• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশীয় ক’ৰোনা প্ৰতিষেধকৰ হিউমেন ট্ৰায়েল আৰম্ভ

দেশীয় ক’ৰোনা প্ৰতিষেধকৰ হিউমেন ট্ৰায়েল আৰম্ভ

6 years ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

16 minutes ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

52 minutes ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

2 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

2 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

3 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

4 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

13 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

13 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

14 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

14 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

দেশীয় ক’ৰোনা প্ৰতিষেধকৰ হিউমেন ট্ৰায়েল আৰম্ভ

দেশৰ ১৪ খন চহৰত স্বেচ্ছাসেৱকৰ ওপৰত পৰীক্ষণ

editor by editor
July 15, 2020
in ক'ভিড-১৯, ভাৰত
0
দেশীয় ক’ৰোনা প্ৰতিষেধকৰ হিউমেন ট্ৰায়েল আৰম্ভ
0
SHARES
48
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মহামাৰীৰ বিৰুদ্ধে দেশীয় যুদ্ধৰ অগ্ৰগতি।দেশীয়ভাৱে নির্মিত প্ৰতিষেধকৰ মানৱ শৰীৰৰ ওপৰত পৰীক্ষণ আৰম্ভ হৈছে। দেশৰ ১৪ স্থানত আৰম্ভ হৈছে মানৱ দেহত কোভিড-১৯ প্ৰতিষেধকৰ প্ৰয়োগ তথা পৰীক্ষণ। ১৫,০০০ স্বেচ্ছাসেৱকৰ শৰীৰত প্ৰয়োগ কৰা হ’ব এই প্ৰতিষেধক। ইতিমধ‍্যে প্ৰতিষেধক নির্মাতা কোম্পানী ‘ভাৰত বায়োটেকে’ ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচার্ছৰ সহযোগত আৰম্ভ কৰিছে প্ৰতিষেধকবিধৰ হিউমেন ট্ৰায়েল।দেশৰ দিল্লী, চেন্নাই, পাটনা, কানপুৰ, গোৱা, গোৰখপুৰ, ভুৱনেশ্বৰ, ৰোহটক, বিশাখাপট্টনম আৰু হায়দৰাবাদকে ধৰি মুঠ ১৪ স্থানত এই প্ৰতিষেধকৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পাটনাৰ এইমছত ১৮ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ ১০ গৰাকী লোকৰ ওপৰত এই প্ৰতিষেধক প্ৰয়োগ কৰা হ’ব। প্ৰথমবাৰ প্ৰতিষেধক প্ৰয়োগৰ ১৪ দিনৰ পাছত দ্বিতীয় পালি দিয়া হ’ব। ICMR আৰু ভাৰত বায়োটেকে প্ৰতিষেধকৰ হিমউমেন ট্ৰায়েলৰ বাবে ৫ জনীয়া বিশেষজ্ঞ কিমটী গঠন কৰি দিছে। এই হিউমেন ট্ৰায়েল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বিচৰা লোকে ৯৪৭১৪০৮৮৩২ নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰিব। উল্লেখ‍্য ১৫ আগষ্টত দেশীয়ভাৱে নির্মিত প্ৰতিষেধকবিধ মুকলি কৰাৰ লক্ষ‍্য স্থিৰ কৰিছে চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24corona vaccinehuman trial
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য
ভাৰত

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

September 18, 2026
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ
নিয়োগ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

September 18, 2026
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ
অপৰাধ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

September 18, 2026
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক
ভাৰত

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

September 18, 2026
Next Post
বিশ্বকাপ ফুটবল ২০২২

বিশ্বকাপ ফুটবল ২০২২

ক’ৰোনাত আক্ৰান্ত সৌৰভ গাংগুলীৰ ভাতৃ স্নেহাশিষ

ক’ৰোনাত আক্ৰান্ত সৌৰভ গাংগুলীৰ ভাতৃ স্নেহাশিষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.