• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰটো শান্তি নাই

নতুন বছৰটো শান্তি নাই

4 years ago
হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

18 hours ago
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

19 hours ago
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

19 hours ago
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

20 hours ago
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

22 hours ago
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

23 hours ago
ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

1 day ago
‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

1 day ago
খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

1 day ago
কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

2 days ago
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

2 days ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 19, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নতুন বছৰটো শান্তি নাই

ষোড়শ শতাব্দীতে বিশ্ববিখ্যাত দাৰ্শনিকৰ ভৱিষ্যদ্বাণী

editor by editor
January 1, 2021
in বিশ্ব
0
নতুন বছৰটো শান্তি নাই
0
SHARES
45.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অন্ত পৰিল ২০২০ বৰ্ষ। ২০২০ৰ অভিশপ্ত অধ্যায় সামৰি আগমন ঘটিল ২০২১ৰ। ২০২১ বৰ্ষটো কেনেদৰে পাৰ হ’ব? সকলোৱে আশা কৰিছে শান্তি ঘূৰি আহক পৃথিৱীলৈ। কিন্তু আপুনি আশা কৰা ধৰণে ’২১ বৰ্ষটো আপোনাৰ বাবে সুখকৰ নহ’ব! এই ভৱিষ্যদ্বাণী কৰি থৈ গৈছে ফৰাছী দাৰ্শনিক নস্ত্ৰাদামুচে। তেওঁৰ জীৱনকালত ২০২১ বৰ্ষক লৈ তেওঁ কৰি গৈছে ভৱিষ্যদ্বাণী। কি ভৱিষ্যদ্বাণী ফৰাছী দাৰ্শনিক নস্ত্ৰাদামুচৰ? বিশ্ববিখ্যাত এইগৰাকী দাৰ্শনিকে ২০২১ বৰ্ষ সম্পৰ্কে কৈছে- এই বৰ্ষটোত সমগ্ৰ বিশ্ব বিপৰ্যয়ৰ সন্মুখীন হ’ব। এফালে মহাযুদ্ধৰ আশংকা, আনফালে পৃথিৱীৰ ওপৰত পৰিব এটা গ্ৰহাণু। ২০২১ত তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’ব। পৃথিৱীৰ ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কে তেওঁ কৈ গৈছে ২০২১ত ব্ৰিটেইনে সমগ্ৰ বিশ্বক প্ৰতিনিধিত্ব কৰিব। মহাকাশ বিদ্যা সম্পৰ্কে তেওঁৰ ভৱিষ্যদ্বাণী- ২০২১ত পৃথিৱীৰ ওপৰত পৰিব এটা গ্ৰহাণু। পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব গ্ৰহাণুটো। যাৰ ফলত ভূমিকম্পৰ দৰে ভয়াৱহ বিপৰ্যয়ৰ সন্মুখীন হ’ব সমগ্ৰ বিশ্ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2021 yearasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী
বিবিধ

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

May 18, 2025
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল
ক্ৰীড়া

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

May 18, 2025
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে
জীৱনশৈলী

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

May 18, 2025
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ
বিবিধ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

May 18, 2025
Next Post
ৰাজ্যত নৱবৰ্ষৰ প্ৰথমটো সূৰ্যোদয়

ৰাজ্যত নৱবৰ্ষৰ প্ৰথমটো সূৰ্যোদয়

ভাৰতে লাভ কৰিলে ক’ৰোনা ভেকচিন

ভাৰতে লাভ কৰিলে ক’ৰোনা ভেকচিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.