• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

4 months ago
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

10 hours ago
কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

12 hours ago
২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

13 hours ago
তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

15 hours ago
১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

15 hours ago
দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

17 hours ago
এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

1 day ago
সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

2 days ago
ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

2 days ago
সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

2 days ago
আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

2 days ago
এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, October 3, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

editor by editor
June 3, 2023
in ভাৰত
0
কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চলিত বৰ্ষৰ সকলোতকৈ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ দেশ। উৰিষ্যাৰ বালাচোৰত শুকুৰবাৰে নিশা ৭ বজাত সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা। বালাচোৰৰ বহনাগা ৰে’লৱে ষ্টেচনৰ কাষত শালীমাৰ-চেন্নাই কৰোমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনগ্ৰস্ত হয়। য’ত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাই ২৩৮ গৰাকী যাত্ৰীয়ে। বিপৰীত মুখৰ পৰা অহা মালবাহী এখন ট্ৰেইনে কৰোমণ্ডল এক্সপ্ৰেছত খুন্দা মৰাৰ ফলত লাইনচ্যুত হয় ৰে’লৰ ১০ টাকৈ ডবা। ইয়াৰ কিছু সময়ৰ পিছতে সেই স্থানত সংঘটিত হয় আন এক দুৰ্ঘটনা। যশোৱন্তপুৰৰ পৰা হাওৰা অভিমুখী আন এখন ট্ৰেইনে আহি খুন্দা মাৰে পূৰ্বৰ লাইনচ্যুত ডবাত । ফলত ট্ৰেকৰ পৰা নামি আহে ২ টাকৈ ডবা। দুয়োখন ট্ৰেইনৰ মুঠ ১২টা ডবা লাইনচ্যুত হোৱাৰ লগতে আন কেইবাটাও ডবা ৰে’ল লাইনৰ পৰা চিটিকি দুৰৈত পৰে। এই দুৰ্ঘটনাত আনুমানিক ২৮০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু ৯০০ ৰো অধিক লোক আঘাটপ্ৰাপ্ত হয়। ৰে’লৰ বাগৰি পৰা ডবাসমূহত আন আন যাত্ৰী আৱদ্ধ হৈ থকাৰো আশংকা প্ৰকাশ কৰা হৈছে। বিগত ১২ ঘণ্টা ধৰি অব্যাহত আছে উদ্ধাৰ অভিযান।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ৰে’লমন্ত্ৰী, উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়া। উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ইতিমধ্যে মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ। দুৰ্ঘটনাৰ পিছতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান কৰিছে জৰুৰী বৈঠক। কিছু সময়ৰ পিছতে ঘটনাস্থলীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?
জীৱনশৈলী

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

October 2, 2023
২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত
জীৱনশৈলী

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

October 2, 2023
তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম
জীৱনশৈলী

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

October 2, 2023
১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?
Uncategorized

১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

October 2, 2023
Next Post
বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…

বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ...

সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.