• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনা সন্দর্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি জে’ল যাত্ৰা

ক’ৰোনা সন্দর্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি জে’ল যাত্ৰা

5 years ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

23 minutes ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

54 minutes ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

2 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

2 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

3 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

3 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

4 hours ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

5 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

5 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

5 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

7 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ক’ৰোনা সন্দর্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি জে’ল যাত্ৰা

৪ বছৰৰ কাৰাবাস এজনক

editor by editor
December 29, 2020
in ক'ভিড-১৯, বিশ্ব
0
ক’ৰোনা সন্দর্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি জে’ল যাত্ৰা
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণ সন্দর্ভত ছ’চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত কাৰাগাৰলৈ যাব লগা হ’ল এজন লোক। বিগত বর্ষৰ নৱেম্বৰত ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণৰ দৃশ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল লোকজনে। তাৰপাছতে তেওঁক আতংক বিয়পোৱাৰ অভিযোগত আটক কৰি ৰাখিছিল প্ৰশাসনে। আৰু অৱশেষত আদালতে চৰকাৰ বিৰোধী কাম-কাজ আৰু মহামাৰীৰ অপপ্ৰচাৰৰ  অভিযোগত ৪ বছৰৰ কাৰাদণ্ড বিহে ছিটিজেন জার্ণেলিষ্টগৰাকীক। এয়া চীনৰ ঘটনা। ক’ৰোনা ভাইৰাছৰ উৎপত্তিস্থল য়ুহানত যি সময়ত ক’ৰোনাই অবর্ণনীয় ৰূপ ধাৰণ কৰিছিল সেই সময়তে ঝ্যাং ঝান নামৰ এগৰাকী ছিটিজেন জার্ণেলিষ্টে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভয়াৱহ দৃশ্য লাইভ কৰিছিল। চৰকাৰে এই মহামাৰীৰ প্ৰকৃত তথ্য গোপন কৰাৰ অভিযোগ উত্থাপন কৰিছিল ঝানে। লগে লগে চৰকাৰ বিৰোধী কাম কৰাৰ অভিযোগত তেওঁক আটক কৰি ৰাখে প্ৰশাসনে। আৰু শেহতীয়াকৈ ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হ’ল  ঝ্যাং ঝান। ইপিনে, ঝ্যাং ঝানে তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা আইনী ব্যৱস্থাক প্ৰত্যাহ্বান জনাই যোৱা জুনৰ পৰাই অনশন কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি
বাণিজ্য

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

May 3, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?
বিশ্ব

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

April 25, 2026
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?
জীৱনশৈলী

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

April 25, 2026
Next Post
বছৰৰ শেষত COLD MOONৰ সাক্ষী হ’ব পৃথিৱীবাসী

বছৰৰ শেষত COLD MOONৰ সাক্ষী হ’ব পৃথিৱীবাসী

চাব্বাছ চৰকাৰ! ৮০ হাজাৰ কোটিৰ ধাৰ

চাব্বাছ চৰকাৰ! ৮০ হাজাৰ কোটিৰ ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.