• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

4 years ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

34 seconds ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

10 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

10 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

11 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

11 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

11 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

12 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

12 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

12 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

13 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

14 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

editor by editor
May 21, 2022
in বিবিধ, বিশ্ব
0
কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন কেচিনোৰ প্ৰাক্তন কেচিয়াৰক সহকৰ্মীসকলে উপেক্ষা কৰি বিশাল পৰিমাণৰ ক্ষতিপূৰণ ভৰিবলগীয়া হৈছে৷

ৰীতা লেহেৰ নামৰ ৫১ এগৰাকী মহিলা পূৱ লণ্ডনৰ ষ্ট্ৰেটফ’ৰ্ডৰ এছপেৰাছ কেচিনোত কৰ্মৰত আছিল৷ ৰীতা লেহেৰে কয় যে কৃষ্ণাংগ মূলৰ হোৱাৰ বাবেই কেচিনোখনৰ অন্য কৰ্মচাৰীসকলে তেওঁক উপেক্ষা কৰি আহিছিল৷

মহিলাগৰাকীয়ে অভিযোগ কৰাৰ মতে কেচিনোখনৰ সকলো কৰ্মচাৰীয়ে এবাৰ পাৰ্টি কৰিবলৈ চহৰৰ বাহিৰলৈ গৈছিল আৰু কৃষ্ণাংগ মূলৰ হোৱাৰ বাবেই তেওঁক সেই পাৰ্টিলৈ যাবলৈ দিয়া নাছিল৷ আনকি তেওঁৰ সৈতে অন্য কৰ্মচাৰীসকলে ড্ৰিংকছো কৰা নাছিল৷

লগতে পঢ়ক ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

ইমানেই নহয় কৃষ্ণাংগ মূলৰ হোৱাৰ বাবে তেওঁৰ শৰীৰৰ মিশ্ৰিত বৰণক লৈ সন্মুখতে সহকৰ্মীসকলে বিদ্ৰূপমূলক মন্তব্য কৰি প্ৰায়ে তেওঁক তাচ্ছিল্য কৰি আহিছিল৷

ৰীতা লেহেৰে প্ৰকাশ কৰা অনুসৰি ২০১১ চনৰ পৰা তেওঁ উক্ত কেচিনোখনত কাম কৰিবলৈ আৰম্ভ কৰিছিল৷ কৃষ্ণাংগ মূলৰ হোৱাৰ বাবেই কেচিনোখনত লেহেৰ পদোন্নতিয়ো ৰুদ্ধ কৰি ৰখা হৈছিল৷ লেহেৰে অভিযোগ কৰা মতে তেওঁ পদোন্নতিৰ বাবে বাৰে বাৰে আবেদন কৰাৰ পিছতো পদোন্নতি দিয়া হোৱা নাছিল৷ আফালে, তেওঁৰ কণিষ্ঠ সহকৰ্মীসকলক তেওঁৰ চকুৰ আগতে কেচিনোখনৰ কৰ্তৃপক্ষই পদোন্নতি দিছিল৷

সহকৰ্মী আৰু কেচিনো কৰ্তৃপক্ষৰ এনে ব্যৱহাৰত হতাশাগ্ৰস্ত হৈ লেহেৰে ২০১৮ত কামৰ পৰা অব্যাহতি লৈছিল যদিও আৰ্থিক অৱস্থাৰ বাবে পুনৰ ২০২১ চনত পুনৰ কামত যোগ দিবলৈ বাধ্য হয়৷ পুনৰ যোগ দি লেহেৰে অনুভৱ কৰিলে যে পৰিস্থিতৰ কোনো পৰিৱৰ্তন হোৱা নাই, বৰং পূৰ্বৰ দৰেই তেওঁক উপেক্ষা কৰা হৈছে৷

লগতে পঢ়ক কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

ইয়াৰ পিছতে লেহেৰে আদালতত অন্যায়ভাৱে কামৰ পৰা অব্যাহতি দিয়া, বয়স আৰু বৰ্ণবৈষম্য বলি হোৱাৰ অভিযোগ দাখিল কৰে৷

উক্ত অভিযোগৰ বিচাৰ কৰি বিচাৰপতিয়ে ৰীতা লেহেৰে কাম কৰা কেচিনোখনৰ কৰ্তৃপক্ষ আৰু তেওঁৰ প্ৰাক্তন কৰ্মচাৰীসকলক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে৷

আদালতে কেচিনোখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলক ক্ষতিপূৰণ আৰু জৰমিনা হিচাপে ৰীতা লেহেৰক ৭৪,০০০ পাউণ্ড অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৭২ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

March 30, 2026
Next Post
পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

iPhone নহয় বিল গেটছে ব্যৱহাৰ কৰে এইটো ফোন

iPhone নহয় বিল গেটছে ব্যৱহাৰ কৰে এইটো ফোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.