এজাক পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত শিৱসাগৰৰ পহুগড়। পহুগড়লৈ ছাইবেৰিয়ান, পেলিকান, আকুহিৱগ, দেওৰাজহাঁহৰ আগমন।