• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এতিয়া কিদৰে বিচাৰো পূৰ্ণ ৰাজ্যৰ মৰ্যাদা- বিধানসভাত দুখ প্ৰকাশ ওমৰ আব্দুল্লাৰ

12 months ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

37 seconds ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

17 minutes ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

43 minutes ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

1 hour ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

2 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

3 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

4 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

6 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এতিয়া কিদৰে বিচাৰো পূৰ্ণ ৰাজ্যৰ মৰ্যাদা- বিধানসভাত দুখ প্ৰকাশ ওমৰ আব্দুল্লাৰ

editor by editor
April 28, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
এতিয়া কিদৰে বিচাৰো পূৰ্ণ ৰাজ্যৰ মৰ্যাদা- বিধানসভাত দুখ প্ৰকাশ ওমৰ আব্দুল্লাৰ
0
SHARES
958
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়া কিদৰে বিচাৰো পূৰ্ণ ৰাজ্যৰ মৰ্যাদা- বিধানসভাত দুখ প্ৰকাশ ওমৰ আব্দুল্লাৰ

পেহেলগাম আক্ৰমণৰ ওপৰত ভিত্তি কৰা আহ্বান কৰা জম্মু-কাশ্মীৰ বিধানসভাৰ বিশেষ অধিৱেশনত সোমবাৰে আৱেগিক হৈ পৰে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। এই ঘটনাৰ বাবে তেওঁৰ হাতত ক্ষমা খুজিবলৈ শব্দ নাই বুলিও দুখ প্ৰকাশ কৰে। লগতে কয়- বহু বছৰ ধৰি পূৰ্ণ ৰাজ্যৰ মৰ্যাদা বিচাৰি আহিছিলো, কিন্তু এতিয়া কি ভাষাৰে বিচাৰো কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা।

মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষ্যত কয়- ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰী হোৱাৰ বাবে সেই পৰ্যটকসকলক কাশ্মীৰলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু নিৰাপদে ঘূৰাই পঠিয়াব নোৱাৰিলোঁ। অকালতে প্ৰাণ হেৰুৱালে ২৬ গৰাকীকৈ পৰ্যটকে। এই ঘটনা একেবাৰে লজ্জাজনক।

বহু আক্ৰমণৰ ঘটনা প্ৰত্যক্ষ কৰিছে , কিন্তু সাধাৰণ নাগৰিকৰ ওপৰত কৰা এই আক্ৰমণ সঁচাকৈয়ে দুখজনক। ২৬ বছৰৰ পাছত সংঘটিত হৈছে সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ। মোৰ ওচৰত কোনো ভাষা নাই আক্ৰমণত নিহত পৰিয়ালক সান্তনা দিয়াৰ বাবে, অতিথিক ৰক্ষা কৰিব নোৱাৰিলো বুলি বিধানসভাৰ মজিয়াত দুখ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী আব্দুল্লাই।

সমগ্ৰ কাশ্মীৰেই দুখিত এই ঘটনাত। যাৰ বাবে নামাজৰ পূৰ্বে দুই মিনিট মৌন প্ৰাৰ্থনাও হৈ আছে নিহতৰ নামত। কোনো আক্ৰমণৰ পাছত কাশ্মীৰত এনে শূন্যতা বহুত ডাঙৰ কথা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PakistanOmar AbdullahPahalgam Attackpakistan attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
Next Post
মহালক্ষ্মী ৰাজ যোগ, ৩ মে’ৰ পৰা বহুত টকা উপাৰ্জন কৰিব ৪ ৰাশিৰ লোকে

মহালক্ষ্মী ৰাজ যোগ, ৩ মে'ৰ পৰা বহুত টকা উপাৰ্জন কৰিব ৪ ৰাশিৰ লোকে

ভাৰত-ফ্ৰান্সৰ সফল চুক্তি, ভাৰতে ক্ৰয় কৰিব ২৬ খন ৰাফেল নৌ যুদ্ধ বিমান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন