• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বসাধাৰণৰ ধৈৰ্য পৰীক্ষাৰ পৰিণতিৰ বাবে সাজু থাকক বিজেপি

সৰ্বসাধাৰণৰ ধৈৰ্য পৰীক্ষাৰ পৰিণতিৰ বাবে সাজু থাকক বিজেপি

6 years ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

2 minutes ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

15 minutes ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

53 minutes ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

2 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

3 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

3 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

3 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

4 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

5 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

15 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সৰ্বসাধাৰণৰ ধৈৰ্য পৰীক্ষাৰ পৰিণতিৰ বাবে সাজু থাকক বিজেপি

ক’ৰোনাক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছে চৰকাৰে

editor by editor
July 12, 2020
in অসম, ক'ভিড-১৯
0
সৰ্বসাধাৰণৰ ধৈৰ্য পৰীক্ষাৰ পৰিণতিৰ বাবে সাজু থাকক বিজেপি
129
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পুনৰ দুসপ্তাহৰ বাবে গুৱাহাটী মহানগৰ জিলাত ‘লকডাউন’ৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্তক জনবিৰোধী আৰু শাসকৰ অবিবেচক নীতিৰ নগ্ন প্ৰকাশ বুলি অভিহিত কৰিছে আঞ্চলিক গণ মৰ্চাই। কাৰ পৰামৰ্শ মতে বা কোন ‘নাগৰিক’ সমাজৰ প্ৰতিনিধিৰ লগত আলোচনা কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া ৰাজহুৱা কৰি চৰকাৰে সাহসৰ পৰিচয় দিয়ক। জানিব পৰা মতে, প্ৰতিখন থানা এলেকাত মুষ্টিমেয় ব্যক্তিক লৈ তাহানিতে ৰাজনৈতিক লাভালাভৰ অংকৰে গঠন কৰি থোৱা ‘নাগৰিক সমিতি’কে গুৱাহাটীৰ নাগৰিক সমাজ বুলি দেখুৱাই এই একপক্ষীয় সিদ্ধান্ত জাপি দিয়া হৈছে।

আজি প্ৰকাশ কৰা এটা বিবৃতিত আঞ্চলিক গণ মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই কয় যে কেৱল শাসকীয় দল বা চৰকাৰখনেই ৰাইজক প্ৰতিনিধিত্ব নকৰে। বিৰোধী ৰাজনৈতিক দল, সামাজিক সংগঠন, জাতীয় সংগঠনসমূহেও ৰাইজক প্ৰতিনিধিত্ব কৰে। বঁটা-বাহন, চৰকাৰী সা-সুবিধাৰ লালসাত মত্ত কেইজনমান সুবিধাবাদী ব্যক্তিক ‘নাগৰিক সমাজ’ বুলি দেখুৱাই অত্যাচাৰী এই চৰকাৰখনে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ বিষম পৰিণতি বিজেপি চৰকাৰে অতি শীঘ্ৰেই ভুগিবলৈ সাজু হৈ থাকক। যি সময়ত স্বয়ং কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে যে দেশত ক’ৰোনাৰ ‘গণ সংক্ৰমণ’ নাই হোৱা আৰু সেয়ে ‘সামাজিক দূৰত্ব’ বজাই ‘মাস্ক’, ‘হেণ্ড গ্ল’ভ্ছ’ পৰিধান কৰি নিয়মীয়া জীৱন নিৰ্বাহত বাধা নাই। কিন্তু সেই সকলো নস্যাৎ কৰি অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ স্বৈৰাচাৰিতাৰে সাধাৰণ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছে। কোনোধৰণৰ স্বচ্ছতা অবিহনেই চৰকাৰখনে ক’ৰোনাৰ বিৰুদ্ধে তথাকথিত এই যুদ্ধখন চলাইছে। ক’ভিডৰ পৰা বচোৱাৰ নামত মাহ মাহ ধৰি সৰ্বসাধাৰণ মানুহক লকডাউনৰ আৱৰ্তত ৰাখি দৰিদ্ৰ, নিম্ন মধ্যবিত্ত, খুচুৰা ব্যৱসায়ী, দিন হাজিৰা কৰা মানুহ, অ’লা-উবেৰ, ই-ৰিক্সা, অট’চালকসকলৰ পৰিয়ালসমূহক তিলতিলকৈ ভাতে মৰাৰ ব্যৱস্থা কৰিছে। ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী মহলত হাহাকাৰ সৃষ্টি হৈছে। অথচ এইসকলৰ জীৱন নিৰ্বাহৰ কোনো বিকল্প ব্যৱস্থা নাই। ‘আমি চৰকাৰক সুধিব খুজিছো- ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সিদ্ধান্ত লোৱা কমিটীত কেইগৰাকী এপিডমল’জিষ্ট (মহামাৰী-বিশেষজ্ঞ) আছে? কোন কোন আছে? ইয়াৰ উত্তৰ ৰাজহুৱা কৰক।’ নে এজন মাত্ৰ মন্ত্ৰী আৰু দুজনমান আমোলাই সিদ্ধান্ত লৈ ৰাইজক জুৰুলা কৰাৰ অভিপ্ৰায় চৰিতাৰ্থ কৰি গৈছে। নিজৰ জিদ পূৰণ কৰিবলৈ আৰু কেন্দ্ৰৰ শকত পুঁজি আহৰণ কৰিবলৈ সঁচাই-মিছাই ক’ভিড-১৯ৰ ভয়ংকৰ সংক্ৰমণৰ ছবি এখন তুলি ধৰিবলৈ এইগৰাকী মন্ত্ৰীয়ে এতিয়া নিজৰ খেয়াল-খুচি মতে সাধাৰণ জনতাক পণবন্দী কৰিছে। দৰাচলতে বিৰোধী ৰাজনৈতিক দল, বিজেপিবিৰোধী শক্তিসমূহক ‘গৃহবন্দী’ কৰি ৰাখিবলৈ এই নিকৃষ্ট ৰাজনৈতিক চাতুৰি চলাই যোৱা হৈছে বুলি আজি সকলোৱে বুজি উঠিছে।

বিবৃতিটোত মুখ্য আহ্বায়ক শ্ৰী ভূঞাই কয় যে ক’ৰোনাৰ ভয়াৱহতাৰ নাটকতকৈ দৰিদ্ৰ মানুহক ক্ষুধাৰ জুইৰ ভয়াৱহতা হিমন্ত বিশ্ব শৰ্মাৰ দৰে মন্ত্ৰীৰ বোধগম্য নোহোৱাটোৱেই স্বাভাৱিক। কিন্তু আমি চৰকাৰক সতৰ্ক কৰি দিব খোজো যে এই স্বৈৰাচাৰিতা ওফৰাই বাধ্য হৈ সৰ্বসাধাৰণ ৰাইজ ৰাজপথলৈ ওলাই আহিলে তাৰ বাবে অসম চৰকাৰখনেই দায়ী হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24himanta biswa sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Next Post
আশাব‍্যঞ্জক খবৰঃ ক’ভিড-১৯ৰ প্ৰতিষেধক আৱিষ্কাৰ!

আশাব‍্যঞ্জক খবৰঃ ক’ভিড-১৯ৰ প্ৰতিষেধক আৱিষ্কাৰ!

বিজেপি বিধায়কৰ মৃতদেহ উদ্ধাৰ

বিজেপি বিধায়কৰ মৃতদেহ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.