• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?

3 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?

জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?

editor by editor
November 18, 2025
in অসম, জীৱনশৈলী
0
জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?
0
SHARES
240
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কায়িকভাৱে তেওঁ নাই৷ কায়িকভাৱে বিদায় ল’লেও অসমীয়াই মনৰ পৰা কাহানিও বিদায় দিব নোৱাৰে জুবিন গাৰ্গক৷ তাৰেই প্ৰমাণ আজি ৰাজ্যৰ প্ৰতিটো কোণত আয়োজন কৰা হৈছে তেওঁৰ ওপজা দিনটোৰ৷ যিয়ে যেনেকৈ পাৰে জুবিন গাৰ্গে ভালপোৱা ধৰণেই কৰিছে সমাজহিতৈষী কাৰ্যকলাপ৷ কোনোৱে যদি গছপুলি ৰুইছে, কোনোৱে আকৌ জুবিন গাৰ্গে বিচৰাধৰণেই কোনো দৰিদ্ৰক সেৱা আগবঢ়াইছে৷ ওপজা দিনৰ এই দিনটোত তেঁওক সোঁৱৰি তেওঁৰ বহু পুৰণি স্মৃতিও সোঁৱৰিছে বিভিন্নজনে৷

তেনে এটি কাহিনীৰেই চৰ্চা কৰা হৈছে এই প্ৰতিবেদনত৷  কাহিনীটো এনেধৰণৰ- এদিন আবেলি ক্ষীণকায় মানুহজনে নিজা গৃহৰ পৰা কাগজ নিয়া মানুহ এজনক নিজৰেই পুৰণি কিতাপ আৰু অলাগতিয়াল কাগজসমূহ বিক্ৰী কৰিব লৈছিল। হঠাতে মানুহজনৰ ঘৰত গৈ ওলাইছিলগৈ এজন সৰু ল’ৰা। ল’ৰাজনে ক্ষীণকায় মানুজনক অনুৰোধ কৰিলে, তেওঁৰ কবিতা ল’ৰাজনক লাগে। ল’ৰাজনে সুৰ দিব বিচাৰে। ক্ষীণকায় মানুহজনে এবাৰ সুক্ষ্ম দৃষ্টিৰে স্পষ্টবাদী যুৱকজনলৈ চালে।

আচৰিতো হ’ল। মানুহজনে বিক্ৰী কৰিবলৈ থোৱা কাগজৰ মাজৰ পৰা কবিতা পুথি এখন উলিয়াই ল’ৰাজনক দিলে।পাছদিনাই গোটেই কবিতা কেইটা সুৰ দি পুনৰ মানুহজনৰ ওচৰলৈ আহিল কণমানি ল’ৰাজন। সুৰ দিয়া কবিতাকেইটা সমুখত বহি গাই শুনালে। গীতকেইটি শুনি মানুহজনে আচৰিত হৈ বহুপৰ চাই থাকিল ল’ৰাজনৰ মুখলৈ।

এইযে হতবাক হৈ চাই ৰোৱা ক্ষীণকায় মানুহজন তেওঁ আন কোনো নহয়। তেৱেই হিৰেণ ভট্টাচাৰ্য সকলোৰে মৰমৰ হিৰুদা। আৰু কণমানি আত্মবিশ্বাসী লৰাজনেই জুবিন গাৰ্গ। সেইদিনাই জুবিন গাৰ্গেৰে পৰিচিত হৈছিল হিৰুদা। সুমধুৰ কণ্ঠত গীত হোৱা কবিতাকেইটা শুনি পাহৰি গৈছিল হিৰুদাই, সেইকেইটা যে তেৱেই লিখা কবিতা।

জুবিন গাৰ্গে এক সাক্ষাৎকাৰত হিৰুদাৰ কথা ক’বলৈ গৈ কৈছিল, ‘সেইদিনাই হিৰুদাই এবাৰ মোৰ মূৰত হাত ফুৰাই কৈছিল যে মই এদিন গানৰে বিশ্ব জয় কৰিম।’ সেইয়াই আৰম্ভণি। তাৰ পাছত বহু গীত লিখিছিল হিৰুদাই। লেখাবোৰ আছিল কেৱল সুৱদী কণ্ঠৰ জুবিনৰ বাবেই। সেউজীয়াৰে আবৃত হ’ব খোজা জুবিনৰ ওপজা দিনত জুবিন গাৰ্গৰ প্ৰিয় লেখকৰ প্ৰসংগক লৈ সামাজিক মাধ্যমতো চৰ্চা চলা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
বুধ-শুক্ৰই গঠন কৰিব লক্ষ্মী নাৰায়ণ যোগ, নৱেম্বৰৰ শেষ সপ্তাহত প্ৰচুৰ অৰ্থলাভ ৫ৰাশিৰ

জুবিনে কৈছিল গৰিমাৰ নামতেই মা আছে, তাই মাৰ দৰেই যত্ন লয়, ওপজা দিনত প্ৰিয় গল্ডীক সোঁৱৰি কান্দি কান্দি অসুস্থ গৰিমা শইকীয়া গাৰ্গ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন