• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬নং দফা সমিতিৰ প্ৰতিবেদন ৰাজহুৱা

৬নং দফা সমিতিৰ প্ৰতিবেদন ৰাজহুৱা

6 years ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

3 minutes ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

10 minutes ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

44 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

2 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

3 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৬নং দফা সমিতিৰ প্ৰতিবেদন ৰাজহুৱা

অসমীয়া কোন?

editor by editor
August 11, 2020
in অসম
0
৬নং দফা সমিতিৰ প্ৰতিবেদন ৰাজহুৱা
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসম চুক্তিৰ ৬নং দফা সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰিলে আছুৱে। শ্বহীদ ভৱনত আয়োজিত এক সংবাদমেলত আছুৱে এই প্ৰতিবেদনখন ৰাজহুৱা কৰে।  প্ৰতিবেদন চৰকাৰে ৰাজহুৱা নকৰাত আছুৱে তীব্ৰ ক্ষোভ জাৰে। ১০ ফেব্ৰুৱাৰীত ৬ নং দফা সমিতিয়ে দাখিল কৰিছিল প্ৰতিবেদন। প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰা হৈছিল ৬নং দফা সমিতি। এই প্ৰতিবেদন কেন্দ্ৰই গ্ৰহণ কৰাৰ কথা আছিল যদিও সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গা-এৰা দিয়া পৰিলক্ষিত হয়। শেষত ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিছিল প্ৰতিবেদনখন। পিছে চৰকাৰে ৫ মাহে ৰাজহুৱা নকৰিলে ৬নং দফা সমিতিৰ প্ৰতিবেদন। সাংবিধানিক ৰক্ষা কৱচ নিশ্চিত কৰাৰ দাবী উত্থাপন কৰি আছুৱে আজি ৰাজহুৱা কৰে এই প্ৰতিবেদন। উল্লেখ্য আছুৰ প্ৰতিনিধিও আছিল ৬নং দফা সমিতিত। আজি আছুৰ সংবাদমেলখনত ভিডিঅ’ কন্ফাৰেন্সত অংশগ্ৰহণ কৰে নিলয় দত্তই।

 

কি আছে ১৪১ পৃষ্ঠাৰ প্ৰতিবেদনত?

অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছে ৬ নং দফা সমিতিয়ে। তদুপৰি সংসদত অসমৰ আসনৰ ক্ষেত্ৰত ৮০ৰ পৰা ১০০ শতাংশ অসমীয়াৰ বাবে সংৰক্ষণৰ পৰামৰ্শ দিছে সমিতিয়ে। ৰাজ্যত উচ্চ সদন গঠনৰ পৰামৰ্শ দিছে সমিতিয়ে। এই সদনৰ ১০০শতাংশ সদস্য অসমীয়া হ’ব লাগিব বুলি সমিতিয়ে পৰামৰ্শ দিছে। ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা ৰাজ্যত প্ৰৱৰ্তনৰো পৰামৰ্শ আছে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তিৰ ক্ষেত্ৰত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ৮০-১০০শতাংশ  অসমীয়াৰ বাবে সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছে। ৰাজ্য চৰকাৰৰ চাকৰি আৰু চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠানৰ চাকৰিৰ ক্ষেত্ৰতো ৮০-১০০শতাংশ অসমীয়াৰ বাবে সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছে। ভূমিৰ অধিকাৰ সন্দৰ্ভতো পৰামৰ্শ আছে প্ৰতিবেদনত। ৰাজ্যভাষাক প্ৰকৃত সাংবিধানিক সুৰক্ষা প্ৰদানৰ পৰামৰ্শ দিছে সমিতিয়ে। কৃষ্টি-সংস্কৃতি, সত্ৰ, নামঘৰক সুৰক্ষা প্ৰদানৰ পৰামৰ্শ দিছে এই প্ৰতিবেদনত। ৰাজ্যৰ সম্পদ, জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কেনেদৰে গ্ৰহণ কৰিব পাৰি, এই বিষয়েও পৰামৰ্শ আগবঢ়াইছে সমিতিখনে।

 

অসমীয়া কোন?

১) ১৯৫১চনৰ ১ জানুৱাৰীৰ পৰা বা তাৰ পূৰ্বে অসমৰ চাৰিসীমাত বাস কৰা সকলো লোক অসমীয়া।

২) ১৯৫১চনৰ ১ জানুৱাৰীৰ পৰা বা তাৰ পূৰ্বে অসমৰ চাৰিসীমাত বাস কৰা যিকোনো খিলঞ্জীয়া জনজাতীয় সম্প্ৰদায়।

৩) ১৯৫১চনৰ ১ জানুৱাৰীৰ পৰা বা তাৰ পূৰ্বে অসমৰ চাৰিসীমাত বাস কৰা অন্য যিকোনো খিলঞ্জীয়া লোক।

৪) ১৯৫১চনৰ ১ জানুৱাৰীৰ পৰা বা তাৰ পূৰ্বে অসমৰ চাৰিসীমাত বাস কৰা আন সকলো ভাৰতীয় নাগৰিক।

৫) উল্লিখিত সকলো লোকৰ বংশধৰসকল।

প্ৰতিবেদনত অসম বুলি কওঁতে ভাৰতীয় সংবিধানৰ প্ৰথম সূচী অনুসৰি চিহ্নিত নিৰ্দিষ্ট সীমাক বুজোৱা হৈছে।

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 6th scheduleAASUassam accordindegenious assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
Next Post
এম্বুলেন্সত জীৱিত আছিল সুশান্ত

এম্বুলেন্সত জীৱিত আছিল সুশান্ত

EIA ২০২০ৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.