• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সৰ্বাধিক প্ৰজননক্ষম মহিলা! ৪৩ বছৰত ৪৪ টা সন্তানৰ মাতৃ! কোন তেওঁ? কেনেকৈ সম্ভৱ?

বিশ্বৰ সৰ্বাধিক প্ৰজননক্ষম মহিলা! ৪৩ বছৰত ৪৪ টা সন্তানৰ মাতৃ! কোন তেওঁ? কেনেকৈ সম্ভৱ?

4 years ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

2 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

3 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

4 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

4 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

5 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

5 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

6 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

6 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

7 hours ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

7 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

8 hours ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্বৰ সৰ্বাধিক প্ৰজননক্ষম মহিলা! ৪৩ বছৰত ৪৪ টা সন্তানৰ মাতৃ! কোন তেওঁ? কেনেকৈ সম্ভৱ?

editor by editor
June 27, 2022
in জীৱনশৈলী, বিবিধ
0
বিশ্বৰ সৰ্বাধিক প্ৰজননক্ষম মহিলা! ৪৩ বছৰত ৪৪ টা সন্তানৰ মাতৃ! কোন তেওঁ? কেনেকৈ সম্ভৱ?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সৰ্বাধিক প্ৰজনন ক্ষমতাৰ অধিকাৰী মহিলাগৰাকী তথ্য সংবাদ মাধ্যমলৈ পোহৰলৈ আহিছে৷ উক্ত মহিলাগৰাকী হ’ল পূব আফ্ৰিকাৰ উগাণ্ডাৰ মৰিয়ম নাবাটাঞ্জী৷ মৰিয়মৰ বৰ্তমান বয়স হৈছে ৪৩ বছৰ৷ অআৰু ৪৩ বছৰতে তেওঁ ৪৪ টাকৈ সন্তানৰ মাতৃ হৈছে৷

প্ৰকাশিত খবৰ মতে মাত্ৰ ৩ বছৰ বয়সতে মাতৃয়ে এৰি থৈ যোৱা মৰিয়মে আইতাকৰ সৈতে ডাঙৰ দীঘল হয়৷ মাত্ৰ ১২ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হয় মৰিয়ম৷ বিয়াৰ পিছতে মৰিয়মে প্ৰথমে যমজ সন্তানৰ মাতৃ হয়৷ মৰিয়মে যমজ সন্তান জন্ম দিয়াত পৰিয়ালৰ সকলোৱে আনন্দত আত্মহাৰা হৈ পৰিছিল৷

প্ৰথমবাৰ যমজ সন্তান জন্ম দিয়া মৰিয়মে দ্বিতীয়বাৰো যমজ সন্তান জন্ম দিয়ে৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে মৰিয়মে একেৰাহে চতুৰ্থবাৰলৈকে যমজ সন্তান জন্ম দিয়ে৷

লগতে পঢ়ক পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন…

ইয়াৰ পিছতে মৰিয়মে উপলব্ধি কৰে যে তেওঁৰ চাগে ক’ৰবাত এটা সমস্যা আছে। ইফালে দৰিদ্ৰ মৰিয়মৰ সন্তানৰ সংখ্যাই পৰিয়ালটোত আৰ্থিৰ সমস্যাও বৃদ্ধি হ’বলৈ ধৰিলে৷ ইয়াৰ মাজতে প্ৰথমে মৰিয়মে স্থানীয় চিকিৎসকৰ ওচৰত চিকিৎসা কৰে৷ কিন্তু তাত তেওঁৰ কোনো শাৰীৰিক বিসংগতি ধৰা নপৰিল৷

ইয়াৰ পিছতে তেওঁ এই সমস্যাটোৰ পৰা মুক্তি বিচাৰি ততাতৈয়াকৈ অভিজ্ঞ চিকিৎসক ওচৰলৈ গ’ল। অভিজ্ঞ চিকিৎসকে ধৰা পেলালে যে মৰিয়মৰ ডিম্বাশয়ৰ আকাৰ স্বাভাৱিকতকৈ আকাৰতৈ বৃহৎ। আনকি তেওঁৰ উৰ্বৰতাও সাধাৰণ নাৰীতকৈ অধিক।

লগতে পঢ়ক প্ৰথম বিভাগ পালেই স্কুটি নাপায় ছাত্ৰীয়ে, কোনসকল ছাত্ৰীয়ে পাব স্কুটি? ক’লে শিক্ষা মন্ত্ৰীয়ে?

মৰিয়মে ইয়াৰ পিছতে নিজৰ স্বামীৰ লগত গোটেই বিষয়টো আলোচনা কৰে। কিন্তু স্বামীয়ে মৰিয়মৰ কথাত গুৰুত্ব নিদিলে। ইয়াৰ পিছতে মৰিয়মে চাৰিবাৰ তিনিটা সন্তান আৰু পাঁচবাৰ চাৰিটা সন্তান একেলগে জন্ম দিয়ে। মুঠতে ৪৪ বছৰীয়া মৰিয়মৰ ৪৩টা সন্তানৰ মাতৃ। অৱশ্যে তেওঁৰ ৫ টা সন্তানৰ মৃত্যু হয়। মৰিয়মৰ পৰিয়ালে ৩৬টা সন্তানৰ সৈতে স্বামীক পৰিত্যাগ কৰে।

দৰিদ্ৰতাই আগুৰি ধৰা মৰিয়মে কয় যে, অভাৱৰ পিছতো সুখৰ অভাৱ নাই। ৩৬টা সন্তানৰ সৈতে তেওঁ সুখেৰে দিন পাৰ কৰি আহিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamWorld’s Most Fertile woman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়
জীৱনশৈলী

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
Next Post
মহিলা প্ৰাৰ্থীৰ অদ্ভুত নিৰ্বাচনী প্ৰতিশ্ৰুতি! জয়ী হ’লে পুৰুষৰ লিংগ বৰ্ধক অস্ত্ৰোপচাৰ বিনামূলীয়া হ’ব

মহিলা প্ৰাৰ্থীৰ অদ্ভুত নিৰ্বাচনী প্ৰতিশ্ৰুতি! জয়ী হ’লে পুৰুষৰ লিংগ বৰ্ধক অস্ত্ৰোপচাৰ বিনামূলীয়া হ’ব

অতি কৰুণ দৃশ্য! বানত বুৰ গ’ল হাস্পতাল, ৰাস্তাতে কেঞ্চাৰ ৰোগীৰ কেমোথেৰাপি!

অতি কৰুণ দৃশ্য! বানত বুৰ গ’ল হাস্পতাল, ৰাস্তাতে কেঞ্চাৰ ৰোগীৰ কেমোথেৰাপি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.