• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়া সামৰণি পৰিব মহা কুম্ভ ২০২৫ ? পঢ়ক দিন, তাৰিখ আৰু শুভ সময়

1 year ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

20 minutes ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

1 hour ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

2 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

3 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

4 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

5 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

6 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেতিয়া সামৰণি পৰিব মহা কুম্ভ ২০২৫ ? পঢ়ক দিন, তাৰিখ আৰু শুভ সময়

editor by editor
February 13, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
কেতিয়া সামৰণি পৰিব মহা কুম্ভ ২০২৫ ? পঢ়ক দিন, তাৰিখ আৰু শুভ সময়
0
SHARES
174
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেতিয়া সামৰণি পৰিব মহা কুম্ভ ২০২৫ ? পঢ়ক দিন, তাৰিখ আৰু শুভ সময়

১২ ফেব্ৰুৱাৰী মাঘ পূৰ্ণিমাৰ দিনা মহা কুম্ভ স্নানৰ বাবে বিপুল জনসমাগম হয়। ইয়াৰ সমান্তৰালকৈ কল্পবাসীসকলেও কালি স্নান কৰি ব্ৰত সম্পূর্ণ কৰিলে। মৌনি অমৱস্যাৰ দিনা অমৃত স্নান কৰাৰ পিছত নগা সাধুসকলে নিজ নিজ গন্তব্যস্থানৰ দিশে আগবাঢ়িছে আৰু এতিয়া প্ৰয়াগৰাজৰ এই মহা কুম্ভ লাহে লাহে সামৰণিৰ দিশে আগবাঢ়িছে।

প্ৰশাসনৰ তথ্য অনুসৰি মাঘ পূৰ্ণিমাৰ দিনা নিশা ৮ বজালৈকে মুঠ ২.০৪ লাখ লোকে স্নান কৰে। আনহাতে ১২ ফেব্ৰুৱাৰীলৈকে মুঠ ৪৮.২৯ কোটি লোকে মহা কুম্ভত স্নান কৰে।

পাছে বৰ্তমানে ভক্তৰ মনত এটা প্ৰশ্ন উত্থাপন হৈ আছে যে মহা কুম্ভ ২০২৫ কেতিয়া সামৰণি পৰিব?

১৩ জানুৱাৰী পুহ মাহৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হৈছিল মহা কুম্ভ ২০২৫, সেইদিনাৰ পৰাই কল্পবাসীসকলেও নিজৰ কল্পৱ আৰম্ভ কৰি কালি মাঘ মাহৰ পূৰ্ণিমাত স্নান কৰি সম্পূৰ্ণ কৰিছিল।

একে সময়তে মহা কুম্ভৰ পৰৱৰ্তী ডাঙৰ স্নান মহা শিৱৰাত্ৰিৰ উৎসৱত পৰিছে। এই দিনটোতো কোটি কোটি ভক্তই স্নান কৰিব বুলি আশা কৰা হৈছে।

১৩ জানুৱাৰীত পুহ পূৰ্ণিমাৰ দিনা আৰম্ভ হোৱা মহা কুম্ভৰ সামৰণি পৰিব ২৬ ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰীৰ দিনা। এই দিনটোতে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ হৈছিল। লগতে ঈশান সংহিতাৰ মতে এই দিনটোতে ভগৱান শিৱই নিৰাকাৰ ৰূপৰ পৰা স্পষ্ট ৰূপ লৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MahakumbhMahakumbh 2025Sivratri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

Next Post
মুড অৱ নেশন সমীক্ষাত দ্বিতীয়ত বিশ্বসুন্দৰী ঐশ্বৰ্য্য, তেন্তে প্ৰথম কোন !

৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, কপাল ফুলিব ৩ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন