প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু। সতীর্থ, ৰাজনীতিক, নেতা, জনতাৰ দৃষ্টিত গগৈ। ষ্টুডিঅ’ত টাই আহোম যুৱ পৰিষদৰ মুখপাত্ৰ গুণকান্ত গগৈ আৰু সদৌ অসম আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰা।