• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনুষ্কাই ফোনতে দিলে GOOD NEWS!  বিদেশৰ পৰা দৌৰি আহিল বিৰাট…

অনুষ্কাই ফোনতে দিলে GOOD NEWS! বিদেশৰ পৰা দৌৰি আহিল বিৰাট…

2 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

5 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

6 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

6 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

8 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

9 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

10 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

10 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

11 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

11 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

12 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অনুষ্কাই ফোনতে দিলে GOOD NEWS! বিদেশৰ পৰা দৌৰি আহিল বিৰাট…

জৰুৰী পাৰিবাৰিক সমস্যাৰ দোহাই দি দক্ষিণ আফ্ৰিকাৰ পৰা স্বদেশ পালেহি কোহলী

editor by editor
December 23, 2023
in ক্ৰীড়া
0
অনুষ্কাই ফোনতে দিলে GOOD NEWS!  বিদেশৰ পৰা দৌৰি আহিল বিৰাট…
0
SHARES
11.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  চৰ্চা হোৱা মতে সকলো যদি ঠিকে-ঠাকে থাকে তেন্তে অচিৰেই পুনৰ এবাৰ পিতৃ হব বিৰাট কোহলী। সদ্যসমাপ্ত বিশ্বকাপৰ পাছতে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰাৰ কথা আছিল যদিও সেয়া নহ’ল। কিন্তু শেহতীয়াকৈ পুনৰ এই চৰ্চা তুংগত উঠিছে। দুখনকৈ টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে  হঠাত দক্ষিণ আফ্ৰিকাৰ পৰা স্বদেশলৈ বিৰাট কোহলী উভতি অহাক লৈ এতিয়া আৰম্ভ হৈছে জল্পনা-কল্পনাৰ।

উল্লেখ কৰা প্ৰয়োজন যে, অহা ২৬ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত আৰম্ভ হবলগীয়া দুখনকৈ টেষ্ট শৃংখলা আৰম্ভ হোৱা তিনিদিনৰ পূৰ্বে জৰুৰী পাৰিবাৰিক সমস্যাৰ দোহাই দি স্বদেশলৈ উভতিল বিৰাট। অৱশ্যে প্ৰথম টেষ্টৰ পূৰ্বে কোহলীয়ে ভাৰতীয় শিবিৰত পুনৰ যোগদান কৰিব বুলি জনাইছে ভাৰতীয় ক্ৰিকেট বৰ্ডে।

জৰুৰী পাৰিবাৰিক সমস্যাৰ আঁৰত কোহলী পুনৰ এবাৰ পিতৃ হোৱাৰ কাৰনেই আছে বুলি একাংশই দাবী কৰিছে। ইফালে শেহতীয়াকৈ অনুষ্কাইও যোৱা ১৯ডিচেম্বৰত সামাজিক মাধ্যমত আপলোড কৰা এটা VIDEOলৈ চাই এই আশংকা নুই কৰিব নোৱাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

January 3, 2026
টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ
ক্ৰীড়া

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

December 21, 2025
টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি
ক্ৰীড়া

টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি

December 20, 2025
কেতিয়া ঘোষণা কৰা হ’ব টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল, কোনে কোনে দলত স্থান পোৱাৰ সম্ভৱনা
ক্ৰীড়া

কেতিয়া ঘোষণা কৰা হ’ব টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল, কোনে কোনে দলত স্থান পোৱাৰ সম্ভৱনা

December 19, 2025
Next Post
এদিনতে ৪০০ৰ সীমা পাৰঃ কৰোনা এনেকৈ থাকিলে পুনৰ হ’ব লকডাউন…

এদিনতে ৪০০ৰ সীমা পাৰঃ কৰোনা এনেকৈ থাকিলে পুনৰ হ'ব লকডাউন...

১১মাৰ্চত বিয়াৰ দিন ঠিক হৈছিল, ঘৰ বনাবলৈ ককায়েকক দিছিল টকাঃ  জম্মু-কাশ্মীৰত শ্বহীদ গৌতম কুমাৰ…

১১মাৰ্চত বিয়াৰ দিন ঠিক হৈছিল, ঘৰ বনাবলৈ ককায়েকক দিছিল টকাঃ জম্মু-কাশ্মীৰত শ্বহীদ গৌতম কুমাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.