• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃৰ সৈতে প্ৰেমিকক এৰি বিদেশলৈ গৈছিল যুৱতী! উভতি আহোঁতে মাতৃ অন্তঃসত্তা…

মাতৃৰ সৈতে প্ৰেমিকক এৰি বিদেশলৈ গৈছিল যুৱতী! উভতি আহোঁতে মাতৃ অন্তঃসত্তা…

4 years ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

46 minutes ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

1 hour ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

2 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

2 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

3 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

3 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

4 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

5 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

6 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

6 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

7 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মাতৃৰ সৈতে প্ৰেমিকক এৰি বিদেশলৈ গৈছিল যুৱতী! উভতি আহোঁতে মাতৃ অন্তঃসত্তা…

editor by editor
September 28, 2022
in অপৰাধ, জীৱনশৈলী, বিবিধ, বিশ্ব
0
মাতৃৰ সৈতে প্ৰেমিকক এৰি বিদেশলৈ গৈছিল যুৱতী! উভতি আহোঁতে মাতৃ অন্তঃসত্তা…
0
SHARES
32.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমিকৰ সৈতে মাতৃক এৰি বিদেশলৈ গৈছিল যুৱতী। প্ৰেমিকৰ ওপৰত অগাধ বিশ্বাস প্ৰেয়সীৰ। কিন্তু বিশেষ এটা খবৰে যুৱতীগৰাকীক সকলো সম্পৰ্কৰ ওপৰত বিশ্বাস হেৰুৱাবলৈ বাধ্য কৰাইছে। এইয়া কেনেকৈ হ’ব পাৰে! মাতৃ অন্তঃসত্তা হোৱাৰ খবৰ তাকো জীয়াৰীৰ প্ৰেমীকৰ সৈতে এইয়া কেনেকৈ হ’ব পাৰে! ঘটনাৰ স্থান আমেৰিকা। কিছু মাহৰ বাবে আমেৰিকা এৰি বিদেশলৈ গৈছিল যুৱতীগৰাকী। মাতৃ অকলশৰীয়া হ’ব বুলিয়েই বিশ্বাসেৰে প্ৰেমিকক মাতৃৰ কাষত থৈ গৈছিল যুৱতীগৰাকীয়ে।

যুৱতী ভেনেছাই প্ৰকাশ কৰা অনুসৰি জন নামৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ভেনেছাৰ। সম্পৰ্ক ভালেই চলিছিল। প্ৰেমিকক এৰি হঠাৎ ভেনেছা মেক্সিকো যাবলগীয়াত পৰে। মেক্সিকো যোৱাৰ সময়ত ভেনেছাই মাক অকলশৰীয়া হ’ব বুলি তেওঁৰ অনুপস্থিতিত প্ৰেমিকক ঘৰত মাতৃত সংগ দিবৰ বাবে এৰি থৈ যায়। মাতৃতকৈনো বেছি ভৰষা কাক কৰা যায়? সন্দেহৰ কোনো অৱকাশ নৰখাকৈয়ে ভেনেছাই প্ৰেমিক আৰু মাতৃক এৰি মেক্সিকোলৈ উৰা মাৰে। কিন্তু ভেনেছা মেক্সিকোত থকা কালতে প্ৰেমিক জনৰ সৈতে মাতৃৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল।

ভেনেছা মেক্সিকোত থকাৰ সময়তে আমেৰিকাত ঘোষণা হোৱা এটা ৰায়ে মাতৃ আৰু জনক চিন্তিত কৰি তোলে। আমেৰিকাত চলি থকা পুৰণি বিবাদ, ‘ৰো বনাম ওয়েড’-ৰ ৰায়দান দিয়ে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে। ৰায়ত উচ্চতম ন্যায়ালয়ে আমেৰিকাত গৰ্ভপাত বেআইনী ঘোষণা কৰে। ইয়াৰোপৰি এনেদৰে বেআইনী কাৰ্যকলাপ কৰাৰ চেষ্ঠা কৰা লোকক উচিত শাস্তিও দিয়া হ’ব বুলি ঘোষণা কৰে। ভেনেছাক এই খবৰ ফোনযোগে দিবলৈ গৈ হঠাৎ কান্দোনত ভাঙি পৰে মাতৃয়ে। ভেনেছাই মাতৃক কন্দাৰ কাৰণ সোধাত তেওঁ ৩ মাহৰ অন্তঃসত্তা হোৱা বুলি ভেনেছাৰ আগত প্ৰকাশ কৰে। ভেনেছাই মাতৃৰ কথাত হতভম্ব হৈ পৰে। সেই কথা নিজেই টিকটক ভিডিঅ যোগে প্ৰকাশ কৰিছে ভেনেছাই।

মূৰত সৰগ ভাঙি পৰা ভেনেছাই এই বিষয়টোক লৈ প্ৰেমিকেৰেও আলোচনাত বহে। প্ৰেমিকেও সকলো কথা স্বীকাৰ কৰিছে। প্ৰেমিকৰ স্বীকাৰোক্তিৰ পিছতেই সকলো কথা মানি ল’ব পৰা নাই ভেনেছাই। ইমান আপোন মানুহৰ পৰা এনে বিশ্বাসঘাতকতা সহ্য কৰা নাযায়। ভাঙি পৰা ভেনেছাই এতিয়া টিকটক যোগেই এই কাৰ্যকলাপৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
Next Post
গীতে-মাতে দেশজুৰি স্মৰণ সুৰ সাম্ৰাজ্ঞীক! ওপজা দিনত লতাজীলৈ প্ৰধানমন্ত্ৰীয়ে দিলে বিশেষ শ্ৰদ্ধাঞ্জলী

গীতে-মাতে দেশজুৰি স্মৰণ সুৰ সাম্ৰাজ্ঞীক! ওপজা দিনত লতাজীলৈ প্ৰধানমন্ত্ৰীয়ে দিলে বিশেষ শ্ৰদ্ধাঞ্জলী

সাৱধান! জান, সোণ বুলি WhatsApp-ত মেছেজ কৰাৰ আগতে এইকেইটা দিশলৈ নজৰ দিয়ক

সাৱধান! জান, সোণ বুলি WhatsApp-ত মেছেজ কৰাৰ আগতে এইকেইটা দিশলৈ নজৰ দিয়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.