• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানসিক সুখৰ দায়িত্ব নিজেই লওক, বলীউডত পদে পদে কোনে প্ৰতাৰণা কৰিছে কেটৰীণা কাঈফক?

মানসিক সুখৰ দায়িত্ব নিজেই লওক, বলীউডত পদে পদে কোনে প্ৰতাৰণা কৰিছে কেটৰীণা কাঈফক?

4 years ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

13 minutes ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

42 minutes ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

2 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

3 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

4 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

4 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

4 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

5 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

6 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

8 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মানসিক সুখৰ দায়িত্ব নিজেই লওক, বলীউডত পদে পদে কোনে প্ৰতাৰণা কৰিছে কেটৰীণা কাঈফক?

editor by editor
October 20, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
মানসিক সুখৰ দায়িত্ব নিজেই লওক, বলীউডত পদে পদে কোনে প্ৰতাৰণা কৰিছে কেটৰীণা কাঈফক?
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেৰিয়াৰৰ আৰম্ভণিতেই প্ৰেম। সেই প্ৰেমতেই আকৌ প্ৰতাৰণা। মানসিকভাৱে ভাঙি পৰিছিল কেটৰীণা। কেৰিয়াৰৰ আৰম্ভণিৰ সেই তিতা অভিজ্ঞতাৰ পৰা কেনেকৈ এই উত্তৰণ সকলো কথাই নিজ মুখে প্ৰকাশ কৰিছে কেটে। নিজকে ভালে ৰাখিবলৈ কেটৰীণাই এই নিয়মেই মানি আহিছে। নিজৰ সুফক চাবি-কাঠি অন্যৰ হাতত তুলি দিলেই বিপদ। কেনেকৈ চলিব সেয়া নিজেই বিচাৰ কৰিব লাগে। সেই নীতিকেই অনুসৰণ কৰি আহিছে কেটে।

কেটৰীণাই এক সাক্ষাৎকাৰত কৈছে, ‘অন্য এগৰাকী ব্যক্তিয়ে মোৰ সপোনৰ কথা কেনেকৈ বুজিব? মই কেনে আছো কেনেকৈ বুজিব? মোৰ মানসিক অৱস্থাৰ যত্ন, মোৰ ইচ্ছা অনিচ্ছা তেওঁ জানো সকলোখিনিয়েই বুজিব পাৰিব? নোৱাৰে সম্ভৱ নহয়। সেয়ে নিজৰ মৰ্জিৰ মালিক নিজেই হওঁক।’ কেটে নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিবলৈ গৈ বহুকেইটা গুৰুত্বপূৰ্ণ কথাই প্ৰকাশ কৰে। কেটৰ মতে নিজৰ মনৰ দায়িত্ব কেতিয়াও অন্যৰ হাতত তুলি দিব নালাগে। বৰ্তমান কেটে সেই নীতিকেই অনুসৰণ কৰি আহিছে। আৱেগক নিয়ন্ত্ৰণ কৰিয়েই জীৱন সুন্দৰ হ’ব বুলিও মন্তব্যত কেটে উল্লেখ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
বিশ্বৰ যিকোনো প্ৰান্তত থাকিলেও পঢ়িব পাৰিব অসমীয়া ভাষা, কেনেকৈ ল’ব অসমীয়াত স্নাতক ডিগ্ৰী?

বিশ্বৰ যিকোনো প্ৰান্তত থাকিলেও পঢ়িব পাৰিব অসমীয়া ভাষা, কেনেকৈ ল’ব অসমীয়াত স্নাতক ডিগ্ৰী?

সপোন দিঠক হ’ল! একেঘৰৰে দুই ভাতৃ-ভগ্নী উত্তীৰ্ণ হ’ল লোকসেৱা আয়োগৰ পৰীক্ষাত

সপোন দিঠক হ’ল! একেঘৰৰে দুই ভাতৃ-ভগ্নী উত্তীৰ্ণ হ’ল লোকসেৱা আয়োগৰ পৰীক্ষাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.