• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমে নামানে বয়স! বয়সতকৈ ডাঙৰ ব্যক্তিৰ প্ৰেমত কিয় পৰে এই ৰাশিৰ ব্যক্তিয়ে?

প্ৰেমে নামানে বয়স! বয়সতকৈ ডাঙৰ ব্যক্তিৰ প্ৰেমত কিয় পৰে এই ৰাশিৰ ব্যক্তিয়ে?

3 years ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

9 minutes ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

58 minutes ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

2 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

3 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

4 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

4 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

5 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

5 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

6 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

6 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমে নামানে বয়স! বয়সতকৈ ডাঙৰ ব্যক্তিৰ প্ৰেমত কিয় পৰে এই ৰাশিৰ ব্যক্তিয়ে?

editor by editor
August 6, 2023
in জীৱনশৈলী, ভাৰত
0
প্ৰেমে নামানে বয়স! বয়সতকৈ ডাঙৰ ব্যক্তিৰ প্ৰেমত কিয় পৰে এই ৰাশিৰ ব্যক্তিয়ে?
0
SHARES
541
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কথাতেই কোৱা হয় প্ৰেম অন্ধ। প্ৰেমে বয়স, সামাজিক অৱস্থান নিচিনে। সেয়ে বহুসংখ্যকেই প্ৰেম বা যৌনতাৰ ক্ষেত্ৰত কেতিয়াবা অত্যাধিক ডাঙৰ বা সৰু ব্যক্তি বাছনি কৰে। ‘দিল চাহতা হ্যায়’ ছবিত অক্ষয় খান্নাৰ চৰিত্ৰটো আপোনাৰ মনত আছেনে? তাত অক্ষয় খান্নাই তেঁওতকৈ দ্বিগুণ বয়সীয়া নায়িকাৰ প্ৰেমত পৰে। ইফালে ‘নিশব্দ’ ছবিখনতো নায়ক অমিতাভ বচ্চনে তেওঁৰ জীয়াৰীৰ বান্ধৱীৰ প্ৰেমত পৰে। এইধৰণৰ ঘটনা কেৱল চিনেমাতেই ঘটে এনে নহয়।

শেহতীয়া উদাহৰণ যদি চাওঁ তেন্তে নিক-প্ৰিয়ংকা, কেট-বিকী আদিৰ যুঁটিকেই ক’ব পাৰি। অভিশেখ বচ্চনৰ পৰা শচীন তেণ্ডুলকাৰলৈকে এইসকলৰ বিবাহত বয়সৰ বহু ব্যৱধান আছে। কেৱল বৈবাহিক জীৱনতেই নহয় বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ক্ষেত্ৰতো বহুলোকৰেই প্ৰৱণতা দেখা যায়। কোন ৰাশিৰ জাতক-জাতিকাসকলৰ এই প্ৰৱণতা সৰ্বাধিক তাকে জানেনে?

এই তালিকাত প্ৰথমে আছে লিঅ’ বা সিংহ ৰাশিৰ জাতক-জাতিকাসকল। কথাতেই কোৱা হয় এক্সপেৰিয়েঞ্চ মেটাৰছ। প্লেটোনিক বা শাৰিৰীক আকৰ্ষণ সকলোতে এইসকলে অভিজ্ঞতাকেই প্ৰাধান্য দিয়ে। সেয়ে এইসকল জাতক-জাতিকাৰ সম্পৰ্ক দীৰ্ঘম্যাদি হয়।

ইয়াৰ পিছতেই আছে মীন ৰাশিৰ জাতক-জাতিকাসকল। এই ৰাশিৰ জাতক-জাতিকাসকলে সংগীৰ পৰা অত্যাধিক মনোযোগ বিচাৰে। প্ৰত্যাশাও অধিক কৰে। সেয়ে এনে ব্যক্তিয়ে অভিজ্ঞতাপুষ্ট মানুহক সংগী হিচাপে বিচাৰে। ইয়াৰোপৰি নিৰাপত্তা আৰু আশ্ৰয়ৰ বাবেও ভৰষাৰযোগ্য মানুহৰ সন্ধান কৰে এই ৰাশিৰ লোকসকলে।

কন্যা ৰাশিৰ জাতক-জাতিকাসকলেও সমবয়স্কৰ লোকতকৈ ডাঙৰ লোকসকলকেই সংগী হিচাপে বিচাৰে। চঞ্চল স্বভাৱৰ ব্যক্তিতকৈ এইসকল লোকে ধৈৰ্য্যশীল, পৈণত চিন্তাৰ মানুহৰ প্ৰতি আকৃষ্ট হয়।

বয়স্ক লোকৰ প্ৰতি আকৃষ্ট হয় কুম্ভ ৰাশিৰ লোকসকলেও। এই ৰাশিৰ ব্যক্তিসকলে পৰনিৰ্ভৰশীল হ’বলৈ বেয়া পায়। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি এই ৰাশিৰ লোকসকলৰ কিছু অনিহা থাকে। সেয়ে এবাৰ কোনো ব্যক্তিৰে প্ৰেমৰ সম্পৰ্কত বান্ধ খালে সম্পৰ্কটোক লৈ যথেষ্ট চিৰিয়াছ হৈ পৰে এইসকল লোক। সেয়ে সম্পৰ্ক গঢ়িবলৈ এই জাতক-জাতিকাৰ লোকসকলে এজন অভিজ্ঞ মানুহৰ সন্ধান কৰে। এওলোকৰ বাবে পাৰস্পৰিক সন্মানৰ বিষয়টো খুবেই গুৰুত্বপূৰ্ণ।

একেদৰে মকৰ ৰাশিৰ জাতক-জাতিকাসকলেও সৰু বা সমবয়সীয়া ব্যক্তিৰে প্ৰেম কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। পৈণত মানসিকতাৰ লোকৰ সৈতে এইসকল ব্যক্তিয়ে সম্পৰ্ক গঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
Next Post
‘সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ!’ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল এৰিলে বিজেপি কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে

'সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ!’ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল এৰিলে বিজেপি কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে

সাংসদ হৈ লোকসভা চৌহদলৈ ৰাহুল! লোকসভাৰ অধ্যক্ষই সাংসদ পদ উভতাই দিলে ৰাহুল গান্ধীক

সাংসদ হৈ লোকসভা চৌহদলৈ ৰাহুল! লোকসভাৰ অধ্যক্ষই সাংসদ পদ উভতাই দিলে ৰাহুল গান্ধীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.