• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিত পুৰুষক পলুৱাই নিলে এগৰাকী যুৱতীয়ে… প্ৰেম নে অইন কিবা কাহিনী?

বিবাহিত পুৰুষক পলুৱাই নিলে এগৰাকী যুৱতীয়ে… প্ৰেম নে অইন কিবা কাহিনী?

3 years ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

8 minutes ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

28 minutes ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

51 minutes ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

1 hour ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

3 hours ago
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

4 hours ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

4 hours ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

5 hours ago
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

5 hours ago
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

5 hours ago
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

6 hours ago
পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিবাহিত পুৰুষক পলুৱাই নিলে এগৰাকী যুৱতীয়ে… প্ৰেম নে অইন কিবা কাহিনী?

editor by editor
April 5, 2023
in অসম
0
বিবাহিত পুৰুষক পলুৱাই নিলে এগৰাকী যুৱতীয়ে… প্ৰেম নে অইন কিবা কাহিনী?
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আচৰিত নহ’ব, কলি যুগত সকলোবোৰেই সম্ভৱ! প্ৰায় প্ৰতিদিনেই একোটাকৈ বাতৰি আহে। পৰকীয়া প্ৰেমত পৰি কোনো পুৰুষে অন্যৰ পত্নীক বা যুৱতীক পলুৱাই নিয়ে। কিন্তু ইয়াৰ বিপৰীত ঘটনা এইবাৰ সংঘটিত হৈছে। নলবাৰীৰ এজন বিবাহিত পুৰুষক এগৰাকী মহিলাই পলুৱাই নিয়াৰ অভিযোগ আনিছে বিবাহিত পুৰুষৰ পত্নীয়েই।

নলবাৰীৰ সন্ধা গাঁৱত এগৰাকী মহিলাই এইবাৰ প্ৰেমৰ চালনাৰে পলুৱাই নিছে এজন পুৰুষক। এই অভিযোগ অনিছে ব্যক্তিজনৰ পত্নীয়েই৷ নলবাৰীৰ হেমন্ত কলিতা নামৰ বিবাহিত পুৰুষজন বিগত পাঁচদিনে সন্ধানহীন হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। সন্ধা গাঁৱৰ নিৱাসী হেমান্ত কলিতা ১ এপ্ৰিল, শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। এখন চাহ দোকানৰে ছয়জনীয়া পৰিয়ালটো পোহপাল দিছিল হেমন্তই।

একমাত্ৰ উপাৰ্জনকাৰী হেমন্ত কলিতাই অইন দিনাৰ দৰে ১ এপ্ৰিল, শনিবাৰেও নিজৰ AS14L-3326 নম্বৰৰ স্কুটীখনেৰে দোকানলৈ গৈ ঘৰলৈ উভতি নাহিল। পৰিয়ালে সন্দেহ কৰামতে চাহ দোকানখনত কৰ্মৰত বিবাহিত মহিলা এগৰাকীয়ে হেমন্তক পলুৱাই লৈ গৈছে। উল্লেখ্য যে উক্ত মহিলা গৰাকীও সেই দিনৰ পৰাই নিৰুদ্দেশ হৈ আছে।

পৰিয়ালটোয়ে ইতিমধ্যে নলবাৰী সদৰ আৰক্ষীত উক্ত ঘটনা সন্দৰ্ভত এজাহাৰো প্ৰদান কৰিছে। কিন্ত, চাৰিদিন উকলি যোৱাৰ পিছতো হেমন্তৰ কোনো সন্ধান নোপোৱাত পৰিয়ালটিয়ে শংকিত হৈ পৰিছে। হেমন্তৰ পুত্ৰইয়ো পিতৃক ঘৰলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে৷ কোনো সদাশয় লোকেও যদি হেমন্ত কলিতাৰ কোনো সন্ধান পায় তেন্তে 8876952035 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড
অসম

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

April 24, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
Next Post
আম্বানীয়ে নোৱাৰে কি? আম্বানীৰ বাবেই ২৪ বছৰৰ পাছত একেটা ফ্ৰেমত ঐশ্বৰ্য-ছলমান

আম্বানীয়ে নোৱাৰে কি? আম্বানীৰ বাবেই ২৪ বছৰৰ পাছত একেটা ফ্ৰেমত ঐশ্বৰ্য-ছলমান

বিহু নাচেৰে বিশ্ব অভিলেখ গঢ়িবলৈ যোৱাৰ পূৰ্বে নাচনী কাষ চাপিছে আৰক্ষীৰ, বিহুৰ নামত এয়া ঘটিছে কি?

বিহু নাচেৰে বিশ্ব অভিলেখ গঢ়িবলৈ যোৱাৰ পূৰ্বে নাচনী কাষ চাপিছে আৰক্ষীৰ, বিহুৰ নামত এয়া ঘটিছে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.