এই ৫ কাম কৰিলে পাব নাৰায়ণৰ আশীৰ্বাদ
0
SHARES
375
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্মত বছৰত মুঠ ২৪ টা একাদশী তিথি পালনৰ বিধি আছে৷ মাহৰ শুক্লপক্ষত এটা আৰু কৃষ্ণপক্ষত এটাকৈ একাদশী পালিত হয়৷ এই সকলো একাদশীৰ মাজত দেৱশয়নী একাদশীৰ বিশেষ মাহাত্ম্য আছে৷ প্ৰচলিত বিশ্বাস অনুসৰি দেৱশয়নী একাদশীৰ পৰা চাৰি মাহৰ বাবে নিদ্ৰাবিভূত হয় শ্ৰীবিষ্ণু৷ চাৰি মাহৰ পাছত দেৱউত্থানী একাদশীত নিদ্ৰাভংগ হয় তেওঁৰ৷ এই চাৰি মাহ নাৰায়ণ নিদ্ৰামগ্ন থাকে বুলি এই সময়ত শাস্ত্ৰমতে কোনো শুভ কাম কৰিব নালাগে৷ ৬ জুলাই দেওবাৰে পালিত হব দেৱশয়নী একাদশী৷ জানি থওক বিষ্ণুৰ আশীৰ্বাদ পাবলৈ সেইদিনা কি কি কাম কৰা জৰুৰী?

বিষ্ণু সহশ্ৰনাম জপ কৰক

দেৱশয়নী একাদশীত পুৱা গা ধুই ভক্তিভাৱে বিষ্ণু সহশ্ৰনাম জপ কৰক৷ ইয়াৰ ফলত আপুনি সকলো পাপৰ পৰা মুক্তি পাব৷ অন্তৰাত্মা জাগ্ৰত হব আৰু মানসিক শান্তি লাভ কৰিব৷

তুলসী তলত প্ৰদীপ জ্বলাওক

দেৱশয়নী একাদশীৰ সন্ধিয়া তুলসী তলত প্ৰদীপ জ্বলাবলৈ ভুলতো নাপাহৰিব৷ তুলসী হৈছে নাৰায়ণৰ অত্যন্ত প্ৰিয়৷ তুলসী গছত মা লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হয়৷ এই দিনটোত তুলসী তলত খাঁটি ঘিঁৰ প্ৰদীপ জ্বলাই দিয়ক৷ ইয়াৰোপৰি গুড় বা মিচৰি দি তুলসী গছৰ পূজা কৰক৷ ইয়াৰ ফলত সংসাৰত সুখ সমৃদ্ধি বাঢ়িব৷

লক্ষ্মী নাৰায়ণৰ মুদ্ৰা ক্ৰয় কৰক

দেৱশয়নী একাদশীত লক্ষ্মী-নাৰায়ণৰ ছবি অঁকা ৰূপৰ মুদ্ৰা ক্ৰয় কৰা অত্যন্ত শুভ৷ এই কয়েল পূজা ঘৰৰ আসনত ৰাখ ইয়াৰ ফলত বাস্তুদোষ কাটিব আৰু আৰ্থিকভাৱে লাভৱান হব৷

হালধীয়া ফুল আৰু হালধীয়া কাপোৰ নিবেদন কৰক

হালধীয়া ৰং নাৰায়ণৰ অতি প্ৰিয়৷ দেৱশয়নী একাদশীত হালধীয়া ফুল আৰু হালধীয়া ৰঙৰ কাপোৰেৰে নাৰায়ণৰ পূজা কৰক৷ ইয়াৰ ফলত অৰ্থাগম হ’ব আৰু ঋণৰ জালৰ পৰা মুক্তি পাব৷

দৰিদ্ৰক দান কৰক

দেৱশয়নী একাদশীৰ দিনা দৰিদ্ৰক সেৱা কৰাটো অত্যন্ত শুভ৷ অভাৱী মানুহক এই দিনটোত সাধ্যানুসাৰে হালধীয়া শস্য, ঘি, গুড়, হালধীয়া ফল আৰু হালধীয়া কাপোৰ দান কৰক৷ ইয়াৰ ফলত আপোনাৰ জীৱনত সৌভাগ্যৰ দুৱাৰ খুলিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

March 19, 2026
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?
জীৱনশৈলী

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
Next Post
‘আমি বাংলাদেশী নহয়, খিলঞ্জীয়াৰো অনুৰোধৰ মূল্য এই প্ৰশাসনৰ ওচৰত নাই!’ কিয় এই ক্ষোভ কৃষক পৰিয়ালৰ কন্যা গুণগুণৰ, লখিমপুৰৰ উচ্ছেদক লৈ কিয় চলিছে ৰাজ্যজুৰি চৰ্চা?

হানিমুন হত্যাকাণ্ডঃ দ্বিতীয় মঙ্গলসূত্ৰৰ সন্ধান পালে আৰক্ষীয়ে, স্বামীৰ মৃত্যুৰ পাছতেই প্ৰেমিক ৰাজৰ সৈতে বিবাহ সোনমৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন