• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৰেন্দ্ৰ মোডীৰ ৯ বছৰীয়া শাসন; সঁচাকৈ দেশত অচ্চে দিন আহিলনে?

নৰেন্দ্ৰ মোডীৰ ৯ বছৰীয়া শাসন; সঁচাকৈ দেশত অচ্চে দিন আহিলনে?

3 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

8 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

8 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

9 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

9 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

10 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

11 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

11 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

12 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

12 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

14 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

15 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নৰেন্দ্ৰ মোডীৰ ৯ বছৰীয়া শাসন; সঁচাকৈ দেশত অচ্চে দিন আহিলনে?

editor by editor
May 26, 2023
in ভাৰত, ৰাজনীতি
0
নৰেন্দ্ৰ মোডীৰ ৯ বছৰীয়া শাসন; সঁচাকৈ দেশত অচ্চে দিন আহিলনে?
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ২৬ মে’, ২০১৪ – ভাৰতৰ বাবে এক নতুন দিগন্তৰ সূচনা হৈছিল। ইয়াৰ পূৰ্বৰ ১৫ টা বছৰত শাসনত থকা কংগ্ৰেছ চৰকাৰৰ ওপৰত অসন্তুষ্ট ৰাইজে এইবাৰ ভাৰতত পৰিৱৰ্তন বিচাৰিছিল। ইয়াৰ মাজতে বিজেপিৰ আকৰ্ষণীয় শ্লগান- অচ্ছ্যে দিন আনে ৱালে হ্যে। সাধাৰণ ভোটাৰেও উন্নয়নৰ স্বাৰ্থত আশা আৰু বিশ্বাসেৰে মোডী চৰকাৰক ভোট দিলে। কিন্তু নৰেন্দ্ৰ মোডীৰ ৯ বছৰীয়া শাসনত কিমান কি পালে দেশৰ জনতাই? স্বাস্থ্য , শিক্ষা আৰু অৰ্থনীতিৰ ক্ষেত্ৰত দেশৰ কিমান পৰিৱৰ্তন হ’ল? সঁচাকৈ দেশত অচ্চে দিন আহিলনে?এই সকলো প্ৰশ্নই জনতাৰ মনৰ প্ৰশ্ন নিবনুৱাক সংস্থাপন, মূল্যবৃদ্ধি ৰোধ, অৰ্থনৈতিক উন্নয়ন, দুৰ্নীতি ৰোধ কৰাৰ সংকল্পৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ এই ৯ বছৰীয়া কাৰ্যকালত
দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা । ২০১৪ চনত দেশত নিবনুৱাৰ শতকৰা হাৰ আছিল ৩.৪০%। ইয়াৰ বিপৰীতে ২০২৩ চনত দেশত নিবনুৱাৰ শতকৰা হাৰ হ’লগৈ প্ৰায় ৮.১০%।

বিভিন্ন খাদ্য সামগ্ৰী, পেট্ৰল-ডিজেল, ছিলিণ্ডাৰ আদি সকলোতে মূল্যবৃদ্ধিৰ মাধমাৰ। ৯ বছৰত সকলো সামগ্ৰীৰে হ’ল মূল্যবৃদ্ধি। ইয়াৰ ভিতৰত আটা, চাউল, গাখীৰৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল সকলোকে দাম বৃদ্ধি হ’ল।

যিকোনো এখন দেশৰ উন্নতিৰ বাবে শিক্ষা এটা গুৰুত্বপূণ অংগ। বিগত ৯ বছৰত মোডী চৰকাৰে শিক্ষাৰ শিতানত প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয় কৰিছে। ইয়াৰ পিছতো দেশত বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাইছে। ২০১৪ চনত দেশত বিদ্যালয়ৰ সংখ্যা আছিল ১৫.১৮ লাখ খন আৰু ২০২৩ বৰ্ষত বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাই হ’লগৈ ১৪.৮৯ লাখ খন।

কিন্তু এইখিনিতে উল্লেখনীয় যে, স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত ভাৰত কিছু দুৰ্বল হলেও কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰতে অগ্ৰগতি লাভ কৰিছে। পূৰ্বৰ ৭২৩ খন বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে বৰ্তমান দেশত বিশ্ববিদ্যালয়ৰ সংখ্যা ১,১১৩ খন। অৰ্থনৈতিক উন্নয়নৰ প্ৰসংগতো দেশৰ অৱস্থা ইমান সন্তোষজনক নহয়। দেশত বৃদ্ধি পাইছে বৈদেশিক ঋণৰ পৰিমাণ। ২০১৪চনত বৈদেশিক ঋণৰ পৰিমাণ ৪০৯.৪ ডলাৰ হোৱাৰ পিছত বিগত ৯ বছৰত অৰ্থাত্ ২০২৩ চনত বৈদেশিক ঋণৰ পৰিমাণ আছিল ৬১৩.১ ডলাৰ। এইখিনিতে উল্লেখযোগ্য যে, নৰেন্দ্ৰ মোডীয়ে শাসনভাৰ লোৱাৰ পিছতে কিন্তু দেশৰ GDP পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। তথ্য অনুসাৰে ২০১৪চনত দেশৰ GDPআছিল প্ৰায় ১১২ লাখ কোটি টকা আৰু ২023 বৰ্ষত দেশৰ GDP বৃদ্ধি হলগৈ প্ৰায় ২৭২ লাখ কোটি টকা। আৰু নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বৰ বলতেই আজি বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰত। ইয়াৰ উপৰিও সাধাৰণ জনতাৰ বাৰ্ষিক আয় পূৰ্বৰ আয়তকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ২০১৪ চনত সাধাৰণ জনতাৰ বাৰ্ষিক আয় ৭৯,১১৮টকাৰ বিপৰীতে ২০২৩ চনত সাধাৰণ জনতাৰ বাৰ্ষিক আয় হ’লগৈ ১,৭০,৬২০ টকা। অৰ্থাত বিগত ৯ বছৰত সাধাৰণ মানুহৰ বাৰ্ষিক আয় গড়ে ৯১,৫০২ টকা বৃদ্ধি পাইছে। ইয়াৰ মাজতে দেশত বিদেশী মুদ্ৰাৰ ভাণ্ডাৰো বৃদ্ধি পাইছে। যিটো দেশৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে এক শুভ লক্ষণ।

এতিয়া আপুনি বিচাৰ কৰক যে, সঁচাকৈয়ে মোডী চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিলেনে? নৰেন্দ্ৰ মোডীৰ দিনত অচ্ছে দিন আহিল নে নাই? মোডী চৰকাৰৰ এই ৯ বছৰীয়া কাৰ্যকালক লৈ আপুনি কিমান সন্তুষ্ট। কমেণ্টত জনাওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
Next Post
আকৌ বিশ্বত পেণ্ডামিকৰ আশংকা

আকৌ বিশ্বত পেণ্ডামিকৰ আশংকা

চৰকাৰী ৰোষত এইবাৰ “চাৰে জহাঁ চে আচ্ছা”; বাদ পৰিব নেকি পাঠ্যক্ৰমৰ পৰা?

চৰকাৰী ৰোষত এইবাৰ "চাৰে জহাঁ চে আচ্ছা"; বাদ পৰিব নেকি পাঠ্যক্ৰমৰ পৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.