• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদিত্য ৰয় কাপুৰৰ পাছত নতুন প্ৰেমত অভিনেত্ৰী অনন্যা পাণ্ডে, পাছে কোন হয় এই নতুন প্ৰেমিক

2 years ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

25 minutes ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

54 minutes ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

2 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

3 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

4 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

5 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আদিত্য ৰয় কাপুৰৰ পাছত নতুন প্ৰেমত অভিনেত্ৰী অনন্যা পাণ্ডে, পাছে কোন হয় এই নতুন প্ৰেমিক

editor by editor
September 7, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আদিত্য ৰয় কাপুৰৰ পাছত নতুন প্ৰেমত অভিনেত্ৰী অনন্যা পাণ্ডে, পাছে কোন হয় এই নতুন প্ৰেমিক
0
SHARES
564
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আদিত্য ৰয় কাপুৰৰ পাছত নতুন প্ৰেমত অভিনেত্ৰী অনন্যা পাণ্ডে, পাছে কোন হয় এই নতুন প্ৰেমিক

অনন্যা পাণ্ডে কেৱল নিজৰ কামৰ বাবেই নহয় ব্যক্তিগত জীৱনৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰি আছে। কিছুদিনৰ পৰা খবৰ আহিছিল যে অভিনেত্ৰীগৰাকীয়ে প্ৰেমিক আদিত্য ৰায় কাপুৰৰ সৈতে ব্ৰেকআপ কৰিছে। এতিয়া শুনা গৈছে যে অভিনেত্ৰী গৰাকীৰ জীৱনত এক নতুন প্ৰেমে প্ৰৱেশ কৰিছে।

বৰ্তমান অনন্যাই শেহতীয়াকৈ প্ৰকাশিত ৱেব ছিৰিজ ‘কল মি বে’ৰ শিৰোনাম দখল কৰিছে। আনহাতে ছ’চিয়েল মিডিয়াত বিশেষ ব্যক্তিৰ এক বিশেষ পোষ্ট। যিয়ে পুনৰবাৰ অভিনেত্ৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্কত ইন্ধন যোগাইছে।

আচলতে কালি ৬ ছেপ্টেম্বৰ তাৰিখে মুক্তি পালে অনন্যা পাণ্ডেৰ ৱেব চিৰিজ ‘কল মি বে’। মুক্তি পোৱাৰ পাছতে সেই ৱেব ছিৰিজৰ ফটো শ্বেয়াৰ কৰি সেই বিশেষ ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোৰ পিছতে দুয়োৰে প্ৰেমৰ খবৰ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে।

অনন্যা পাণ্ডেৰ উৰাবাতৰি বিয়পি পৰা প্ৰেমিকৰ নাম ৱাকাৰ ব্লাংকো। ৱাকাৰে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত অনন্যাৰ ৱেব ছিৰিজ ‘কল মি বে’ৰ পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছিল, হে বে। এই পোষ্টটো এতিয়া শিৰোনামত।

লগতে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে ৱাকাৰ ব্লাংকো কোন সেই কথা জানিবলৈ হতাশ হৈ পৰিছে। কোন এই বিশেষ ৱাকাৰ, যাৰ প্ৰেমত অনন্যা। ৱাকাৰ এজন মডেল। যিয়ে বহু ভাৰতীয় প্ৰকল্পতো কাম কৰিছে।

ৱাকাৰৰ ইনষ্টাগ্ৰামত ১৯.৩ হাজাৰ ফ’ল’ৱাৰ আছে। য’ত তেওঁৰ ফটো আৰু ভিডিঅ’ৰ উপৰিও বন্যপ্ৰাণীৰ ফটোও শ্বেয়াৰ কৰা দেখা গৈছে।

এক মনোৰঞ্জন সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি অনন্যা পাণ্ডে আৰু ৱাকাৰৰ এখন হাই প্ৰফাইল বিয়াত লগ হৈছিল। য’ত অভিনেত্ৰীগৰাকীয়ে ৱাকাৰক নিজৰ সংগী বুলি সকলোৰে লগত চিনাকি কৰাই দিছিল। তেতিয়াৰে পৰাই ৱাকাৰ আৰু অনন্যাৰ মাজত প্ৰেমৰ কথা বিয়পি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actressAnanya PandeyBollywoodhindi movieMovie
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
জীৱনশৈলী

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

April 10, 2026
Next Post
নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ

বিবাহ বিচ্ছেদৰ নেপথ্যত কোন? অৱশেষত মুখ খুলিলে বলীউড সংগীতশিল্পী বাদশ্বাহে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন