অসম লাইভ২৪ঃ
স্বাস্থ্যখণ্ডৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিজকে ঠিক কৰক, নৱেম্বৰ মাহেই অন্তিম সময়সীমা
C, D গ্ৰেড পোৱা স্বাস্থ্যখণ্ডলৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন
কিয় C, D গ্ৰেড পাইছে, উত্তৰ লাগে মুখ্যমন্ত্ৰীক
পৰ্যাপ্ত ঔষধৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ নিৰ্দেশ
প্ৰতিমাহে উপায়ুক্তৰ সৈতে জিলা স্বাস্থ্য খণ্ডৰ বিষয়াই বৈঠকত বহিব লাগিব
লেহেমীয়া গতিৰে কাম কৰা স্বভাৱ সলনি কৰক
কিবা মেচিন বেয়া হ’লে লগে লগে NHMক জনাওক
প্ৰতিবছৰে নৱেম্বৰ মাহত অনুষ্ঠিত কৰা হ’ব স্বাস্থ্য সেৱা উৎসৱ
ইমান আঁচনি দিয়াৰ পাছতো কিয় স্বাস্থ্যখণ্ডৰ এই দুৰাৱস্থা বুলি প্ৰশ্ন
গুণোৎসৱৰ আৰ্হিৰে স্বাস্থ্যখণ্ডসমূহকো মূল্যাংকন কৰাৰ নিৰ্দেশ
অসমৰ চিকিৎসালয়ত TRANSPLANTATIONৰ ব্যৱস্থা গঢ়ি তোলাৰো ইংগিত
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ