• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুৰুক্ষেত্ৰত ঘটোৎকচৰ কংকাল!

কুৰুক্ষেত্ৰত ঘটোৎকচৰ কংকাল!

6 years ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

27 minutes ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

1 hour ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

2 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

2 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

3 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

4 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

5 hours ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

17 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

17 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

18 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

19 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কুৰুক্ষেত্ৰত ঘটোৎকচৰ কংকাল!

বিশালকায় কংকালৰ ফটো ভাইৰেল

editor by editor
July 11, 2020
in ভাৰত
0
কুৰুক্ষেত্ৰত ঘটোৎকচৰ কংকাল!
14
SHARES
324
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কুৰুক্ষেত্ৰ যুদ্ধত হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ পৰাক্ৰমৰ কাহিনী সকলোৱে জানে। উত্তৰ-পূবৰ পৰা গৈ সুদূৰ কুৰুক্ষেত্ৰত মহা পৰাক্ৰম প্ৰদর্শন কৰিছিল ঘটোৎকচে। ভীম তনয় ঘোটতকচে যুৱৰাজ দুর্যোধন, দ্ৰোণাচার্য, জয়দ্ৰথ, অশ্বত্থামা আদি মহা মহা বীৰক যুদ্ধত পৰাস্ত কৰিছিল। ১৪ দিন কুৰুক্ষেত্ৰত মহা পৰাক্ৰম প্ৰদর্শন কৰিছিল ভীমৰ পুত্ৰ ঘটোৎকচে। চতুর্দশ দিৱসত মহাৰথী কর্ণৰ মুখামুখি হৈছিল ঘটোৎকচ। একাঘ্নি অস্ত্ৰ প্ৰয়োগেৰে ঘোটৎকোচক বধ কৰিছিল কর্ণই। মৃত‍্যুৰ পূর্বে বিশালকায় ৰূপ ধাৰণ কৰি কৌৰৱ সেনাৰ ওপৰত বাগৰি পৰিছিল ঘটোতকচ। ঘটোৎকচৰ বিশালকায় দেহ বাগৰি পৰাৰ পৰিণতিতত কৌৰৱ পক্ষৰ লাখ লাখ সৈন‍্যৰ মৃত‍্যু হৈছিল। এই ঘটোৎকচৰে বিশাল কংকাল উদ্ধাৰ হোৱা বুলি ছ’চিয়েল মিডিয়াত ফটো ভাইৰেল হৈছে।

ফেচবুকত প্ৰদীপ পাঠকৰ পোষ্ট

কুৰুক্ষেত্ৰৰ সমীপত খনন চলোৱাৰ সময়ত উদ্ধাৰ হোৱা বিশালকায় কংকালটো ঘটোৎকচৰ বুলি চর্চা হৈছে। এই মানৱ কংকালটো প্ৰায় ৮০ ফুট দীঘল। ফটোত কংকালটোৰ কাষত কেইগৰাকীমান লোক বহি থকা দেখা গৈছে। ফেচবুকত প্ৰদীপ পাঠক নামৰ এজন লোকে এই ফটোখন প্ৰথম পোষ্ট কৰিছিল। তেওঁ উল্লেখ কৰিছিল এদল বিদেশী পুৰাতত্ত্ব গৱেষকে এই কংকালটো উদ্ধাৰ কৰা বুলি। কিন্তু কংকালটোৰ ফটো সত‍্য নহয় বুলি কেবাটাও ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে দাবী কৰিছে। এয়া ফটোশ্বপত ডিজাইন কৰা এখন ফটোহে বুলি সংবাদ প্ৰতিষ্ঠানসমূহ পতিয়ন গৈছে। ২০১১ চনৰ ১৪ আগষ্টত আমেৰিকাৰ এগৰাকী ডিজাইনাৰে এক প্ৰতিযোগিতাৰ বাবে এই কংকালটো ডিজাইন কৰা বুলি দাবী কৰে একাংশ সংবাদ গোষ্ঠীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ghatothkach skeleton
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?
বিনোদন

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

August 22, 2026
Next Post
লকডাউনত বিপৰ্যস্ত নৃত্যশিল্পী

লকডাউনত বিপৰ্যস্ত নৃত্যশিল্পী

অতি নিখুঁত কৌশলেৰে শীতল মস্তিষ্কৰে হত্যা সুশান্তক!

অতি নিখুঁত কৌশলেৰে শীতল মস্তিষ্কৰে হত্যা সুশান্তক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.